• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চাহ শ্ৰমিকৰ মজুৰি ৩৫০ টকা কৰাৰ দাবীত বাগিচাই বাগিচাই উত্তাল প্ৰতিবাদ

মানস প্ৰতিম গগৈ/ নিৰ্মলানেন্দু পাঠক by মানস প্ৰতিম গগৈ/ নিৰ্মলানেন্দু পাঠক
January 21, 2020 7:29 pm
IMG-20200121-WA0028

ফটো : নৰ্থ-ইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি অসম চাহ মজদুৰ সংঘৰ আহ্বানত চাহ শ্ৰমিকৰ ন্যায্য প্ৰাপ্তিৰ দাবীত ৰাজ্যজুৰি বাগিচাই বাগিচাই ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে৷

বিজেপি চৰকাৰে চাৰিটা বছৰত ভৰি দিয়াৰ পিছতো আজিলৈকে চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ বিষয়টোত গুৰুত্ব প্ৰদান কৰা পৰিলক্ষিত নহ’ল বুলি অভিযোগ উত্থাপন কৰিছে প্ৰতিবাদী চাহ শ্ৰমিক সকলে৷

Apply Now

চাহ শ্ৰমিকসকলে আজিও দৈনিক ১৬৭ টকা মজুৰিৰে পোহপাল দিব লগীয়া হৈছে পৰিয়াল৷

উল্লেখ্য যে, ২০১৭ চনৰ ৩১ ডিচেম্বৰতে চাহ শ্ৰমিকৰ বেতন চুক্তিৰ ম্যাদ উকলি যায়৷

অসম চাহ মজদুৰ সংঘই ৰাজ্যৰ চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৩৫০ টকালৈ বৃদ্ধি কৰাৰ দাবী উত্থাপন কৰি আহিছে যদিও কোনো গুৰুত্ব নাই সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰৰ৷

চৰকাৰৰ চূড়ান্ত প্ৰতাৰণাৰ প্ৰতিবাদত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাতো আজি বিভিন্ন চাহ বাগিচাত চাহ শ্ৰমিকসকলে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ৷

বিশেষকৈ নামদাং, পাৱৈ, মাকুম, ডিৰক, চেগুনবাৰী, লিডু আৰু দিহিং চাহ বাগিচাত পুৱাই অসম চাহ মজদুৰ সংঘৰ আহ্বানত বাগিচাৰ কাৰ্যালয়ৰ সন্মুখত বিজেপি চৰকাৰ হায় হায়, চাহ শ্ৰমিকৰ দৰমহা ৩৫০ টকা কৰক আদি বিভিন্ন শ্লোগানৰে উত্তাল কৰি তোলে প্ৰতিবাদী চাহ শ্ৰমিক সকলে৷

প্ৰতিবাদৰ অন্তত প্ৰতিবাদী চাহ শ্ৰমিক সকলে প্ৰতিখন চাহ বিগিচাৰ পৰিচালকক স্মাৰক পত্ৰ প্ৰদান কৰি চাহ শ্ৰমিক সকলৰ ন্যায্য দাবী অনতি পলমে ৰূপায়ণৰ দাবী উত্থাপন কৰে৷ অন্যথা অনাগত দিনত তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ প্ৰদান কৰে৷

ব্ৰহ্মপুত্ৰ উপত্যকাৰ চাহ শ্ৰমিক সকলৰ প্ৰতি এইয়া বিজেপি নেতৃত্বাধীন চৰকাৰৰ চৰম বিশ্বাসঘাটকতা বুলি মন্তব্য প্ৰকাশ কৰিছে অসম চাহ মজুদৰ সংঘৰ মাৰ্ঘেৰিটাৰ শাখাৰ সম্পাদক হৰিনন্দ গড়ে৷

ইফালে যোৰহাট জিলাৰ টীয়কতো চাহ শ্ৰমিকসকলে সাব্যস্ত কৰে প্ৰতিবাদ। টীয়ক এ পি পি এল টাটা চাহ বাগিচাত বাগিচাখনৰ উপ কৰ্মচাৰী সকলৰ নেতৃত্বত একঘন্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে।

পূৱা সাত বজাৰ পৰা আৰম্ভ হোৱা ধৰ্ণা কাৰ্যসূচীত কৰ্মচাৰী সকলে চাব ষ্টাফৰ দৰমহা বৃদ্ধি কৰক, বকেয়া ধন আদায় দিয়ক, মালিক পক্ষ হায় হায়, মালিক পক্ষ মিছলীয়া,  এ চি এম এছ জিন্দাবাদ, আমাৰ দাবী ন্যায্য দাবী আদি শ্লোগানেৰে বাগিচাৰ কাৰ্যালয়ৰ সন্মুখ উত্তাল কৰি তোলে।

মানস প্ৰতিম গগৈ/ নিৰ্মলানেন্দু পাঠক

মানস প্ৰতিম গগৈ/ নিৰ্মলানেন্দু পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

July 31, 2026 8:36 am
কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

July 31, 2026 8:36 am
কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd