• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কৰ’না ভাইৰাছ : বাঘৰ সংক্ৰমণৰ ঘটনাৰ পাছতেই ছাগলীক মাস্ক পিন্ধাইছে এজন ছাগলী পালকে

NE NOW NEWS এন ই নাও নিউজ
নতুন দিল্লী , April 9, 2020 9:44 pm

2 min read

Goat

তেলেংগানাৰ ছাগলী পালকজনে তেওঁৰ ছাগলীকেইটাক পিন্ধাইছে মাস্ক।

2.8k
VIEWS
Share on FacebookShare on Twitter

কৰ’না ভাইৰাছৰ সংক্ৰমণৰ পৰা ৰক্ষা পাবলৈ সামাজিক দূৰত্ব বজাই ৰখাকে ধৰি পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ সাৱধানতা অৱলম্বন কৰাটো অত্যন্ত জৰুৰী।

বৰ্তমান চলি থকা লকডাউনৰ সময়ত নিজকে ঘৰত গৃহবন্দী ৰখাটোৱে মংগলজনক। অন্যথা বাহিৰত ওলাব লগীয়া হ’লেও মাস্ক পৰিধান কৰিহে বাহিৰলৈ যোৱাটো খুবেই প্ৰয়োজনীয়।

এইক্ষেত্ৰত মানুহে এইদৰে সাৱধানতা অৱলম্বন কৰিছে যদিও পশুবিলাকৰ ক্ষেত্ৰত সেয়া সম্ভৱ নহয়।

পশুৱে নিজৰ সাৱধানতা ল’ব নোৱাৰাৰ বাবেই নিউয়ৰ্কৰ চিৰিয়াখানাত এটা বাঘ কৰ’নাত আক্ৰান্ত হ’বলগীয়া হৈছে।

বাঘৰ এনে সংক্ৰমণৰ ঘটনাৰ পৰা শিক্ষা লৈ এজন ছাগলী পালকে মাৰাত্মক কৰ’না ভাইৰাছৰ পৰা সুৰক্ষা দিয়াৰ বাবে তেওঁৰ পোহনীয়া ছাগলীৰ মুখত মাস্ক পিন্ধালে।

তেলেংগানাৰ কাল্লুৰ মণ্ডলৰ বাসিন্দা ছাগলী পালক এ ভেংকটেশ্বৰ ৰাওৰ আছে ২০টা ছাগলী। লকডাউনৰ সময়ত মানুহ ঘৰত সোমাই থাকিলেও জন্তুবোৰক ৰখাটো কঠিন।

ঘাহ খুৱাবলৈ বাহিৰত চৰিবলৈ পঠাবই লগা হৈছে ছাগলীবোৰক। কিন্তু মাৰাত্মক ভাইৰাছৰ আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ মাস্ক পিন্ধোৱাৰ বিকল্পও যে নাই।

সেয়ে, ভেংকটেশ্বৰ ৰাওৱে তেওঁৰ ঘৰৰ পোহনীয়া ছাগলীকেইটাক পিন্ধাইছে মাস্ক। বাহিৰত চৰাবলৈ নিয়াৰ সময়ত আৰু ঘাহ খুৱাই ঘৰত সোমোৱাৰ সময়ত নিয়ম অনুসৰি তেওঁ মাস্ক পিন্ধাই পিন্ধাই দিছে।

ভেংকটেশ্বৰ ৰাওৱে কয়,’’মই শুনিলো নিউয়ৰ্কৰ চিৰিয়াখানাত থকা এটা বাঘ কৰ’না ভাইৰাছত আক্ৰান্ত হৈছে। ইয়াৰ পাছতে মোৰ ছাগলীকেইটাক লৈ মই চিন্তাত পৰি গ’লো। তাৰ পাছত মই সিদ্ধান্ত লও যে সিহঁতক মই মাস্ক পিন্ধাই দিম। সেইদৰে মই বজাৰৰ পৰা মাস্ক কিনি আনি সিহঁতক পিন্ধাবলৈ লও।প্ৰথমতে অলপ সমস্যা হৈছিল যদিও পাছলৈ বোধহয় সিহঁতেও বুজি পালে আৰু মাস্ক পিন্ধোৱাত কোনো বাধা নিদিয়া হ’ল।‘’

কৰ’না ভাইৰাছ সংক্ৰমণ প্ৰতিৰোধৰ বাবে মাস্ক পিন্ধা এই ছাগলীৰ বিষয়টোৱে এতিয়া ব্যাপক চৰ্চা লাভ কৰিছে।

Tags: COVID-19

Recent News

Jerenga Modi

ইতিহাস প্ৰসিদ্ধ জেৰেঙা পথাৰক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিবনে প্ৰধান মন্ত্ৰী মোদীয়ে?

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

Ajmal VS muminul

ৰং সলাইছে নেতাই! বদৰুদ্দিন আজমল এজন সাম্প্ৰদায়িক মানুহ :মুমিনুল আৱাল

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd