• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, March 1, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰাষ্ট্ৰীয় যক্ষ্মা দূৰীকৰণ আঁচনিৰ অধীনত গোৱালপাৰাত সজাগতা সমদল

NE NOW NEWS নীলমণি শৰ্মা
গোৱালপাৰা , January 20, 2021 4:40 pm

1 min read

ৰাষ্ট্ৰীয় যক্ষ্মা দূৰীকৰণ আঁচনিৰ অধীনত গোৱালপাৰাত সজাগতা সমদল

উৎস-ইণ্টাৰনেট

237
VIEWS
Share on FacebookShare on Twitter

ৰাষ্ট্ৰীয় যক্ষ্মা দূৰীকৰণ আঁচনিৰ অধীনত গোৱালপাৰা জিলা যক্ষ্মা কেন্দ্ৰৰ উদ্যোগত দুধনৈত মঙলবাৰে এক যক্ষ্মা সজাগতামূলক সমদল উলিওৱা হয়।

‘যক্ষ্মা হাৰিব, দেশ জিকিব’ শীৰ্ষক শ্লোগানেৰে এই সমদল উলিওৱা হয়।

যক্ষ্মা ৰোগ সন্দৰ্ভত ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ লক্ষ্যৰেই উলিওৱা এই সমদল দুধনৈ এফ আৰ ইউ হাস্পাতালৰ চৌহদৰ পৰা আৰম্ভ কৰি ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে দুধনৈ চাৰিআলি হৈ পুনৰ দুধনৈ এফ আৰ ইউ হাস্পতাল চৌহদলৈ আহি সমাপ্ত হয়।

সমদলত স্বাস্থ্য কৰ্মী তথা স্বাস্থ্য বিভাগৰ বিষয়া-কৰ্মচাৰীসকলৰ উপৰি বিভিন্ন জনগোষ্ঠীয় কৃষ্টি দলে অংশগ্ৰহণ কৰে।

ইয়াৰ পাছতে দুধনৈৰ এফ আৰ ইউ চিকিৎসালয়ত এখন সজাগতা সভা অনুষ্ঠিত হয়।

ৰাজ্যৰ স্বাস্থ্য সেৱা সঞ্চালকালয়ৰ অতিৰিক্ত সঞ্চালক তথা ৰাজ্য যক্ষ্মা কাৰ্যক্ৰম বিষয়া নয়নজ্যোতি দাসৰ সভাপতিত্বত অনুষ্ঠিত হয় যক্ষ্মা দূৰীকৰণৰ এই সজাগতা সভা।

জিলা যক্ষ্মা বিষয়া জনবীৰ দাসে এই সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে। এই সভাতে যক্ষ্মাৰোগ চিনাক্তকৰণত দিনে নিশাই অতন্দ্ৰ প্ৰহৰীৰ দৰে কাম কৰি থকা জিলাখনৰ মাটিয়া আৰু ৰংজুলি চিকিৎসালয়ৰ লেবেৰটৰী টেকনেচিয়ান ক্ৰমে মিজানুৰ ৰহমান আৰু মোজাম্মিল হকক একোখনকৈ ফুলাম গামোচা আৰু এটা জাপিৰে বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়।

Recent News

index.jpg12

এসপ্তাহ ধৰি মৰিগাঁৱত দুই কলেজীয়া ছাত্ৰী নিৰুদ্দেশ : চাঞ্চল্যৰ সৃষ্টি সমগ্ৰ জিলাখনত

সাগৰত জাঁপ দিয়াৰ পাছত এইবাৰ ভাইৰেল হ’ল ৰাহুল গান্ধীৰ ‘পুশ্ব-আপ’ৰ ভিডিঅ’

সাগৰত জাঁপ দিয়াৰ পাছত এইবাৰ ভাইৰেল হ’ল ৰাহুল গান্ধীৰ ‘পুশ্ব-আপ’ৰ ভিডিঅ’

https _cdn.cnn.com_cnnnext_dam_assets_210226001020-palace-of-justice-malaysia-file

সমকামীৰ যৌনতা নিষিদ্ধকৰণৰ বিৰুদ্ধে শীৰ্ষ আদালতত এগৰাকী মুছলমান সমকামীৰ ঐতিসাহিক বিজয়

৭৮ সংখ্যক গ’ল্ডেন গ্ল’ব বঁটা ২০২১ : উজলিল ‘নমাডলেণ্ড’ আৰু ‘বৰাত’

৭৮ সংখ্যক গ’ল্ডেন গ্ল’ব বঁটা ২০২১ : উজলিল ‘নমাডলেণ্ড’ আৰু ‘বৰাত’

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd