• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

তেলেংগানা কেবিনেটৰো সিদ্ধান্ত : CAA-ৰ বিৰুদ্ধে প্ৰস্তাৱ ল’ব বিধানসভাত

বিতৰ্কিত আইনখনৰ বিৰুদ্ধে কেৰালা, পাঞ্জাব, ৰাজস্থান, পশ্চিম বংগ আৰু পুডুচেৰীৰ পদাংক অনুকৰণ কৰিব তেলেংগানাই

এন ই নাও নিউজ by এন ই নাও নিউজ
February 17, 2020 1:20 pm
K Chandrasekhar Rao

তেলেংগানাৰ মুখ্য মন্ত্ৰী কে চন্দ্ৰশ্বেখৰ ৰাও।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিতৰ্কিত নাগৰিকত্ব (সংশোধন) আইনৰ ক্ষেত্ৰত কেৰালা, পাঞ্জাব, ৰাজস্থান, পশ্চিম বংগ আৰু পুডুচেৰীৰ পদাংক অনুকৰণ কৰি তেলেংগানায়ো আইনখনৰ বিৰুদ্ধে অনুৰূপ প্ৰস্তাৱ গ্ৰহণ কৰিব।

দেওবাৰে ৰাতি হোৱা দীঘলীয়া বৈঠকৰ পিছত ৰাজ্যখনৰ কেবিনেটে এই সিদ্ধান্তটোৰ কথা বিবৃতিৰ জৰিয়তে ঘোষণা কৰে।

Apply Now

প্ৰগতি ভৱন (মুখ্য মন্ত্ৰীৰ চৰকাৰী আৱাস)ত অনুষ্ঠিত বৈঠকত মুখ্য মন্ত্ৰী কে চন্দ্ৰশ্বেখৰ ৰাৱে অধ্যক্ষতা কৰিছিল।

তেলেংগানা কেবিনেটে লগতে কেন্দ্ৰীয় চৰকাৰলৈ ভাৰতীয় নাগৰিকত্বৰ বাবে ধৰ্মৰ ভিত্তিত বৈষম্য নকৰিবলৈ আহ্বান জনাইছে।

“আইনৰ দৃষ্টিত সকলো ধৰ্মক সমানে গ্ৰহণ কৰিব লাগিব। কেবিনেটে তাৰোপৰি কেন্দ্ৰক নাগৰিকত্ব (সংশোধন) আইন, ২০১৯ বাতিল কৰিবলৈও অনুৰোধ জনাইছে, যিখন আইনে নাগৰিকত্ব প্ৰদানৰ ক্ষেত্ৰত ধৰ্মৰ ভিত্তিত বৈষম্যৰ সৃষ্টি কৰিব, আৰু ফলস্বৰূপে সংবিধানত থকা ধৰ্মনিৰপেক্ষতাক সংকটত পেলাব”, বিবৃতিটোত কোৱা হয়।

মুখ্য মন্ত্ৰী চন্দ্ৰশ্বেখৰে পূৰ্বে সংবাদ মাধ্যমৰ আগত এটা মন্তব্যত কৈছিল যে আইনখনৰ বিৰোধিতা কৰিবলৈ তেওঁ দেশৰ আন আন আঞ্চলিক দলবোৰৰ সৈতেও কথা পাতিছে আৰু আঞ্চলিক দলবোৰ আৰু মুখ্য মন্ত্ৰীসকলৰ এখন বৈঠক আয়োজন কৰিব পাৰে।

প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে শাসনাধিষ্ঠিত তেলেংগানা ৰাষ্ট্ৰ সমিতিয়ে সংসদত নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ বিৰুদ্ধে ভোটদান কৰিছিল।

ইয়াৰ পূৰ্বে কেৰালাই প্ৰথমখন ৰাজ্য হিচাপে বিতৰ্কিত আইনখনৰ বিৰুদ্ধে প্ৰস্তাৱ গ্ৰহণ কৰিছিল।

পৰৱৰ্তী সময়ত ৰাজস্থান, পাঞ্জাব, পশ্চিম বংগ আৰু পুডুচেৰিয়েও অনুৰূপ প্ৰস্তাৱ গ্ৰহণ কৰে।

যোৱা বছৰৰ ডিচেম্বৰত কেন্দ্ৰৰ বিজেপি চৰকাৰে বিতৰ্কিত আইনখন আনিছিল আৰু এইখনৰ জৰিয়তে পাকিস্তান, বাংলাদেশ আৰু আফগানিস্তানৰ পৰা অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰা অমুছলমান ৫টা সম্প্ৰদায় (হিন্দু, বৌদ্ধ, শিখ, পাৰ্চী, খ্ৰীষ্টান)ৰ লোকসকলক বিনাচৰ্তে নাগৰিকত্ব দিয়াৰ দিহা কৰা হৈছে।

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গলব্লাডাৰত ১১ মিলিমিটাৰৰ পাথৰ লৈ দিলজিৎ দোছাঞ্জ, চাইলেণ্ট ষ্টোনক অৱহেলা কৰাটো কিমান বিপজ্জনক জানক

গলব্লাডাৰত ১১ মিলিমিটাৰৰ পাথৰ লৈ দিলজিৎ দোছাঞ্জ, চাইলেণ্ট ষ্টোনক অৱহেলা কৰাটো কিমান বিপজ্জনক জানক

July 9, 2026 7:39 am
নতুনকৈ ওজন বঢ়াব বিচৰাসকলৰ বাবে প্ৰটিন পাউডাৰ বাছনি আৰু ব্যৱহাৰৰ সহজ উপায়

নতুনকৈ ওজন বঢ়াব বিচৰাসকলৰ বাবে প্ৰটিন পাউডাৰ বাছনি আৰু ব্যৱহাৰৰ সহজ উপায়

July 9, 2026 6:45 am
লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গলব্লাডাৰত ১১ মিলিমিটাৰৰ পাথৰ লৈ দিলজিৎ দোছাঞ্জ, চাইলেণ্ট ষ্টোনক অৱহেলা কৰাটো কিমান বিপজ্জনক জানক

গলব্লাডাৰত ১১ মিলিমিটাৰৰ পাথৰ লৈ দিলজিৎ দোছাঞ্জ, চাইলেণ্ট ষ্টোনক অৱহেলা কৰাটো কিমান বিপজ্জনক জানক

July 9, 2026 7:39 am
নতুনকৈ ওজন বঢ়াব বিচৰাসকলৰ বাবে প্ৰটিন পাউডাৰ বাছনি আৰু ব্যৱহাৰৰ সহজ উপায়

নতুনকৈ ওজন বঢ়াব বিচৰাসকলৰ বাবে প্ৰটিন পাউডাৰ বাছনি আৰু ব্যৱহাৰৰ সহজ উপায়

July 9, 2026 6:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd