• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, November 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বোকাখাতত ধনশিৰি নদীত বন্ধুৰ সৈতে গা ধুবলৈ গৈ কিশোৰ নিখোজ

উত্তম শইকীয়া by উত্তম শইকীয়া
April 11, 2020 3:45 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ল’কডাউন চলি থকাৰ মাজতে আজি বোকাখাত মহকুমাৰ বিহৰা চাহ বাগিচাৰ ১২ নম্বৰ লাইনৰ সমীপৰ ধনশিৰি নদীত গা ধুবলৈ গৈ এজন কিশোৰ নিখোজ হোৱা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

কিশোৰজনক অঞ্চলটোৰ কুঁহিয়াৰ বাৰী গাঁৱৰ ৰাজু তাঁতীৰ পুত্ৰ অজিত তাঁতী বুলি জানিব পৰা গৈছে।

Apply Now

প্ৰাপ্ত তথ্য মতে আন ৭ জন বন্ধুৰ লগত ধনশিৰি নদীত গা ধুবলৈ গৈ নৈৰ বুকুত নিখোজ হয় অজিত তাঁতী। পানীত নামি গা ধুবলৈ যোৱা অজিত পানীত বুৰ গৈ ওলায় নহাত লগৰ কিশোৰসকলে তেওঁক উদ্ধাৰৰ চেষ্টা চলাই যদিও বিফল হয়।

পিছত তেওঁলোকে গৈ ঘৰত খবৰ দিয়াত অজিতৰ সন্ধানত ধনশিৰি বুকুত স্থানীয় লোকে অভিযান আৰম্ভ কৰে। ইফালে বোকাখাত আৰক্ষীৰ লগতে গোলাঘাটৰ পৰা অহা এছ ডি আৰ এফ বাহিনীয়েও অভিযান চলাই আছে যদিও বাতৰি যুগুত কৰা সময়লৈকে অজিতৰ কোনো সন্ধান পোৱা নাই।

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

দিল্লীত মমতা বেনাৰ্জীৰ হুংকাৰ! ‘ভোট চুৰি, য়েছ পাপা’ শ্লোগানেৰে উত্তাল ৰামলীলা ময়দান

দিল্লীত মমতা বেনাৰ্জীৰ হুংকাৰ! ‘ভোট চুৰি, য়েছ পাপা’ শ্লোগানেৰে উত্তাল ৰামলীলা ময়দান

November 1, 2026 5:32 pm
ভোটাৰ পঞ্জীয়নত ব্যাপক বিসংগতি: উত্তৰ প্ৰদেশত ৮০৬ গৰাকী কম্পিউটাৰ সহায়কৰ ব্যৱহাৰিক অধিকাৰ কাঢ়িলে নিৰ্বাচন আয়োগে

ভোটাৰ পঞ্জীয়নত ব্যাপক বিসংগতি: উত্তৰ প্ৰদেশত ৮০৬ গৰাকী কম্পিউটাৰ সহায়কৰ ব্যৱহাৰিক অধিকাৰ কাঢ়িলে নিৰ্বাচন আয়োগে

November 1, 2026 4:48 pm
বিজেপিয়ে জোৰকৈ দোকান-পোহাৰ বন্ধ কৰিছে! ৰামলীলা ময়দানৰ প্ৰতিবাদৰ মাজতে ব্যৱসায়িক লোকচানক লৈ ৰাহুল গান্ধীৰ গুৰুতৰ অভিযোগ

বিজেপিয়ে জোৰকৈ দোকান-পোহাৰ বন্ধ কৰিছে! ৰামলীলা ময়দানৰ প্ৰতিবাদৰ মাজতে ব্যৱসায়িক লোকচানক লৈ ৰাহুল গান্ধীৰ গুৰুতৰ অভিযোগ

November 1, 2026 3:40 pm
গুৱাহাটীৰ হোটেল বিলাস ইন-ৰ গুলীচালনাৰ ঘটনাৰ তদন্তকাৰী এছ আই টিৰ তিনিজন সদস্যক বদলি

গুৱাহাটীৰ হোটেল বিলাস ইন-ৰ গুলীচালনাৰ ঘটনাৰ তদন্তকাৰী এছ আই টিৰ তিনিজন সদস্যক বদলি

November 1, 2026 2:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লীত মমতা বেনাৰ্জীৰ হুংকাৰ! ‘ভোট চুৰি, য়েছ পাপা’ শ্লোগানেৰে উত্তাল ৰামলীলা ময়দান

দিল্লীত মমতা বেনাৰ্জীৰ হুংকাৰ! ‘ভোট চুৰি, য়েছ পাপা’ শ্লোগানেৰে উত্তাল ৰামলীলা ময়দান

November 1, 2026 5:32 pm
ভোটাৰ পঞ্জীয়নত ব্যাপক বিসংগতি: উত্তৰ প্ৰদেশত ৮০৬ গৰাকী কম্পিউটাৰ সহায়কৰ ব্যৱহাৰিক অধিকাৰ কাঢ়িলে নিৰ্বাচন আয়োগে

ভোটাৰ পঞ্জীয়নত ব্যাপক বিসংগতি: উত্তৰ প্ৰদেশত ৮০৬ গৰাকী কম্পিউটাৰ সহায়কৰ ব্যৱহাৰিক অধিকাৰ কাঢ়িলে নিৰ্বাচন আয়োগে

November 1, 2026 4:48 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd