• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

Tamulpur bye poll :তামুলপুৰত সাংসদ নৱ কুমাৰ শৰণীয়া, মন্ত্ৰী ৰঞ্জিত দাসৰ প্ৰচাৰ অভিযান

দীপক কুমাৰ পাঠক, বাক্সা by দীপক কুমাৰ পাঠক, বাক্সা
October 24, 2021 2:45 pm
104
VIEWS
Share on FacebookShare on Twitter

ক্ৰমাৎ জমি উঠিছে তামুলপুৰৰ নিৰ্বাচনী পৰিবেশ।

আজি জিএছপিৰ সভাপতি তথা সাংসদ নৱ কুমাৰ শৰণীয়া আৰু অসম চৰকাৰৰ মন্ত্ৰী ৰঞ্জিত দাসে তামুলপুৰত নিৰ্বাচনী প্ৰচাৰ চলায়।

সাংসদ নৱ কুমাৰ শৰণীয়াই বড়ো যুৱক- যুৱতীক দহ হাজাৰ চাকৰি দিয়াৰ বিপৰীতে অনাবড়ো যুৱক যুৱতীকো চাকৰি দিয়াৰ দাবী উত্থাপন কৰে।

শৰণীয়াই কয়—অৰুণোদয় আঁচনি লাভ কৰা সকলে মিত্ৰ জোঁটৰ প্ৰাৰ্থীক ভোট দিয়ক,নোপোৱা সকলে জিএছপিক ভোট দিয়ক।

বিটিচিত বড়ো ভাষাৰ লগতে অসমীয়া ভাষাকো প্ৰথম ভাষা হিচাপে স্থান দিব লাগে বুলি সাংসদ শৰণীয়াই মন্তব্য কৰে।

উল্লেখ্য তামুলপুৰত এতিয়া মন্ত্ৰী বিধায়কৰ ভিৰ হৈছে। একপ্ৰকাৰৰ দিছ্পুৰত পৰিণত হৈছে তামুলপুৰ।

জিএছপিৰ প্ৰাৰ্থী গৰাকীয়ে আশী হাজাৰতকৈ অধিক ভোট লাভ কৰি জয়ী হব বুলি শৰণীয়াই মন্তব্য কৰে।

ইপিনে তামুলপুৰ সমষ্টিৰ মিত্ৰ জোঁটৰ প্ৰাৰ্থী জলেন দৈমাৰীৰ হৈ কুমাৰীকাটাত প্ৰচাৰ চলায় মন্ত্ৰী ৰঞ্জিত দাসে।

পদ পথৰ দোকানৰ লগতে স্থায়ী দোকানত প্ৰচাৰ চলায় ৰঞ্জিত দাসে।

ৰঞ্জিত দাসৰ লগত থাকে প্ৰাৰ্থী জলেন দৈমাৰী।

এইবাৰ পদুম ফুল মানে ট্ৰেক্টৰ, ট্ৰেক্টৰ মানে পদুম বুলি উল্লেখ কৰে মন্ত্ৰী ৰঞ্জিত দাসে।

মূল্যবৃদ্ধি সম্পৰ্কেও মত প্ৰকাশ ৰঞ্জিত দাসে কয় যে এয়া এতিয়া সৰ্বভাৰতীয় সমস্যা।

Recent News

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

কংগ্ৰেছ নেতাৰ অধিক প্ৰশংসা! ৰাজস্থানৰ পাঠ্যপুথিত নিষিদ্ধ কৰা হ’ল কংগ্ৰেছৰ অৱদান সম্পৰ্কে থকা পাঠ

কংগ্ৰেছ নেতাৰ অধিক প্ৰশংসা! ৰাজস্থানৰ পাঠ্যপুথিত নিষিদ্ধ কৰা হ’ল কংগ্ৰেছৰ অৱদান সম্পৰ্কে থকা পাঠ

মাজনিশা ঘুমন্ত শ্ৰমিকক গাড়ীৰে মহতিয়াই নিলে মাতাল চালকে; নিমিষতে ৰক্তাক্ত ৰাজধানীৰ ফুটপাথ

মাজনিশা ঘুমন্ত শ্ৰমিকক গাড়ীৰে মহতিয়াই নিলে মাতাল চালকে; নিমিষতে ৰক্তাক্ত ৰাজধানীৰ ফুটপাথ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd