• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কৰিমগঞ্জৰ চিকিৎসালয়লৈ চিকিৎসা সামগ্ৰী সাহায্য হিচাবে আগবঢ়ালে শচীন তেণ্ডুলকাৰে

এন ই নাও নিউজ by এন ই নাও নিউজ
November 13, 2020 7:27 pm
Sachin-Tendulkar-
365
VIEWS
Share on FacebookShare on Twitter

ক্ৰিকেটৰ জীৱন্ত কিংবদন্তি শচীন তেণ্ডুলকাৰে আজি অসমৰ কৰিমগঞ্জৰ এখন চিকিৎসালয়লৈ বৃহৎ পৰিমাণৰ চিকিৎসা সামগ্ৰী সাহায্য হিচাবে আগবঢ়োৱাৰ কথাই প্ৰাক্তন ক্ৰিকেটাৰ গৰাকীৰ মহানুভৱতাৰ কথাকে পুনৰ বাৰ প্ৰমাণ কৰিলে।

ইউনিচেফৰ গুডউইল এম্বেচাদৰ তেণ্ডুলকাৰে কৰিমগঞ্জৰ মকুন্দ হস্পিতাললৈ আগবঢ়োৱা বিভিন্ন ধৰণৰ চিকিৎসা সামগ্ৰীয়ে প্ৰায় ২০০০ হাজাৰ আৰ্থিক ভাবে দুৰ্বল পৰিয়ালৰ শিশুক উপকৃত কৰিব বুলি ভবা হৈছে।

মকুন্দ হস্পিতালৰ চিকিৎসক ডাঃ বিজয় আনন্দ ইছমাইলীয়ে শচীন তেণ্ডুলকাৰৰ মহানুভৱতাৰ শলাগ লৈ কয় যে চিকিৎসালয় খনৰ শিশু ৰোগ বিভাগলৈ তেওঁ আগবঢ়োৱা সাহায্যই বহু শিশুৰ প্ৰাণ ৰক্ষা কৰাত সহায় কৰিব।

উল্লেখ্য ক্ৰিকেটৰ যাদুকৰ গৰাকীয়ে তেণ্ডুলকাৰ ফাউণ্ডেছন আৰু ইকাম ফাউণ্ডেছনৰ জৰিয়তে এই সাহায্য আগবঢ়াইছে।

ইয়াৰ পূৰ্বেও তেণ্ডুলকাৰ ফাউণ্ডেছনে মধ্যপ্ৰদেশৰ অতি পিছ পৰা জনজাতীয় লোকসকলৰ কল্যাণৰ বাবে সাহায্য আগবঢ়াইছিল।

অদূৰ ভৱিষ্যতেও তেণ্ডুলকাৰ ফাউণ্ডেছনে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নৰ বাবে সহায়ৰ হাত আগবঢ়াই যাব বুলি চিকিৎসক ইছমাইলীয়ে আশা প্ৰকাশ কৰে।

Recent News

গুৱাহাটী বিশ্ববিদ্যালয়ত ‘পেছাৰ বাবে প্ৰস্তুতি’ শীৰ্ষক অনুষ্ঠানৰ সামৰণি

গুৱাহাটী বিশ্ববিদ্যালয়ত ‘পেছাৰ বাবে প্ৰস্তুতি’ শীৰ্ষক অনুষ্ঠানৰ সামৰণি

সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে বিৰোধী দলবোৰক একত্ৰিত কৰিবলৈ উদ্যোগী ছোনিয়া গান্ধী

সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে বিৰোধী দলবোৰক একত্ৰিত কৰিবলৈ উদ্যোগী ছোনিয়া গান্ধী

ম্যানমাৰৰ শৰণাৰ্থীৰ প্ৰৱেশৰ অনুমতি প্ৰত্যাহাৰ! ভাৰত চৰকাৰৰ সিদ্ধান্তত তীব্ৰ সমালোচনা

ম্যানমাৰৰ শৰণাৰ্থীৰ প্ৰৱেশৰ অনুমতি প্ৰত্যাহাৰ! ভাৰত চৰকাৰৰ সিদ্ধান্তত তীব্ৰ সমালোচনা

বিদেশী বিতাড়ন সিদ্ধান্তত আদালতৰ হস্তক্ষেপ অনুচিত: আদালতৰ নিৰ্দেশ সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া গৃহ মন্ত্ৰালয়ৰ

বিদেশী বিতাড়ন সিদ্ধান্তত আদালতৰ হস্তক্ষেপ অনুচিত: আদালতৰ নিৰ্দেশ সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া গৃহ মন্ত্ৰালয়ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd