• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

তেলেংগানা বিধানসভায়ো প্ৰস্তাৱ ল’ব CAA-ৰ বিৰোধিতা কৰি; দেশৰ আঞ্চলিক দলবোৰৰ বৈঠক পতাৰ সিদ্ধান্ত

এন ই নাও নিউজ by এন ই নাও নিউজ
January 26, 2020 8:54 pm
K Chandrasekhar Rao

তেলেংগানাৰ মুখ্য মন্ত্ৰী কে চন্দ্ৰশ্বেখৰ ৰাও।

1.1k
VIEWS
Share on FacebookShare on Twitter

বিতৰ্কিত নাগৰিকত্ব (সংশোধন) আইনৰ ক্ষেত্ৰত কেৰালা, পাঞ্জাব আৰু ৰাজস্থানৰ পদাংক অনুকৰণ কৰিবলৈ ওলাইছে তেলেংগানাই।

ৰাজ্যখনৰ মুখ্য মন্ত্ৰী কে চন্দ্ৰশ্বেখৰ ৰাৱে সংবাদ মাধ্যমৰ আগত কৈছে যে ৰাজ্যখনৰ বিধানসভাই নাগৰিকত্ব (সংশোধন) আইনখনৰ বিৰুদ্ধে প্ৰস্তাৱ গ্ৰহণ কৰিব পাৰে।

তেওঁ কয় যে তেওঁ এই সন্দৰ্ভত আন ৰাজ্যবোৰৰ মুখ্য মন্ত্ৰীসকলৰ সৈতে কথা পাতিছে আৰু CAA-ৰ বিৰোধ কৰিবলৈ আঞ্চলিক দলবোৰ আৰু মুখ্য মন্ত্ৰীসকলৰ এখন বৈঠক আয়োজন কৰিব পাৰে।

আইনখন দেশৰ ভৱিষ্যতৰ সৈতে জড়িত হৈ আছে বুলিও তেওঁ মন্তব্য কৰে।

শাসক দল তেলেংগানা ৰাষ্ট্ৰ সমিতি এটা ধৰ্ম নিৰপেক্ষ দল বুলি কৈ তেওঁ কয় যে দলটোৱে সংসদত আইনখনৰ বিৰুদ্ধে ভোটদান কৰিছিল।

“মই এই সন্দৰ্ভত বহুকেইজন মুখ্য মন্ত্ৰীৰ সৈতে কথা পাতিছো। আন আন দলবোৰৰ সৈতেও কথা পাতিছো। খুব সম্ভৱ অহা মাহত হাইদৰাবাদত মই আঞ্চলিক দলবোৰ আৰু মুখ্য মন্ত্ৰীসকলৰ এখন বৈঠক আয়োজন কৰিব পাৰো।“ মুখ্য মন্ত্ৰীজনে কয়।

চন্দ্ৰশ্বেখৰে কেন্দ্ৰৰ সিদ্ধান্তক ভুল আখ্যা দি কয়, সংবিধানে সকলো মানুহক ধৰ্ম, জাতি আৰু বৰ্ণ নিৰ্বিশেষে মৌলিক অধিকাৰবোৰ প্ৰদান কৰিছে।

ইয়াৰ পূৰ্বে কেৰালা, পাঞ্জাব আৰু ৰাজস্থান বিধানসভাই আইনখনৰ বিৰুদ্ধে প্ৰস্তাৱ লৈছিল।

Recent News

বিশ্ব বেংকৰ দাবী- ভাৰতৰ প্ৰতি ৪জন লোকৰ ভিতৰত ১জন দৰিদ্ৰ; অন্ন-বস্ত্ৰ-বাসস্থানৰ পৰা বঞ্চিত ৩৫ কোটি ভাৰতীয়

বিশ্ব বেংকৰ দাবী- ভাৰতৰ প্ৰতি ৪জন লোকৰ ভিতৰত ১জন দৰিদ্ৰ; অন্ন-বস্ত্ৰ-বাসস্থানৰ পৰা বঞ্চিত ৩৫ কোটি ভাৰতীয়

ইংলেণ্ডৰ মাটিত কঁপনি তুলি নতুন টিম ইণ্ডিয়াৰ দপদপনি; এজবাষ্টনত ইতিহাস সলনি কৰি ছিৰিজত সমতা স্থাপন

ইংলেণ্ডৰ মাটিত কঁপনি তুলি নতুন টিম ইণ্ডিয়াৰ দপদপনি; এজবাষ্টনত ইতিহাস সলনি কৰি ছিৰিজত সমতা স্থাপন

টোপনিৰ অভাৱেও অৱনতি ঘটাই মানসিক স্বাস্থ্যৰ! জানক বিশেষজ্ঞৰ পৰামৰ্শ…

টোপনিৰ অভাৱেও অৱনতি ঘটাই মানসিক স্বাস্থ্যৰ! জানক বিশেষজ্ঞৰ পৰামৰ্শ…

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd