• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

এতিয়াও মুকলিকৈ টিঘিলঘিলাই ফুৰিছে সিদ্ধাৰ্থ শৰ্মাক সুৰক্ষা দিব বিচৰা তাৰছেম মিট্টাল!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 25, 2025 8:57 am
106
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কাৰ আশীৰ্বাদপুষ্ট হৈ এতিয়াও সুৰক্ষিত অৱস্থাত আছে জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা। কেইদিনমানৰ পূৰ্বে অসমৰ এজন জ্যেষ্ঠ সাংবাদিক শিৱাণু বৰাই সামাজিক মাধ্যমত ২০ ছেপ্টেম্বৰত গৰিমা শইকীয়া গাৰ্গে দিয়া ভিডিঅ’ সংক্ৰান্তত কিছু কথা কৈছিল।

বৰাই ফেচবুকযোগে লিখিছিল- ‘আমি শনিবাৰে জুবিনৰ ঘৰত উপস্থিত হোৱাৰ পূৰ্বে গৰিমাৰ ওচৰলৈ গৈছিল ৰাজ্যৰ দুগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়া । জুবিনৰ অনুৰাগীৰ নামত এচামে উদ্ভণ্ডালি সৃষ্টি কৰা বাবে এই আৰক্ষী বিষয়া দুগৰাকীয়ে গৰিমাক সকলোকে শান্তিৰে থাকিবলৈ আহ্বান জনাই এটা ভিডিঅ‘ প্ৰস্তুত কৰি সামাজিক মাধ্যমত দিবলৈ পৰামৰ্শ দিয়ে । এটা সময়ত আৰক্ষী বিষয়া দুগৰাকী গৰিমাৰ ওচৰৰ পৰা ওলাই গৈছিল । ইয়াৰ পিছত যেতিয়া গৰিমাই ভিডিঅ’টো ৰেকৰ্ডিং কৰিবলৈ লৈছিল তেতিয়া অনা অসমীয়া এগৰাকী ব্যক্তিয়ে গৰিমাক সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে দিয়া গোচৰ উঠাই ল’বলৈও ভিডিঅ’টোত ক’বলৈ কয় । জুবিনৰ সৈতে দীৰ্ঘদিন পাৰ কৰা এই অনা অসমীয়া ব্যক্তিজনে কোৱা বাবেই গৰিমাইও ভিডিঅ’টোত সিদ্ধাৰ্থ শৰ্মাৰ হকে কথাখিনি সংযুক্ত কৰি দিলে । আৰু তাৰ পিছতেই ভিডিঅ’টো জুবিন গাৰ্গৰ ফেচবুক পেজত আপলোড কৰি দিলে শেহতীয়াকৈ জনপ্ৰিয় হোৱা এখন ছবিৰ এগৰাকী প্ৰযোজকে । হয়তো জুবিনৰ পেজত দিলে অধিক লোকে এই ভিডিঅ’টো চাব বুলি ভাবিয়েই এই কামটো কৰা হৈছিল । কিন্তু ভিডিঅ’টো আপলোড হোৱাৰ পিছত গৰিমাৰ বিৰুদ্ধে সামাজিক মাধ্যমত আৰম্ভ হৈ গ’ল কিছুমান নিকৃষ্ট প’ষ্ট । অনা অসমীয়া সেই ব্যক্তিজনে গৰিমাক ভিডিঅ’টোত সিদ্ধাৰ্থ শৰ্মাৰ হকে কথাখিনি সংযুক্ত কৰিবলৈ নিদিয়াহেঁতেন হয়তো গৰিমাক লৈ চৰিত্ৰহননকে ধৰি তেওঁৰ বিৰুদ্ধে এচামে দিয়া প’ষ্টবোৰ আমি নেদেখিলোহেঁতেন । এতিয়া প্ৰশ্ন হৈছে এই অনা অসমীয়া ব্যক্তিজনে কিয় গৰিমাক সিদ্ধাৰ্থ শৰ্মাৰ হকে গৰিমাক কথাখিনি ক’বলৈ কৈছিল ? সেই সময়ত ছিংগাপুৰত থকা সিদ্ধাৰ্থ শৰ্মাই এই অনা অসমীয়া ব্যক্তিগৰাকীক তেনেকৈ গৰিমাক কোৱাবলৈ বাৰু কৈছিল নেকি ? ছিংগাপুৰত থকা চৰিত্ৰই গুৱাহাটীত থকা এই অনা অসমীয়া ব্যক্তিজনক সকলো কাম এনেদৰে পৰিচালনা কৰি থাকিবলৈ কৈছিল নেকি ? এয়াও আন এক ৰহস্যজনক প্ৰশ্ন ।’

Apply Now

শেহতীয়া এই সিদ্ধাৰ্থ শৰ্মাক বচাবলৈ চেষ্টা কৰা ৰহস্যময় লোকজনৰ নাম সদৰী কৰিছে সাংবাদিক শিৱাণু বৰাই। এক টেলিভিশ্যন সাক্ষাৎকাৰত সেই ব্যক্তিজন তাৰছেম মিট্টাল বুলি বৰাই উল্লেখ কৰে। কিন্তু ইতিমধ্যে গোচৰ ৰুজু হোৱা এজন অভিযুক্তক সুৰক্ষা প্ৰদান কৰাৰ অভিযোগ উঠা তাৰছেম মিট্টাল এতিয়া মুকলিকৈ ঘূৰি ফুৰিছে। তাৰছেমক জুবিন গাৰ্গৰ অন্ত্যোষ্টিক্ৰিয়াটো দেখা গৈছিল যদিও আজিকোপতি তাৰছেমক সিদ্ধাৰ্থৰ অৱস্থিতিৰ বিষয়ে CID-ৰ তদন্তকাৰী দলে সোধা-পোছা কৰা দেখা গ’ল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

October 12, 2026 9:15 pm
“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

October 12, 2026 8:00 pm
গণতন্ত্ৰৰ বাবে প্রতিষ্ঠানৰ ওপৰত আস্থা কিমান গুৰুত্বপূৰ্ণ?

গণতন্ত্ৰৰ বাবে প্রতিষ্ঠানৰ ওপৰত আস্থা কিমান গুৰুত্বপূৰ্ণ?

October 12, 2026 7:00 pm
সঞ্জীৱ নাৰায়ণৰ ভাইৰেল ফোনালাপক লৈ ৰহস্য অব্যাহত! স্পষ্টীকৰণক লৈ প্ৰশ্ন সাংবাদিক সুশীল পাটোৱাৰীৰ

সঞ্জীৱ নাৰায়ণৰ ভাইৰেল ফোনালাপক লৈ ৰহস্য অব্যাহত! স্পষ্টীকৰণক লৈ প্ৰশ্ন সাংবাদিক সুশীল পাটোৱাৰীৰ

October 12, 2026 6:12 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

October 12, 2026 9:15 pm
“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

October 12, 2026 8:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd