• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা শ্ৰীলংকাৰ থাৰাংগা পাৰানাভিটানাৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , August 28, 2020 1:44 pm

1 min read

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা শ্ৰীলংকাৰ থাৰাংগা পাৰানাভিটানাৰ
247
VIEWS
Share on FacebookShare on Twitter

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিছে শ্ৰীলংকাৰ বাওঁহতীয়া বেটছমেন থাৰাংগা পাৰানাভিটানাই।

বৃহস্পতিবাৰে শ্ৰীলংকা ক্ৰিকেটে এটা বিজ্ঞপ্তিৰ জৰিয়তে এই কথা জানিবলৈ দিয়ে।

বিজ্ঞপ্তিটোত কয়, ‍‘আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা শ্ৰীলংকাৰ ক্ৰিকেটাৰ থাৰাংগা পাৰানাভিটানাই অৱসৰ লোৱাৰ সিদ্ধান্ত লৈছে। শ্ৰীলংকা ক্ৰিকেটক তেওঁ এই কথা জনাইছে’।

৩৮ বছৰীয়া থাৰাংগাই শ্ৰীলংকাৰ হৈ ৩২খন আন্তঃৰাষ্ট্ৰীয় টেষ্ট মেচত অংশ লৈ দুটা শতক আৰু ১১টা অৰ্ধ-শতকেৰে মুঠ ১,৭৯২ ৰান সংগ্ৰহ কৰিছে।

২০০৯ চনত পাকিস্তানৰ বিৰুদ্ধে অভিষেক ঘটা থাংৰাগাই নিজৰ কেৰিয়াৰৰ অন্তিমখন টেষ্ট মেচ ২০১২ চনৰ নৱেম্বৰ মাহত খেলিছিল।

দীৰ্ঘদিন ধৰি ৰাষ্ট্ৰীয় দলৰ পৰা আঁতৰি থাকিবলৈ হোৱা হেতুকে ক্ৰিকেটাৰ গৰাকীয়ে অৱসৰ লোৱাৰ সিদ্ধান্ত লয় বুলি এটা সূত্ৰৰ পৰা জানিব পৰা গৈছে।

উল্লেখ্য যে অলপতে ভাৰতীয় ক্ৰিকেট দলৰ আটাইতকৈ সফল অধিনায়ক মহেন্দ্ৰ সিং ধোনী আৰু ভাৰতীয় দলৰে আন এজন সফল বেটছমেন সুৰেশ ৰাইনাইও আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিছিল।

Recent News

dc-Cover-fosgj

নিষ্ঠুৰ পিতৃ: দোকানৰ পৰা বিড়ি আনি দিয়াত পলম হোৱাৰ বাবেই জ্বলাই দিলে ১০ বছৰীয়া পুত্ৰক

FB_IMG_1611046341596(2)

অসমৰ জাতি মাটি ভেটি ৰক্ষাৰ নামত এচামে আমাৰ জাতিটোক নিঃশেষ কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে: দিপাংক নাথ

WhatsApp Image 2021-01-19 at 1.48.31 PM

ব্ৰীছবেনত অষ্ট্ৰেলিয়াৰ ৩৩বছৰৰ আধিপত্য উফৰিল; ইতিহাস ৰচি বিজয় সাৱ্যস্ত টীম ইণ্ডিয়াৰ

WhatsApp Image 2021-01-19 at 12.33.02 PM

ধোনীৰ অভিলেখ ভংগ; দ্ৰুততম ভাৰতীয় উইকেটকীপাৰ হিচাপে মাইলষ্ট’ন স্পৰ্শ ঋষভ পন্টৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd