DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 29, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰঙিয়াত শক্তিশালী বোমা উদ্ধাৰক লৈ আতংক

এন ই নাও নিউজ by এন ই নাও নিউজ
July 28, 2019 10:12 am
jpg

প্ৰতিনিধিত্বমূলক ফটো

349
VIEWS
Share on FacebookShare on Twitter

দেওবাৰে পুৱাই  ৰঙিয়াত এক শক্তিশালী বোমা (বিস্ফোৰক) উদ্ধাৰ হোৱাক কেন্দ্ৰ কৰি আতংকই বিৰাজ কৰিছে।

চোৰাংচোৱাৰ সূত্ৰৰ পৰা পোৱা তথ্যৰ ভিত্তিত আৰক্ষী আৰু সেনাই ৰঙিয়া থানাৰ অন্তৰ্গত খন্দিকৰ গাঁৱত যৌথ তালাচী চলায়। তালাচী অভিযানত সুৰক্ষা বাহিনীৰ লোকে তাৰিফুল আলীৰ ঘৰৰ পৰা এটা শক্তিশালী বোমা উদ্ধাৰ কৰে।

অভিযানৰ মাজতে সেনা বাহিনীৰ লোকে গাঁৱখন ঘেৰি ৰাখে আৰু সেনাৰ বোমা নিষ্ক্ৰিয় কৰা ‘বোম স্কোৱাদ’ৰ লোক ঘটনাস্থলীত উপস্থিত হয় বোমাটো নিষ্ক্ৰিয় কৰে।

ইপিনে, তাৰিফুলৰ পৰিয়ালে তেওঁলোকৰ ঘৰত উদ্ধাৰ হোৱা বোমা সম্পৰ্কত সম্পূৰ্ণ অজ্ঞাত বুলি জানিব দিয়ে।

বোমাটো উদ্ধাৰ হোৱাৰ পাছত তাৰিফুলক গ্ৰেপ্তাৰ কৰিবলৈ লওতে ঘটনাস্থলীত কিছু উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। স্থানীয় লোকে ইয়াক এটা পৰিকল্পিত ঘটনা বুলি কয় আৰু ঘটনাস্থলীত ধৰ্ণা দিয়ে।

সেনাই তাৰিফুলক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে। আনহাতে, পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে অঞ্চলটোত অধিক সুৰক্ষা বাহিনীৰ লোক নিয়োগ কৰা বুলি জানিব পৰা গৈছে।

Recent News

শিলচৰত আৰক্ষীয়ে আটক কৰিলে মহিলা-শিশুসহ ২৬ ৰহিংগীয়াক

শিলচৰত আৰক্ষীয়ে আটক কৰিলে মহিলা-শিশুসহ ২৬ ৰহিংগীয়াক

শিক্ষানুষ্ঠানত হিজাব পিন্ধিব পাৰিবনে? কি সিদ্ধান্ত দিলে কৰ্ণাটক উচ্চ ন্যায়ালয়ে

কৰ্ণাটকত পুনৰ উত্তেজনা: হিজাব পৰিহিতা ১২ ছাত্ৰীক নিদিলে শ্ৰেণীত উপস্থিত থাকিবলৈ

Gold Reserve দেশৰ সৰ্ববৃহৎ স্বৰ্ণ ভাণ্ডাৰত চলোৱা হ’ব খনন, পোৱা যাব ২২২ নিযুত টন সোণ, ক’ত আছে এই স্বৰ্ণভাণ্ডাৰ?

Gold Reserve দেশৰ সৰ্ববৃহৎ স্বৰ্ণ ভাণ্ডাৰত চলোৱা হ’ব খনন, পোৱা যাব ২২২ নিযুত টন সোণ, ক’ত আছে এই স্বৰ্ণভাণ্ডাৰ?

ক্ষমা খুজি যুৱকসকলক আলফালৈ যোৱাত উত্সাহিত কৰিছে সঞ্জয় কিষাণে : ৰিপুন বৰা

ক্ষমা খুজি যুৱকসকলক আলফালৈ যোৱাত উত্সাহিত কৰিছে সঞ্জয় কিষাণে : ৰিপুন বৰা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd