• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, April 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

জুম ভিডিঅ’ কল বন্ধ কৰিবলৈ পাহৰিলে মহিলা শিক্ষয়িত্ৰীয়ে : তাৰপিছতে ঘটিল অঘটন, কি এই অঘটন?

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , March 31, 2021 11:43 am

2 min read

index
41.7k
VIEWS
Share on FacebookShare on Twitter

এগৰাকী শিক্ষয়িত্ৰীয়ে জুম ভিডিঅ’ কলৰ যোগেদি শিক্ষাৰ্থীক অনলাইন শিক্ষাদান কৰি উঠাৰ পিছতে ঘটিল এক অঘটন।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ দক্ষিণ কেলিফ’ৰ্ণিয়াৰ পাল্মদাল জিলাৰ এখন স্কুলৰ কিম্বাৰ্লি জনছন নামৰ শ্বেতাংগ মহিলা শিক্ষয়িত্ৰীগৰাকীয়ে ১২ বছৰীয়া এগৰাকী কৃষ্ণাংগ শিক্ষাৰ্থীক জুম ভিডিঅ’ কলৰ যোগেদি শিক্ষা দান কৰি আছিল।

শিক্ষয়িত্ৰীগৰাকীয়ে পাঠ শেষ কৰি জুম কলটো বন্ধ কৰা বুলি ভাবি শিক্ষাৰ্থীগৰাকীৰ কৃষ্ণাংগ পৰিয়ালটোক ৩০ মিনিটৰো অধিক সময় ধৰি বৰ্ণবিদ্বেষী তীব্ৰ বাক্যবাণেৰে আক্ৰমণ কৰিবলৈ ধৰে।

শিক্ষয়িত্ৰীগৰাকীয়ে কৃষ্ণাংগ শিক্ষাৰ্থীগৰাকীৰ পৰিয়ালটোৰ বিৰুদ্ধে অতি নিকৃষ্টভাৱে বৰ্ণবিদ্বেষী মন্তব্য কৰি গালি-গালাজ কৰা পৰিলক্ষিত হৈছে। যিসমূহ গালি-গালাজ তথা মন্তব্য মান্য ভাষাত প্ৰকাশ কৰিব নোৱাৰি।

কিম্বাৰ্লি নামৰ শ্বেতাংগ শিক্ষয়িত্ৰীগৰাকীয়ে কৃষ্ণাংগ শিক্ষাৰ্থীগৰাকীৰ পৰিয়ালটোক বৰ্ণবিদ্বেষী মন্তব্যৰে কৰা সকলো গালি-গালাজ জুম ভিডিঅ’ কলত ৰেকৰ্ডিং হৈ থাকে।

ঘটনাটো চলিত বৰ্ষৰ জানুৱাৰিৰ মাহতে সংঘটিত হৈছিল যদিও এতিয়াহে পোহৰলৈ আহিছে।

শিক্ষাৰ্থীগৰাকীৰ মাতৃ কাটুৰা ষ্ট’কছে সমগ্ৰ ভিডিঅ’ ৰেকৰ্ডিঙখিনি ৱাশ্বিংটন পোষ্টৰ হাতত অৰ্পণ কৰাৰ পিছতে সমস্ত ঘটনাটো পোহৰলৈ আহিছে।

ইতিমধ্যে ঘটনাৰ সন্দৰ্ভত কাটুৰা ষ্ট’কছে টেক্সাছ আদালতত অভিযোগ দাখিল কৰিছে।

আনহাতে ঘটনাটো পোহৰলৈ অহাৰ পিছতে ষষ্ঠ গ্ৰেডৰ শ্বেতাংগ শিক্ষয়িত্ৰীগৰাকীক বৰ্ণবিদ্বেষী আচৰণৰ বাবে বিদ্যালয়খনৰ চাকৰি পৰা বৰ্খাস্ত কৰিছে বিদ্যালয়ৰ কৰ্তৃপক্ষই।

Recent News

Margherita

ডুমডুমাৰ সাংবাদিক মনোজ বৰুৱালৈ সলিল নেওগ সোঁৱৰণী প্ৰতিশ্ৰুতিসম্পন্ন যুৱ সাংবাদিকতা বঁটা

Ashokatami

কোভিড নিগেটিভ হ’লেহে কৰিব পাৰিব অশোকাষ্টমী স্নান : জিলা প্ৰশাসনৰ কঠোৰ নিৰ্দেশ

Kaziranga

কাজিৰঙাৰ কহঁৰা নদীৰ পাৰত সমন্বয়ৰ উদ্যোগত সাংবাদিকৰ মুকলি বিহু সম্পন্ন

Biswanath

বিশ্বনাথত ভয়ংকৰ পথ দুৰ্ঘটনা : মহিলাসহ ৮ যাত্ৰী গুৰুতৰভাৱে আহত

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd