• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অৰুণাচল

মোদী মন্ত্রী সভাত তেলীক খাদ্য সংসাধন বিভাগ, ৰিজিজুক ক্ৰীড়া আৰু যুৱ কল্যাণৰ স্বতন্ত্ৰ দায়িত্ব

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , May 31, 2019 3:07 pm

1 min read

Kiren Rijiju, Rameswar Teli

ৰিজিজু আৰু তেলীৰ ফাইল ফটো।

573
VIEWS
Share on FacebookShare on Twitter

বৃহস্পতিবাৰে সন্ধিয়া প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন মন্ত্ৰীসভাৰ এগৰাকী ৰাজ্য মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা অসমৰ সাংসদ ৰামেশ্বৰ তেলীয়ে খাদ্য সংসাধন উদ্যোগ বিভাগৰ ৰাজ্য মন্ত্ৰীৰ দায়িত্ব লাভ কৰিছে।

কেন্দ্ৰীয় মন্ত্ৰীসভাত অসমৰ পৰা একমাত্ৰ প্ৰতিনিধি ৰামেশ্বৰ তেলীয়ে এই দপ্তৰ লাভ কৰিছে। তেলীয়ে ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা কংগ্ৰেছ প্ৰাৰ্থী পৱন সিং ঘাটোৱাৰক পৰাস্ত কৰি একেৰাহে দ্বিতীয়বাৰৰ বাবে সাংসদ হিচাপে নিৰ্বাচিত হয়।

আনহাতে, আজি মন্ত্ৰীসকলক বিতৰণ কৰা দপ্তৰসমূহৰ ভিতৰত উত্তৰ-পূৰ্বাঞ্চলৰ আন এগৰাকী প্ৰতিনিধি কিৰেন ৰিজিজুৱে লাভ কৰিছে ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ স্বতন্ত্ৰ ৰাজ্য মন্ত্ৰীৰ দায়িত্ব। তদুপৰি, ৰিজিজুৱে সংখ্যালঘু পৰিক্ৰমা বিভাগৰ ৰাজ্য মন্ত্ৰীৰ দায়িত্বও লাভ কৰিছে।

ৰিজিজুৱে অৰুণাচল পশ্চিম লোকসভা সমষ্টিৰ পৰা কংগ্ৰেছ প্ৰাৰ্থী তথা অৰুণাচল প্ৰদেশৰ প্ৰাক্তন মুখ্য মন্ত্ৰী নাবাম টুকীক পৰাস্ত কৰি সাংসদ হিচাপে নিৰ্বাচিত হৈছিল। ৰিজিজুই প্ৰথম মোদী কেবিনেটত গৃহ বিভাগৰ ৰাজ্য মন্ত্ৰী হিচাপে দায়িত্ব পালন কৰিছিল।

Recent News

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd