• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

আইপিএল ইতিহাসৰ আটাইতকৈ দামী খেলুৱৈসকল কোন কোন? জানিবলৈ পঢ়ক….

এন ই নাও নিউজ by এন ই নাও নিউজ
February 18, 2021 10:37 am
IPL-1
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি বৃহস্পতিবাৰে চেন্নাইত সম্পন্ন হ’ব ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ চতুৰ্দশ সংস্কৰণৰ খেলুৱৈৰ নিলাম।

আজি আইপিএলৰ খেলুৱৈ নিলামৰ দিনাই আইপিএলৰ ইতিহাসত সৰ্বাধিক মূল্যত ক্ৰয় কৰা ১০ খেলুৱৈ বিষয়ে আমি প্ৰস্তুত কৰি তুলিছো এক প্ৰতিবেদন।

Apply Now

১. যুৱৰাজ সিং, ১৬ কোটি, দিল্লী ডেয়াৰডেভিলছ ২০১৫

আইপিএলৰ ইতিহাসত সৰ্বাধিক মূল্যৰ খেলুৱৈৰ অভিলেখ এতিয়াও যুৱৰাজ সিঙৰ নামতে অক্ষুণ্ণ আছে। ২০১৫ বৰ্ষত দিল্লী ডেয়াৰডেভিলছে যুৱৰাজ সিঙক ভাৰতীয় মূল্যৰ ১৬ কোটি টকাত ক্ৰয় কৰিছিল।

২. পেট কামিনছ, ১৫.৫ কোটি, কলকতা নাইট ৰাইডাৰ্ছ, ২০২০

অষ্ট্ৰেলিয়ান তাৰকা বেগী বলাৰ পেট কামিনছৰ নাম সৰ্বাধিক মূল্যৰ তালিকাৰ দ্বিতীয় স্থানত লিপিৱদ্ধ হৈ আছে। ২০২০ বৰ্ষত কলকতা নাইট ৰাইডাৰ্ছে পেট কামিনছক ১৫.৫ কোটি টকাত ক্ৰয় কৰিছিল। উল্লেখ্য যে পেট কামিনছে হ’ল বৰ্তমানলৈকে সৰ্বাধিক মূল্যৰ বিদেশী খেলুৱৈ।

৩. বেন ষ্টকছ, ১৪.৫ কোটি, ৰাইজিং পুনে চুপাৰগেইণ্ট, ২০১৭

তৃতীয় স্থানত আছে ইংলেণ্ডৰ অলৰাউণ্ডাৰ বেন ষ্টকছ। ২০১৭ বৰ্ষত ষ্টকছে আইপিএল ইতিহাসৰ নিলামত  সৰ্বাধিক মূল্যৰ বিদেশী ক্ৰিকেটাৰৰ অভিলেখ গঢ়িছিল। অৱশ্যে তেওঁৰ সেই অভিলেখ পৰৱৰ্তী সময়ত পেট কামিনছে ভংগ কৰে।

৪. যুৱৰাজ সিঙ, ১৪ কোটি, ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু, ২০১৪

২০১৫ বৰ্ষত ১৬ কোটিৰে আইপিএল ইতিহাসৰ সৰ্বাধিক মূল্যৰ ক্ৰিকেটাৰৰ অভিলেখ গঢ়াৰ পূৰ্বে যৱৰাজ সিঙে ২০১৪ বৰ্ষতো আইপিএল ইতিহাসৰ সৰ্বাধিক মূল্যৰ ক্ৰিকেটাৰৰ অভিলেখ গঢ়িছিল। ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৱে ২০১৪ বৰ্ষত ১৪ কোটি টকাৰ বিমিয়মত তেওঁক ক্ৰয় কৰিছিল।

৫. বেন ষ্টকছ, ১২.৫ কোটি, ৰাজস্থান ৰয়েলছ, ২০১৮  

পুনৰ পঞ্চম স্থানত আছে ইংলেণ্ডৰ তাৰকা অলৰাউণ্ডাৰ বেন ষ্টকছ। ২০১৮ বৰ্ষত ৰাজস্থান ৰয়েলছে ১২.৫০ কোটি টকাত ক্ৰয় কৰিছিল বেন ষ্টকছক।

৬. দীনেশ কাৰ্তিক, ১২.৫ কোটি, দিল্লী ডেয়াৰডেভিলছ, ২০১৪

ভাৰতীয় তাৰকা ইউকেট কীপাৰ বেটছমেন দীনেশ কাৰ্তিক এই তালিকাৰ ষষ্ঠ স্থানত আছে। ২০১৪ বৰ্ষত দিল্লী ডেয়াৰডেভিলছে ১২.৫ কোটি টকাত দীনেশ কাৰ্তিকক ক্ৰয় কৰিছিল।

৭. জয়দেৱ উনাড়কট, ১১.৫ কোটি, ৰাজস্থান ৰয়েলছ, ২০১৮

ভাৰতীয় মেডিয়াম পেচাৰ জয়দেৱ উনাড়কট এই তালিকাৰ সপ্তম স্থানত আছে। ২০১৮ বৰ্ষত ১১.৫ কোটি টকাত ৰাজস্থান ৰয়েলছে জয়দেৱক ক্ৰয় কৰিছিল।

৮. গৌতম গম্ভীৰ, ১১.৪ কোটি, কলকতা নাইট ৰাইডাৰ্ছ, ২০১১

২০১১ চনত কলকতা নাইট ৰাইডাৰ্ছে ১১.৪ কোটি টকাত ক্ৰয় কৰা ভাৰতীয় প্ৰাক্তন অপেনাৰ গৌতম গম্ভীৰে এই তালিকাৰ অষ্টম স্থানত আছে।

৯. কে আৰ ৰাহুল, ১১ কোটি, কিং ইলিভেন্টছ পঞ্জাৱ ২০১৮  

তালিকাৰ নৱম স্থানত আছে ভাৰতীয় যুৱ তাৰকা বেটছমেন তথা অপেনাৰ কে আৰ ৰাহুল। ২০১৮ বৰ্ষত ৰাহুলক কিং ইলিভেন্টছ পঞ্জাৱে ১১ কোটি টকাত ক্ৰয় কৰিছিল।

১০. গ্লেন মেক্সৱেল, ১০.৭৫ কোটি, কিং ইলিভেন্টছ পঞ্জাৱ ২০১৮   

অষ্ট্ৰেলিয়াৰ দুধৰ্ষ অলৰাউণ্ডাৰ গ্লেন মেক্সৱেল আছে এই তালিকাৰ দশম স্থানত। ২০১৮ বৰ্ষত কিং ইলিভেন্টছ পঞ্জাৱে মেক্সৱেলক ১০.৭৫ কোটি টকাত ক্ৰয় কৰিছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

October 12, 2026 9:15 pm
“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

October 12, 2026 8:00 pm
গণতন্ত্ৰৰ বাবে প্রতিষ্ঠানৰ ওপৰত আস্থা কিমান গুৰুত্বপূৰ্ণ?

গণতন্ত্ৰৰ বাবে প্রতিষ্ঠানৰ ওপৰত আস্থা কিমান গুৰুত্বপূৰ্ণ?

October 12, 2026 7:00 pm
সঞ্জীৱ নাৰায়ণৰ ভাইৰেল ফোনালাপক লৈ ৰহস্য অব্যাহত! স্পষ্টীকৰণক লৈ প্ৰশ্ন সাংবাদিক সুশীল পাটোৱাৰীৰ

সঞ্জীৱ নাৰায়ণৰ ভাইৰেল ফোনালাপক লৈ ৰহস্য অব্যাহত! স্পষ্টীকৰণক লৈ প্ৰশ্ন সাংবাদিক সুশীল পাটোৱাৰীৰ

October 12, 2026 6:12 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

October 12, 2026 9:15 pm
“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

October 12, 2026 8:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd