• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

অনুষ্ঠানৰ স্প’নচৰশ্বিপত আদানী গোটৰ নাম: বঁটা গ্ৰহণ কৰিবলৈ অস্বীকাৰ দলিত কবিৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 10, 2023 4:22 pm
Tamil Poet Sukirtharani Rejects Award
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশজুৰি এতিয়া আদানী বিতৰ্কৰ চৰ্চা। আমেৰিকান প্ৰতিষ্ঠান হিণ্ডেনবাৰ্গে আদানী গোটৰ জালিয়াতিৰ অভিযোগ তোলাৰ পাছতে দেশৰ ৰাজনৈতিক পৰিৱেশো উত্তাল হৈ আছে বিগত কিছুদিন। এইবাৰ আদানী বিতৰ্কই স্পৰ্শ কৰিছে সাহিত্য জগতকো। এক সাহিত্য অনুষ্ঠানত আদানী গোটৰ স্প’নচৰশ্বিপ থকাৰ বাবে বঁটা গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছে এগৰাকী দলিত কবিয়ে।

শেহতীয়াকৈ এখন ইংৰাজী কাকতে বঁটা প্ৰদান অনুষ্ঠানৰ আয়োজন কৰিছিল। এই বঁটাৰ বাবে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ১২ গৰাকী মহিলাক মনোনীত কৰা হৈছিল। তাৰ ভিতৰত আছিল দলিত সাহিত্যৰ ওপৰত দীৰ্ঘদিন ধৰি কাম কৰা তামিল কবি সুকীৰ্থাৰণি। প্ৰথমে তেওঁ এই বঁটা গ্ৰহণ কৰিবলৈ আয়োজকসকলক সন্মতি প্ৰদান কৰিছিল।

Apply Now

কিন্তু পিছত তেখেতে জানিব পাৰে যে এই বঁটা প্ৰদান অনুষ্ঠান আদানী গোটে স্প’নচৰ কৰিছে। লগে লগে সুকীৰ্ত্তৰানীয়ে বঁটা গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে আৰু আয়োজকসকলক জনাই দিয়ে যে তেওঁ আদানীৰ ধনেৰে কিনা পুৰস্কাৰ গ্ৰহণ নকৰে।নিজৰ সিদ্ধান্তৰ সমৰ্থনত তেওঁ কয়, “মই যি দৰ্শনত বিশ্বাস কৰোঁ আৰু জীৱনত যি দৰ্শন অনুসৰণ কৰো, এই বঁটা গ্ৰহণ কৰাটো এই দৰ্শনৰ বিৰোধী হ’ব।”

তামিলনাডুৰ ৰাজধানী চেন্নাইৰ এখন হোটেলত যোৱা ৮ ফেব্ৰুৱাৰীত এই বঁটা প্ৰদান কৰা হয়। সুকীৰ্থাৰণীয়ে তেওঁক এই বঁটাৰ বাবে মনোনীত কৰাৰ বাবে আয়োজকসকলক ধন্যবাদ জ্ঞাপন কৰে। একে সময়তে তেওঁ এক সংবাদ সংস্থাক জনাইছিল যে বহু পিছত তেওঁ আদানীয়ে এই ‘দেৱী’ নামৰ বঁটাটিৰ স্প’নচৰ কৰা বুলি জানিব পাৰে।

এই কথা জানিব পাৰি তেওঁ লগে লগে বঁটা গ্ৰহণ কৰিব নোৱাৰাৰ বিষয়ে আয়োজকসকলক অৱগত কৰে। এই বিষয়ত নিজৰ স্থিতি উল্লেখ কৰি তেওঁ তামিল ভাষাত এক ফেচবুক পোষ্টো কৰে। ইংৰাজী দৈনিক এখনৰ সৈতে সাক্ষাৎকাৰত সুকীৰ্থাৰণীয়ে কয়, “বঁটা লাভ কৰাৰ এদিন পূৰ্বে মই খবৰ পাইছিলো যে অনুষ্ঠানটোক আদানী গ্ৰুপে স্প’নচৰ কৰিছে।

“আদানী গ্ৰুপৰ টকাৰে কিনা পুৰস্কাৰত মই সুখী হ’ব নোৱাৰোঁ৷ মই মোৰ লেখাত যি দৰ্শন, মতাদৰ্শ আৰু ৰাজনীতিৰ কথা কওঁ, তাৰ লগত ইয়াৰ কোনো মিল নাই।”– সুকীৰ্থাৰণীয়ে লগতে কয়। তেওঁ লগতে এই বিষয়তে দলিত সাহিত্য আৰু দলিত জীৱনৰ বিষয়েও আলোকপাত কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মিক্সাৰ গ্ৰাইণ্ডাৰ চাফা কৰাৰ সহজ উপায়: বেছি কষ্ট নকৰাকৈ মিক্সী আৰু জাৰৰ লেতেৰা চাফা কৰক

মিক্সাৰ গ্ৰাইণ্ডাৰ চাফা কৰাৰ সহজ উপায়: বেছি কষ্ট নকৰাকৈ মিক্সী আৰু জাৰৰ লেতেৰা চাফা কৰক

July 5, 2026 6:45 am
চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মিক্সাৰ গ্ৰাইণ্ডাৰ চাফা কৰাৰ সহজ উপায়: বেছি কষ্ট নকৰাকৈ মিক্সী আৰু জাৰৰ লেতেৰা চাফা কৰক

মিক্সাৰ গ্ৰাইণ্ডাৰ চাফা কৰাৰ সহজ উপায়: বেছি কষ্ট নকৰাকৈ মিক্সী আৰু জাৰৰ লেতেৰা চাফা কৰক

July 5, 2026 6:45 am
চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd