• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ব্ৰিকচ ৰাষ্ট্ৰৰ উচ্চ শিক্ষানুষ্ঠানৰ ভিতৰত আগশাৰীত স্থান তেজপুৰ বিশ্ববিদ্যালয়ৰ

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
October 18, 2018 7:59 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ শৈক্ষিক ক্ষেত্ৰখনলৈ পুনৰ গৌৰৱ কঢ়িয়াই আনিছে তেজপুৰ বিশ্ববিদ্যালয়ে। এইবাৰ ‘ব্ৰিকচ’ ৰাষ্ট্ৰসমূহৰ ৪০০ খন আগশাৰীৰ উচ্চ শিক্ষানুষ্ঠানৰ ভিতৰত ১৪৬ সংখ্যক স্থান লাভ কৰিবলৈ সক্ষম হয় বিশ্ববিদ্যালয়খনে।

তেজপুৰ বিশ্ববিদ্যালয়ে প্ৰকাশ কৰা এক বিবৃতি অনুসৰি ব্ৰিটিচ হায়াৰ এডুকেশ্বন মাৰ্কেটিং কোম্পানি Quacquarelli Symonds (QS) য়ে ব্ৰাজিল, ৰাচিয়া, ভাৰত, চীন আৰু দক্ষিন আফ্ৰিকাৰ ৪০০ খন কেন্দ্ৰীয় উচ্চ শিক্ষা প্ৰতিষ্ঠানক লৈ চলোৱা এক সমীক্ষাত অসমৰ এই উচ্চ শিক্ষানুষ্ঠানখনে ২০১৯ বৰ্ষৰ বাবে এই স্থান দখল কৰিবলৈ সক্ষম হয়।

Apply Now

উল্লেখযোগ্য যে ২০১৮ৰ ১৫ অক্টোবৰত ঘোষণা কৰা অনুসৰি এইবাৰ বিশ্ববিদ্যলয়খনৰ এই স্থান পূৰ্বতকৈ আগবাঢ়িছে। যিহেতু ২০১৮ বৰ্ষত তেজপুৰ বিশ্ববিদ্যায়ৰ এই স্থান আছিল ১৭১-১৮০ ৰ ভিতৰত।

আনহাতে একেটা বিবৃতিতে তেজপুৰ বিশ্ববিদ্যালয়ে ভাৰতৰ ৭৫ খন উচ্চ শিক্ষা প্ৰতিষ্ঠানৰ ৩৬ সংখ্যক স্থানত আছে বুলি উল্লেখ আছে।

বিবৃতিটোত উল্লেখ কৰা মতে আঠটা দিশৰ ওপৰত ভিত্তি কৰি ‘ব্ৰিকচ’ ৰাষ্ট্ৰৰ উচ্চ শিক্ষানুষ্ঠান সমূহৰ এই সমীক্ষা চলোৱা হৈছিল। সেই আঠটা দিশ হ’ল ক্ৰমে বিদ্যায়তনিক আৰু নিয়োগকৰ্তা সকলৰ খ্যাতি, অধ্যাপক আৰু ছাত্ৰৰ অনুপাত, প্ৰতিজন অধ্যাপকৰ আলোচনা চক্ৰৰ পেপাৰ, আলোচনা চক্ৰৰ পেপাৰসমূহৰ সুনাম, পি এইচ ডি ডিগ্ৰীধাৰী কৰ্মচাৰী, আন্তৰ্জাতিক পৰ্যায়ৰ অধ্যাপকৰ অনুপাত, আন্তৰ্জাতিক পৰ্যায়ৰ ছাত্ৰৰ অনুপাত ইত্যাদি।

১,২৫,০০০ বিদ্যায়তনিক আৰু নিয়োগকৰ্তাৰ উত্তৰ দ্বাৰা এই সমীক্ষা চলোৱা হৈছিল বুলি জানিব পৰা গৈছে। ইয়াৰ প্ৰথম ২০ টা স্থানৰ ভিতৰত অষ্টম স্থানত আই আই টি বম্বে, দশম স্থানত ইণ্ডিয়ান ইনষ্টিটিউচ অৱ চায়েন্স-বাংগালোৰ, সপ্তদশ স্থানত আই আই টি মাদ্ৰাছ আৰু অস্তদশ স্থানত আই আই চি দিল্লী আছে।

এই সমীক্ষাত চীনৰ চিংহুৱা বিশ্ববিদ্যালয়ে শীৰ্ষ স্থান দখল কৰিছে। ‘ব্ৰিকচ’ ৰাষ্ট্ৰৰ এই তালিকা থকা ৪০০ উচ্চ শিক্ষা প্ৰতিষ্ঠানৰ ভিতৰত আছে চীনৰ ১১৩ খন, ৰাচিয়াৰ ১০১ খন, ব্ৰাজিলৰ ৯০ খন, ভাৰতৰ ৮৬ খন আৰু দক্ষিন আফ্ৰিকাৰ ১৩ খন প্ৰতিষ্ঠান।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

August 16, 2026 9:20 am
পৰেশ বৰুৱাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ বিৰুদ্ধে আজি অনশনত বহিব আৰএছএছ কৰ্মীয়ে

পৰেশ বৰুৱাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ বিৰুদ্ধে আজি অনশনত বহিব আৰএছএছ কৰ্মীয়ে

August 16, 2026 9:09 am
ভাৰতৰ ৩ নং স্থানত নতুন ‘মিষ্টাৰ ডিপেণ্ডডেবল’ পাডিক্কাল! শ্ৰীলংকাৰ বিৰুদ্ধে ‘চিন্তা’ ৰাহুলৰ আঘাত

ভাৰতৰ ৩ নং স্থানত নতুন ‘মিষ্টাৰ ডিপেণ্ডডেবল’ পাডিক্কাল! শ্ৰীলংকাৰ বিৰুদ্ধে ‘চিন্তা’ ৰাহুলৰ আঘাত

August 16, 2026 8:06 am
হৰমুজ প্ৰণালীক লৈ আমেৰিকা আৰু ইৰাণৰ মাজত তীব্ৰ বাকযুদ্ধ; ট্ৰাম্পৰ দাবীক মিছা আখ্যা ইৰাণ সেনাৰ 

হৰমুজ প্ৰণালীক লৈ আমেৰিকা আৰু ইৰাণৰ মাজত তীব্ৰ বাকযুদ্ধ; ট্ৰাম্পৰ দাবীক মিছা আখ্যা ইৰাণ সেনাৰ 

August 15, 2026 10:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

August 16, 2026 9:20 am
পৰেশ বৰুৱাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ বিৰুদ্ধে আজি অনশনত বহিব আৰএছএছ কৰ্মীয়ে

পৰেশ বৰুৱাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ বিৰুদ্ধে আজি অনশনত বহিব আৰএছএছ কৰ্মীয়ে

August 16, 2026 9:09 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd