DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 1, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

Helicopter crash Update হেলিকপ্তাৰ দুৰ্ঘটনাত নিহতৰ সংখ্যা ১৩ জনলৈ বৃদ্ধি, ৰাৱাটৰ পত্নীও নিহত

ঘটনা সন্দৰ্ভত প্ৰতিৰক্ষামন্ত্ৰীয়ে কাইলৈ দিব বিবৃতি

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
December 8, 2021 5:35 pm
310
VIEWS
Share on FacebookShare on Twitter

তামিলনাডুত আজি সংঘটিত হেলিকপ্তাৰ দুৰ্ঘটনাত নিহতৰ সংখ্যা ১৩ জনলৈ বৃদ্ধি পাইছে।

দুৰ্ঘটনাটোত বিপিন ৰাৱাটৰ পত্নী মধুলিকা ৰাৱাটৰো মৃত্যু ঘটাৰ কথা নিশ্চিত কৰা হৈছে।

ৰাৱাট সন্দৰ্ভত কাইলৈহে কেন্দ্ৰীয় প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিঙে সংসদত বিবৃতি প্ৰদান কৰিব। হেলিকপ্তাৰ খনৰ পাইলট আছিল পৃথ্বি সিং। তেওঁৰো মৃত্যু ঘটা বুলি জানিব পৰা গৈছে।

ইপিনে আজি সন্ধিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত প্ৰতিৰক্ষা বাহিনীৰ চি চি এছৰ এখন জৰুৰী বৈঠক অনুষ্ঠিত হ’ব।

প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিঙে নতুন দিল্লীত থকা বিপিন ৰাৱাটৰ ঘৰলৈ গৈ ৰাৱাটৰ দুই কন্যাক সাক্ষাৎ কৰিছে।

ইপিনে এই দুৰ্ঘটনাৰ পিছতে তামিলনাডু বিধানসভাত জৰুৰী বৈঠক অনুষ্ঠিত কৰা হৈছে। বায়ু সেনাৰ প্ৰধানে দুৰ্ঘটনাস্থলীলৈ যাত্ৰা আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে।

উল্লেখ্য আজি এক ভয়ংকৰ দুৰ্ঘটনাত পতিত হয় ভাৰতীয় প্ৰতিৰক্ষা বাহিনীৰ মুৰব্বী বিপিন ৰাৱাট উঠি যোৱা হেলিকপ্তাৰ।

আজি দিনৰ ভাগত বিপিন ৰাৱাটে তেওঁৰ পৰিয়ালৰ সদস্যৰ লগতে আন কেইবাজনো লোকৰ সৈতে হেলিকপ্তাৰ খনৰে যাত্ৰা কৰি থকাৰ সময়তে তামিলনাডুৰ কুনুৰত হেলিকপ্তাৰ খন দুৰ্ঘটনাত পতিত হয়।

এই ঘটনাত ১৩জন লোকৰ মৃত্যু ঘটাৰ কথা নিশ্চিত কৰা হৈছে। জানিব পৰা মতে হেলিকপ্তাৰ খনত মুঠ ১৪ গৰাকী লোক আছিল।

উদ্ধাৰ কৰা লোকসকলক নীলগিৰিৰ ৱেলিংটন কেণ্টনমেণ্টৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।

ভাৰতীয় বাযু সেনা বাহিনীৰ এম আই চিৰিজৰ হেলিকপ্তাৰ খন আজি দিনৰ ১২ বাজি ১০ মিনিটত কোম্বাইটৰ আৰু আৰু ছুলুৰৰ মাজৰ কুনুৰত দুৰ্ঘটনাত পতিত হয় ।

দুৰ্ঘটনাৰ ফলত হেলিকপ্তাৰ খন খণ্ড-বিখণ্ড হৈ পৰাৰ লগতে জুইত জাহ যায়।

দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছতে সমগ্ৰ অঞ্চলটো জুই আৰু ধোঁৱাই আৱৰি ধৰে।

Recent News

উদয়পুৰত কানহায়ালালক হত্যাৰ বিৰুদ্ধে নাগ্ৰীজুলিত বিশ্ব হিন্দু পৰিষদ, বজৰং দলৰ প্ৰতিবাদ

উদয়পুৰত কানহায়ালালক হত্যাৰ বিৰুদ্ধে নাগ্ৰীজুলিত বিশ্ব হিন্দু পৰিষদ, বজৰং দলৰ প্ৰতিবাদ

Eknath Shinde-Devendra Fadnavis: মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হিচাপে একনাথ সিন্দেৰ শপত গ্ৰহণ; উপ মুখ্যমন্ত্ৰী হ’ল দেৱেন্দ্ৰ ফাড়নৱিছ

Eknath Shinde-Devendra Fadnavis: মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হিচাপে একনাথ সিন্দেৰ শপত গ্ৰহণ; উপ মুখ্যমন্ত্ৰী হ’ল দেৱেন্দ্ৰ ফাড়নৱিছ

বান-গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰকঃ শিৱসাগৰত আছুৰ বিক্ষোভ

বান-গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰকঃ শিৱসাগৰত আছুৰ বিক্ষোভ

INDIA vs ENGLAND: কপিল দেৱৰ অভিলেখ স্পৰ্শ; এজবাষ্টন টেষ্টত ভাৰতৰ অধিনায়ক বুমৰাহ, উপ-অধিনায়ক পণ্ট

INDIA vs ENGLAND: কপিল দেৱৰ অভিলেখ স্পৰ্শ; এজবাষ্টন টেষ্টত ভাৰতৰ অধিনায়ক বুমৰাহ, উপ-অধিনায়ক পণ্ট

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd