• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, March 6, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কাশ্মীৰত তুমুল সংঘৰ্ষ: তিনি সন্ত্ৰাসবাদী সহ দুই আৰক্ষী নিহত

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 19, 2021 6:17 pm

1 min read

a kashmir
160
VIEWS
Share on FacebookShare on Twitter

জম্মু-কাশ্মীৰৰ ছপিয়ান জিলাৰ বাদিগাম অঞ্চলত আজি দিনৰ ভাগত ভাৰতীয় সেনাৰ গুলীত নিহত হৈছে তিনিজন সন্ত্ৰাসবাদী।নিহত সন্ত্ৰাবাদী কেইজন লস্কৰ-ই-তৈবাৰ সদস্য বুলি আৰক্ষী নিশ্চিত হৈছে।

শুকুৰবাৰে বাদিগামত সংঘৰ্ষৰ পাছত সেনা-আৰক্ষীয়ে  সন্ত্ৰাসবাদীক কেইজনক হত্যা কৰে। ভাৰতীয় সেনা আৰু জম্মু-কাশ্মীৰ আৰক্ষীৰ যৌথ বাহিনীয়ে বাদিগামত তালাচী অভিযান চলাইছিল।

নিৰাপত্তা বাহিনীৰ দলটোৱে  যোৱা নিশা গোটেই অঞ্চলটো ঘেৰি ৰাখে।

সেনাই গোপন সূত্ৰৰ পম খেদি অঞ্চলটোত সেনাই তালাচী চলাইছিল। সেনাই অঞ্চলটোত সন্ত্ৰাসবাদী লুকাই থকাৰ খবৰ লাভ কৰিছিল।

অভিযানকাৰী দলটোৱে প্ৰথমতে সন্ত্ৰাসবাদীকেইজনক আত্মসমৰ্পণ কৰাৰ নিৰ্দেশ দিয়ে যদিও সন্ত্ৰাসবাদীকেইজনে গুলীচালনা কৰে। প্ৰত্যুত্তৰত সেনাইয়ো গুলীচালনা কৰে।

ইপিনে আজি দুপৰীয়া পাক সন্ত্ৰাসবাদীয়ে কাশ্মীৰৰ শ্ৰীনগৰৰ বাৰজুল্লা অঞ্চলৰ এখন আৰক্ষী থানাত ধাৰাসাৰ গুলীবৰ্ষণ কৰাৰ ফলত মহম্মদ ইউছুফ আৰু সুশীল আহমেদ নামৰ দুজন আৰক্ষীৰ লোক নিহত হয়।

উল্লেখ্য কাশ্মীৰ উপত্যকাত শেহতীয়াকৈ পুনৰ পাকিস্তানৰ সন্ত্ৰাসবাদী  অধিক সক্ৰিয় হৈ পৰা পৰিলক্ষিত হৈছে।

সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান চলাই সেনা-আৰক্ষীয়ে যোৱা কেইবাটাও দিনত বৃহৎ সফলতা লাভ কৰিছে।কিছুদিন পূৰ্বে সেনা-আৰক্ষীয়ে এজন দুৰ্ধৰ্ষ পাক সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল।

Recent News

১০০ দিন অতিক্ৰমিলে কৃষক বিদ্ৰোহে, হাৰিয়ানাত পাঁচ ঘণ্টাজোৰা পথ বন্ধ প্ৰতিবাদী কৃষকৰ

১০০ দিন অতিক্ৰমিলে কৃষক বিদ্ৰোহে, হাৰিয়ানাত পাঁচ ঘণ্টাজোৰা পথ বন্ধ প্ৰতিবাদী কৃষকৰ

prafulla VS Suresh

বঢ়মপুৰত খেলিব মহন্তই, কংগ্ৰেছ মহাজোঁটে মহন্তক এৰি দিব নেকি সমষ্টিটো?

বাংলাদেশ : প্ৰথমবাৰৰ বাবে নিউজ চেনেলত নিউজ ৰীডাৰ হিচাপে দেখা যাব তৃতীয় লিংগৰ ব্যক্তিক

বাংলাদেশ : প্ৰথমবাৰৰ বাবে নিউজ চেনেলত নিউজ ৰীডাৰ হিচাপে দেখা যাব তৃতীয় লিংগৰ ব্যক্তিক

আইচিচি টেষ্ট ৰেংকিং : নিউজিলেণ্ডক ওফৰাই শীৰ্ষ স্থানত উপনীত বিৰাট কোহলী বাহিনী

আইচিচি টেষ্ট ৰেংকিং : নিউজিলেণ্ডক ওফৰাই শীৰ্ষ স্থানত উপনীত বিৰাট কোহলী বাহিনী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd