• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অসমৰ তেজস্বীনিয়ে প্ৰত্যক্ষ কৰিব ‘চন্দ্ৰযান-২’ ৰ অৱতৰণৰ দৃশ্য

NE NOW NEWS মানস প্ৰতিম গগৈ
মাৰ্ঘেৰিটা , September 2, 2019 9:15 am

1 min read

অসমৰ তেজস্বীনিয়ে প্ৰত্যক্ষ কৰিব ‘চন্দ্ৰযান-২’ ৰ অৱতৰণৰ দৃশ্য
4k
VIEWS
Share on FacebookShare on Twitter

ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই প্ৰক্ষেপণ কৰা চন্দ্ৰযান-২ য়ে প্ৰায় ৩,৮৪,৪০০০ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰি ৭ ছেপ্তেম্বৰত চন্দ্ৰৰ দক্ষিণ প্ৰান্তত প্ৰৱেশ কৰিব।

চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰিবলগীয়া ‘চন্দ্ৰযান-২’ৰ সমগ্ৰ দৃশ্য দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে একেলগে প্ৰত্যক্ষ কৰাৰ বাবে ‘ইছৰো’ৰ পৰা নিমন্ত্ৰণ লাভ কৰিছে তিনিচুকীয়াৰ তেজস্বীনি গজুৰেলে।

মেধাৱী ছাত্ৰী তেজস্বীনি গজুৰেল হ’ল জিলাখনৰ প্ৰাক্ ঐতিহাসিক শদিয়াৰ অন্তৰ্গত চূণপুৰা সৰুধনীয়া গাঁৱৰ নিবাসী পদ্মনাথ গজুৰেল আৰু কবিতা গজুৰেলৰ জীয়ৰী।

বৰ্তমান অৰুণাচল প্ৰদেশত চিকিৎসক হিচাপে কৰ্মৰত পদ্মৰাজ গজুৰেল আৰু কবিতা গজুৰেলৰ কন্যা তথা অৰুণাচল প্ৰদেশৰ নিৰজুলীস্থিত কেন্দ্ৰীয় বিদ্যালয়ৰ (নেৰিষ্ট) অষ্টম শ্ৰেণীৰ ছাত্ৰী তেজস্বীনী গজুৰেলে অহা ৭ ছেপ্টেম্বৰত বেংগাৰুলৰ ইছৰোৰ সদৰৰ পৰা চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰিবলগীয়া চন্দ্ৰযান-২ ৰ অৱতৰণৰ সমগ্ৰ দৃশ্যৰ সাক্ষী হৈ ৰব।

প্ৰধান মন্ত্ৰীৰ সৈতে একেলেগে মেধাৱী ছাত্ৰী গৰাকীয়ে চন্দ্ৰযান-২ ৰ সমগ্ৰ অৱতৰণৰ দৃশ্য উপভোগ কৰিবলৈ সুযোগ লাভ কৰাৰ খবৰে পৰিয়ালৰ লোক আৰুশদিয়াবাসীৰ লগতে অৰুণাচলবাসী ৰাইজক অধিক আনন্দিত কৰি তুলিছে।

তাৰোপৰি চেৰাপুঞ্জীৰ ৰামকৃষ্ণ মিছনৰ ছাত্ৰ ৰিৱাইট ফাৱাৰেও ‘চন্দ্ৰযান-২’ৰ অৱতৰণৰ দৃশ্য প্ৰত্যক্ষ কৰিবলৈ নিমন্ত্ৰণী লাভ কৰিছে।

Recent News

WhatsApp Image 2021-01-24 at 12.14.49 PM

বিস্ফোৰক গ্ৰেগ চেপেল! ভাৰতীয় তৰুণ সকলৰ তুলনাত অষ্ট্ৰেলিয়ানবোৰ প্ৰাথমিক স্কুলৰ ছাত্ৰ

WhatsApp Image 2021-01-24 at 11.18.24 AM

আমষ্টাৰডামত গ্ৰেপ্তাৰ এছিয়াৰ ‘ম’ষ্ট ৱান্টেড ড্ৰাগছ সম্ৰাট’ চে চি লোপ

Story-8-15-1140x570-750x375

দেশত জীৱশ্ৰেষ্ঠৰ বৰ্বৰ কাণ্ড! নাহৰফুটুকী মাৰি মাংস খোৱাৰ অপৰাধত গ্ৰেপ্তাৰ হ’ল ৫জন

EsaeaS7VcAArt3Q-1140x570

দুখনকৈ জনসভাত অংশ লৈ আজি বিধানসভা নিৰ্বাচনৰ ৰণডংকা বজাব অমিত শ্বাহে!

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd