DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 19, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home দেশ

শিক্ষকৰ নামত কলংক: নাবালিকাক যৌন নিৰ্যাতন চলাই গ্ৰেপ্তাৰ হ’ল শিক্ষক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 7, 2022 8:32 pm
Bishwanath
147
VIEWS
Share on FacebookShare on Twitter

সমাজক পোহৰৰ পথ দেখুওৱা, নৱজাগৰণৰ পথ দেখুওৱা শিক্ষক বৃত্তিত কলঙ্ক সানিলে এজন শিক্ষকে। এগৰাকী ৪ ৰ্থ শ্ৰেণীৰ ছাত্ৰীক যৌন নিৰ্যাতন চলাই ৰঙা ঘৰৰ অতিথি হ’বলগীয়া হৈছে এইগৰাকী ভণ্ড শিক্ষক।

হায়দৰাবাদৰ চাত্ৰিনাকা অঞ্চলৰ এই স্কুল শিক্ষক গৰাকীয়ে শনিবাৰে নাবালিকা গৰাকীক যৌন নিৰ্যাতনৰ অপচেষ্টা চলায়।

ভুক্তভোগী ছাত্ৰী গৰাকীয়ে শনিবাৰে পুৱা ৮ বজাত বিদ্যালয়ত উপস্থিত হয়। ছাত্ৰী গৰাকী বিদ্যালয়ত উপস্থিত হোৱাৰ মুহূৰ্তত শ্ৰেণীৰ আন ছাত্ৰ-ছাত্ৰী বিদ্যালয়ত উপস্থিত হোৱা নাছিল।

শ্ৰেণীকোঠাত অকলে থকা ছাত্ৰীগৰাকীক হঠাতে অভিযুক্ত শিক্ষকজনে গাৰ কাপোৰ আঁতৰাবলৈ চেষ্টা চলায় বুলি অভিযোগ উত্থাপন হৈছে।

অভিযুক্ত শিক্ষক জনে আনকি নাবালিকা গৰাকীয়ে এই নিৰ্যাতনৰ পৰা মুকলি হ’বৰ বাবে চিঞৰাৰ বাবে নাবালিকা গৰাকীক মাৰ-পিটো কৰে।

অৱশেষত বিদ্যালয়ৰ আন কৰ্মচাৰী ঘটনাস্থলীত উপস্থিত হৈ নাবালিকা ছাত্ৰী গৰাকীক উদ্ধাৰ কৰে।

আনহাতে নাবালিকা গৰাকীৰ পৰিয়ালে এই সন্দৰ্ভত অভিযোগ কৰাৰ বাবে বিদ্যালয় কৰ্তৃপক্ষৰ পৰা সতৰ্কবাণীৰ সন্মুখীন হোৱা বুলিও জানিব পৰা গৈছে।

ইতিমধ্যে আৰক্ষীয়ে অভিযুক্ত শিক্ষক জনেক গ্ৰেপ্তাৰ কৰি নিজৰ জিম্মাত লৈছে।

তেওঁৰ বিৰুদ্ধে যৌন অপৰাধৰ পৰা শিশুৰ সুৰক্ষা (POCSO) আইন, কিশোৰ ন্যায় আইন আৰু ভাৰতীয় দণ্ডবিধি উলংঘা কৰাৰ অভিযোগ আৰোপ কৰা হৈছে।

Recent News

Russia-Ukraine war

মাৰিঅ’পোলত কেৱল এসপ্তাহত আত্মসমৰ্পণ কৰিছে ১,৭৩০ জন ইউক্ৰেনীয়ান সৈন্যই! দাবী ৰাছিয়াৰ

Monkeypox: যৌন সম্পৰ্কৰেও বিয়পিব পাৰে মাঙ্কিপক্স; বিশেষজ্ঞসকলে কৰিলে সতৰ্ক

Monkeypox: যৌন সম্পৰ্কৰেও বিয়পিব পাৰে মাঙ্কিপক্স; বিশেষজ্ঞসকলে কৰিলে সতৰ্ক

Krishna Janmabhoomi case

কৃষ্ণ জন্মভূমিত মছজিদ বিতৰ্ক: শ্বাহি ইদগাহ মছজিদ আঁতৰাবলৈ কৰা আবেদন দাখিলত অনুমতি আদালতৰ

টকাৰ মূল্যত বৃহৎ পতন; প্ৰতি আমেৰিকান ডলাৰত হ’লগৈ ৭৭.৭২ টকা

টকাৰ মূল্যত বৃহৎ পতন; প্ৰতি আমেৰিকান ডলাৰত হ’লগৈ ৭৭.৭২ টকা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd