DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, June 29, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কৰ্মচাৰীৰ ৰোষত চৰকাৰ! এইবাৰ অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ উদ্যোগত ৰাজ্যজুৰি প্ৰতিবাদ শিক্ষকৰ

প্ৰাথমিক শিক্ষকৰ গোলাঘাট জিলা গোটৰ প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্য্যালয় ঘেৰাও

মীনাক্ষী ফুকন by মীনাক্ষী ফুকন
February 20, 2021 2:23 pm
a kk12
206
VIEWS
Share on FacebookShare on Twitter

মাত্ৰ এমুঠিমান হিতাধিকাৰী সৃষ্টিৰে ৰাজ্যৰ তিনিকোটিৰো ওপৰৰ লোকৰ আগত ফিতাহি মাৰি থকা বিজেপি নেতৃত্বাধীন চৰকাৰ খনৰ বিৰুদ্ধে এতিয়া জাগি উঠিছে খোদ চৰকাৰী কৰ্মচাৰী।

জিলা প্রশাসনৰ কৰ্মচাৰীৰ আন্দোলনৰ পিছত এইবাৰ  অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ উদ্যোগত আজি সমগ্ৰ ৰাজ্যজুৰি প্ৰাথমিক শিক্ষক গোটে গ্ৰহণ কৰিছে এক প্ৰতিবাদী কাৰ্যসূচী।

মূলতে প্ৰাথমিক বিদ্যালয় প্ৰধান শিক্ষকৰ পদ সৃষ্টি আৰু শিক্ষকৰ পৰা কাঢ়ি নিয়া ৮৭০০ টকা গ্ৰেড ‘পে ঘুৰাই দিয়াৰ এই দুটা মূল দাবীৰে প্ৰাথমিক শিক্ষক গোটে গোলাঘাট জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্য্যালয় ঘেৰাও কাৰ্য্যসূচীৰে প্ৰতিবাদ সাব্যস্ত কৰে l

প্ৰাথমিক বিদ্যালয় প্ৰধান শিক্ষকৰ পদ সৃষ্টি , স্নাতক শিক্ষকৰ পৰা লোৱা গ্ৰেড’পে ঘুৰাই দিয়াৰ দাবী সম্বলিত বিভিন্ন শ্ল’গানেৰে উত্তাল কৰে প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্য্যালয় চৌহদ l

চৰকাৰক শীঘ্ৰে শিক্ষকৰ দাবী সমূহ মানি লবলৈ দাবী প্ৰতিবাদকাৰীৰ ।

Recent News

Agnipath Scheme: অগ্নিপথৰ বিৰোধিতা; টীয়কত প্ৰতিবাদ সাব্যস্ত কৰিলে কংগ্ৰেছে

Agnipath Scheme: অগ্নিপথৰ বিৰোধিতা; টীয়কত প্ৰতিবাদ সাব্যস্ত কৰিলে কংগ্ৰেছে

Sensational Murder: বঢ়মপুৰৰ মাজপুটনিত চাঞ্চল্যকৰ হত্যাকাণ্ড; বিশেষভাবে সক্ষম মহিলাক ডিঙি কাটি হত্যা

Sensational Murder: বঢ়মপুৰৰ মাজপুটনিত চাঞ্চল্যকৰ হত্যাকাণ্ড; বিশেষভাবে সক্ষম মহিলাক ডিঙি কাটি হত্যা

Tips to Relieve Frustration: আপুনিও হতাশাৰ সৈতে যুঁজিছে নেকি? ইয়াৰ সমাধানৰ উপায় জানিব বিচাৰে নে?

Tips to Relieve Frustration: আপুনিও হতাশাৰ সৈতে যুঁজিছে নেকি? ইয়াৰ সমাধানৰ উপায় জানিব বিচাৰে নে?

New GST Rule: পেকেট যুক্ত চাউল, আটা, পনীৰ, দৈ, গুৰ, কি কি বস্তুৰ দাম বৃদ্ধি হ’ব?

New GST Rule: পেকেট যুক্ত চাউল, আটা, পনীৰ, দৈ, গুৰ, কি কি বস্তুৰ দাম বৃদ্ধি হ’ব?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd