DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, February 1, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

চাহ জনগোষ্ঠীয় জাতীয় উৎসৱ কৰম পূজাৰ চৰকাৰী বন্ধৰ দাবীত পেঙেৰিত সাংস্কৃতিক প্ৰতিবাদ

মানস প্ৰতিম গগৈ by মানস প্ৰতিম গগৈ
August 29, 2020 7:13 pm
index.jpgaaaa
251
VIEWS
Share on FacebookShare on Twitter

সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থা (আটছা)ই জনগোষ্ঠীটোৰ জাতীয় উৎসৱ কৰম পূজাৰ দিনটো চৰকাৰী বন্ধ ঘোষণা কৰাৰ দাবী জনাই আহিছে।

মাৰ্ঘেৰিটা মহকুমাৰ অন্তৰ্গত পেঙেৰিত চাহ জনজাতি ছাত্ৰ সন্থাৰ তিনিচুকীয়া জিলাৰ সমিতিৰ সহযোগত আৰু পেঙেৰি শাখা সমিতিৰ উদ্যোগত আজি এই দাবীত সাংস্কৃতিক প্ৰতিবাদ সাৱ্যস্ত কৰে আটছা-এ।

জাতীয় সাজ পৰিধান কৰি কৰমডাল হাতত লৈ মাদলৰ চেৱে চেৱে নাচি ছাত্ৰ সংগঠনটোৰ সদস্য সকলে এই প্ৰতিবাদ সাব্যস্ত কৰে৷

ভাদ মাহৰ শুক্লা একদক্ষী তিথিৰ দিনা চাহ জনগোষ্ঠী জাতীয় উৎসৱ কৰম উৎসৱ উপলক্ষে চৰকাৰী বন্ধৰ ঘোষণা কৰাৰ দাবীত এই সাংস্কৃতিক সমদল বাহিৰ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

কৃষি কৰ্মৰ সৈতে জড়িত কৰম পূজাত চৰকাৰী বন্ধৰ মৰ্যাদা দিয়াৰ বাবে দীৰ্ঘদিনীয়া ধৰি ৰাজ্য চৰকাৰক দাবী জনাই আহিছে যদিও চৰকাৰে গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰে ছাত্ৰ-সংগঠনটোৱে।

অনাগত দিনত ৰাজ্য চৰকাৰে চাহ-জনজাতি ছাত্ৰ সন্থাৰ দাবী সমূহ সম্পূৰ্ণ ৰূপে কাৰ্যকৰী নকৰিলে ইয়াতকৈ জংগী আন্দোলন গঢ়ি তুলিব বুলি ৰাজ্য চৰকাৰক হুংকাৰ দিয়ে সংগঠনটোৱে।

Recent News

Massive Fire in Dhanbad

ঝাৰখণ্ডত বহুমহলীয়া অট্টালিকাত ভয়াৱহ অগ্নিকাণ্ড: ১৪ গৰাকীৰ মৃত্যু, আহত ১২ গৰাকী

Siddique Kappan

ন্যায়ালয়ৰ আদেশকো অমান্য! জামিন লাভৰ এমাহ পাছতো কাৰাৰুদ্ধ ছিদ্দিক কাপ্পান

Cancer

কেন্সাৰৰ বিষয়ে জানো আহক

Shanti Bhushan Died

প্ৰাক্তন কেন্দ্ৰীয় আইন মন্ত্ৰী, বিশিষ্ট আইনবিদ শান্তি ভূষণৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd