• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চাপৰ চাহ বাগিচাত আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয় স্থাপনত বাধা বাগিচা কৰ্তৃপক্ষৰ

আছাৰ ধুবুৰী জিলা সমিতিয়ে ৰাইজৰ সহযোগত নিজাববীয়াকৈ আৰম্ভ কৰিলে আদৰ্শ বিদ্যালয় নিৰ্মাণৰ কাম

তিলক চন্দ্ৰ প্ৰসাদ, চাপৰ by তিলক চন্দ্ৰ প্ৰসাদ, চাপৰ
December 25, 2021 2:39 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যৰ ১১৯খন চাহ বাগিচাত আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয় নিৰ্মাণৰ বাবে অসম চৰকাৰে লোৱা পদক্ষেপৰ অংশ অনুসৰি যোৱা ২০২০ চনৰ ২ নৱেম্বৰত চাপৰ চাহ বাগিচাৰ বীৰচা মুণ্ডা ষ্টেডিয়ামৰ সমীপত বিলাসীপাৰা পূব সমষ্টিৰ তদানীন্তন বিধায়ক অশোক কুমাৰ সিংহীয়ে ধুবুৰীৰ উপায়ুক্তৰ উপস্থিতিত বিদ্যালয় নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰিছিল।

কিন্তু আধাৰশিলা স্থাপনৰ পিছৰে পৰা চাপৰ চাহ বাগিচা কৰ্তৃপক্ষই ৰহস্যজনক কাৰণত উক্ত স্থানত বিদ্যালয় নিৰ্মাণত বাৰম্বাৰ বাধা দি থকাত লোক নিৰ্মাণ বিভাগ তথা সংশ্লিষ্ট ঠিকাদাৰজনে প্ৰায় কোটি টকীয়া বিদ্যালয়খনৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিব পৰা নাই।

Apply Now

উক্ত স্থানতে বিদ্যালয়খন নিৰ্মাণৰ বাবে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা(আছা)ৰ কেন্দ্ৰীয় উপ সভাপতি ৰেজান হৰই মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি তেওঁৰ হস্তক্ষেপ কামনা কৰিছিল।

লগতে আছাৰ ধুবুৰী জিলা সমিতিয়ে এই সন্দৰ্ভত কে’বাবাৰো ধুবুৰীৰ উপায়ুক্তকো সাক্ষাৎ কৰে।কিন্ত বিদ্যালয় নিৰ্মাণৰ কামটো বিভাগীয়ভাবে আজিলৈকে আৰম্ভ নোহোৱাত আছাৰ ধুবুৰী জিলা সমিতিয়ে উল্লিখিত স্থানতে চাপৰ চাহ বাগিচাৰ আদিবাসী ৰাইজৰ সহযোগত নিজাববীয়াকৈ আদৰ্শ বিদ্যালয় নিৰ্মাণৰ কাম আনুষ্ঠানিকভাৱে আৰম্ভ কৰে।
আছাৰ কেন্দ্ৰীয় উপ-সভাপতি ৰেজান হৰ’ই আজি পুৱা প্ৰায় ১১বজাত উল্লিখিত স্থানতে বিদ্যালয় নিৰ্মাণৰ কামৰ শুভাৰম্ভ কৰে।
সাংবাদিকৰে হোৱা বাৰ্তালাপত আছা নেতা ৰেজান হৰই কয় যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু ধুবুৰীৰ উপায়ুক্ত অন্বমুথন এম পিৰ আশীৰ্বাদ মূৰত লৈ আছাই ৰাইজৰ সহযোগত আজিৰে পৰা বিদ্যালয় নিৰ্মাণৰ কাম হাতত লৈছে।

হৰই লগতে কয় ”আমি ইয়াত মদৰ দোকান খুলিবলৈ অহা নাই কিম্বা মাওবাদীৰ প্ৰশিক্ষণ কেন্দ্ৰও খুলিবলৈ অহা নাই।আদিবাসী সমাজত শিক্ষাৰ পৰিবেশ গঢ়ি উঠাৰ বাবে বিদ্যালয়হে নিৰ্মাণ কৰিবলৈ আগবাঢ়িছো”।

লগতে তেওঁ আছাৰ এক নিৰৱচ্ছিন্ন আন্দোলৰ পৰিণতিত লাভ কৰা এই চৰকাৰী আদৰ্শ বিদ্যালয়খন স্থাপনত ষৰযন্ত্ৰমূলকভাবে বাধা প্ৰদান কৰা বাগিচাখনৰ মালিক তথা আজ্ঞাবাহী মেনেজাৰজনক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিবলৈও চৰকাৰক দাবী জনায়।

ধুবুৰী জিলা আছাৰ সভাপতি গুলাপ চিক ব্ৰাইকে আঁত ধৰা এই আধাৰশিলা স্থাপন অনুষ্ঠানত ধুবুৰী জিলা আছাৰ সাধাৰণ সম্পাদক ৰাজেশ কুজুৰ , গাওঁ বুঢ়া চিমন বাগে , পঞ্চায়ত সভাপতি জুণুল বাগে , পুষ্পেশ্বৰ হৰো , প্ৰমুখ্যে কেবা গৰাকী বিশিষ্ট ব্যক্তি , আছা ৰ সদশ্য আৰু কণ কণ ছাত্ৰ ছাত্ৰী উপস্থিত থাকি এই কামৰ প্ৰতি শলাগ লয় । আৰু কোনো ধৰণৰ যাতে বাধাৰ সৃষ্টি নহয় তাৰো কামনা কৰে।

তিলক চন্দ্ৰ প্ৰসাদ, চাপৰ

তিলক চন্দ্ৰ প্ৰসাদ, চাপৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নগাঁৱৰ প্ৰাক্তন DC দেৱাশীষ শৰ্মাৰ বিৰুদ্ধে উচ্চস্তৰীয় তদন্তৰ দাবী ৰকিবুল হুছেইনৰ

নগাঁৱৰ প্ৰাক্তন DC দেৱাশীষ শৰ্মাৰ বিৰুদ্ধে উচ্চস্তৰীয় তদন্তৰ দাবী ৰকিবুল হুছেইনৰ

September 4, 2026 4:02 pm
চিকিৎসা বিজ্ঞানৰ যুগান্তকাৰী অগ্ৰগতি; গাহৰিৰ কিডনি লৈ ২৭১ দিন জীয়াই থাকিল এগৰাকী ব্যক্তি

চিকিৎসা বিজ্ঞানৰ যুগান্তকাৰী অগ্ৰগতি; গাহৰিৰ কিডনি লৈ ২৭১ দিন জীয়াই থাকিল এগৰাকী ব্যক্তি

September 4, 2026 2:49 pm
নিজৰ ভগ্নীকেই বিয়া কৰালে নেকি সাংসদ নিশিকান্ত ডুবেই? সাংবাদিকৰ প্ৰশ্নত স্পষ্ট উত্তৰ নিদি কথা সলালে বিজেপি সাংসদগৰাকীয়ে

নিজৰ ভগ্নীকেই বিয়া কৰালে নেকি সাংসদ নিশিকান্ত ডুবেই? সাংবাদিকৰ প্ৰশ্নত স্পষ্ট উত্তৰ নিদি কথা সলালে বিজেপি সাংসদগৰাকীয়ে

September 4, 2026 2:46 pm
ইছৰোৰ বৃহৎ সফলতা! ভাৰতৰ মহাকাশ গৱেষণাৰ দিশত সংযোজন হ’ল আন এক ঐতিহাসিক কৃতিত্ব

ইছৰোৰ বৃহৎ সফলতা! ভাৰতৰ মহাকাশ গৱেষণাৰ দিশত সংযোজন হ’ল আন এক ঐতিহাসিক কৃতিত্ব

September 4, 2026 1:12 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নগাঁৱৰ প্ৰাক্তন DC দেৱাশীষ শৰ্মাৰ বিৰুদ্ধে উচ্চস্তৰীয় তদন্তৰ দাবী ৰকিবুল হুছেইনৰ

নগাঁৱৰ প্ৰাক্তন DC দেৱাশীষ শৰ্মাৰ বিৰুদ্ধে উচ্চস্তৰীয় তদন্তৰ দাবী ৰকিবুল হুছেইনৰ

September 4, 2026 4:02 pm
চিকিৎসা বিজ্ঞানৰ যুগান্তকাৰী অগ্ৰগতি; গাহৰিৰ কিডনি লৈ ২৭১ দিন জীয়াই থাকিল এগৰাকী ব্যক্তি

চিকিৎসা বিজ্ঞানৰ যুগান্তকাৰী অগ্ৰগতি; গাহৰিৰ কিডনি লৈ ২৭১ দিন জীয়াই থাকিল এগৰাকী ব্যক্তি

September 4, 2026 2:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd