NORTHEAST NOW (Assamese)

ৰাজ্যত ঈদৰ আনন্দৰ মাজতে ভয়ংকৰ পথ দুৰ্ঘটনা! গুৰুতৰভাৱে আহত এগৰাকী বৃদ্ধা…

March 31, 2025 11:48 am · এন ই নাও নিউজ, গুৱাহাটী

ঈদৰ আনন্দ -উল্লাহৰ মাজতেই ধুবুৰী জিলাৰ পৰ্বতঝোৰাৰ পানবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়।

১৭নং ৰাষ্ট্রীয় ঘাইপথত তীব্ৰবেগী মটৰ চাইকেলৰ খুন্দাত গুৰুতৰভাৱে আহত এগৰাকী বৃদ্ধা।

সংকটজনক অৱস্থাত ততাতৈয়াকৈ ধুবুৰী মেডিকেল কলেজলৈ প্ৰেৰণ আহত বৃদ্ধাগৰাকীক।

দুৰ্ঘটনা সংঘটিত কৰা মটৰ চাইকেলখনৰ নম্বৰ AS-01-FJ-7263

দুৰ্ঘটনাস্থলীত পৰ্বতঝোৰা থানৰ আৰক্ষী বিষয়া উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে তদন্ত আৰম্ভ কৰে।

Related News