• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমৰ মহাবিদ্যালয়ৰ নিযুক্তি প্ৰক্ৰিয়াৰ খচৰাৰ বিৰোধিতাৰে প্ৰায় সহস্ৰাধিক ছাত্ৰ- গৱেষকৰ শিক্ষামন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
November 26, 2024 4:07 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম মহাবিদ্যালয় কৰ্মচাৰী (প্ৰাদেশীকৰণ) নিয়ম, ২০২৪ৰ খচৰাৰ বিৰোধিতা কৰি, প্ৰায় সহস্ৰাধিক গৱেষক, স্নাতকোত্তৰ ছাত্ৰ, শিক্ষক-শিক্ষয়িত্রীয়ে অসমৰ শিক্ষামন্ত্রী ড০ ৰনোজ পেগুলৈ আজি এক মুকলি পত্ৰত স্বাক্ষৰ কৰিছে৷

প্ৰথমতে শ্বিলংস্থিত উত্তৰ পূৱ পাৰ্বত্য বিশ্ববিদ্যালয়ৰ কেইজনমান গৱেষক ছাত্ৰই  প্ৰস্তুত কৰি উলিওৱা মুকলি পত্ৰখন ৰাজহুৱা কৰি এই খচৰা নিয়মৰ বিৰোধিতাৰে ৰাজ্যখনৰ শৈক্ষিক সমাজৰ পৰা সমৰ্থন বিচৰা হৈছিল। এই আহ্বানৰ প্ৰতি সঁহাৰি জনাই, ৯৫০ জনতকৈ অধিক গৱেষক ছাত্ৰ, সহকাৰী অধ্যাপক, স্নাতকোত্তৰ ছাত্ৰ আৰু শিক্ষাবিদে গুগল ফৰ্মৰ জৰিয়তে পত্ৰখনত স্বাক্ষৰ কৰি নিযুক্তিৰ খচৰা নিয়মৰ বিৰুদ্ধে সমৰ্থন আগবঢ়ায়।

Apply Now

পত্ৰখনে প্ৰস্তাৱিত নিযুক্তি নিৰ্দেশনাত বৈষম্যমূলক বিধানসমূহৰ বিষয়ে গুৰুতৰ উদ্বেগ প্ৰকাশ কৰি কয় যে এই ব্যৱস্থা অনুসৰি শিক্ষক নিযুক্তি হলে ৰাজ্যৰ উচ্চ শিক্ষা ব্যৱস্থা ধোৱাচাঙত উঠিব।

উল্লেখ্য যে প্ৰস্তাৱিত খচৰা অনুসৰি শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত এক পৰীক্ষা অনুষ্ঠিত কৰা হব যাৰ পাঠ্যক্ৰম প্ৰশাসনিক চাকৰিৰ বাবে হোৱা পৰীক্ষাৰ সৈতে একেই।  খচৰা অনুসৰি পাঠ্যক্ৰমৰ ৯০ শতাংশ প্ৰশ্ন হব সাধাৰণ জ্ঞান, বুৰঞ্জী, চৰকাৰী আঁচনিকে ধৰি এক APSC/গ্ৰেড III পৰীক্ষাৰ ধৰণৰ। আচৰিত ভাবে এই খচৰা অনুসৰি, নিজৰ বিষয়ৰ ওপৰত থাকিব কেৱল ৫ শতাংশ নম্বৰ। যিহেতু এজন প্ৰশাসনিক বিষয়া আৰু মহাবিদ্যালয়ৰ অধ্যাপকৰ চাকৰিৰ মাজত আকাশ পাতাল পাৰ্থক্য আছে, সেয়ে একেই পাঠ্যক্ৰমৰ ভিত্তিত হোৱা পৰীক্ষাৰ যুক্তি নাই।  ইয়াৰে লগতে পত্ৰখনত কোৱা হৈছে যে এই পদ্ধতিয়ে প্ৰাৰ্থীসকলে

 বছৰ বছৰ ধৰি কৰা গৱেষণা, শিক্ষকতাৰ অভিজ্ঞতা আৰু নিজৰ নিৰ্দিষ্ট বিষয়ৰ উৎকৃষ্ট সাধনৰ বাবে ইমান দিনে কৰা বৌদ্ধিক কচৰৎক অৱজ্ঞা কৰে।

গৱেষক ছাত্ৰ সকলে প্ৰেৰণ কৰা এই পত্ৰক বিশিষ্ট সমাজ বিজ্ঞানী ড° হীৰেন গোহাঁই, শিক্ষাবিদ ড° ইন্দ্ৰানী দত্ত, ড° মনোৰমা শৰ্মা, ড° অপূৰ্ব বৰুৱা, ড° ভূপেন শৰ্মা, চি এছ আই আৰ-এন ই এছ টিৰ প্ৰাক্তন বিজ্ঞানী ড° পিনাকী সেনগুপ্ত  নিৰ্মল চন্দ্ৰ গগৈ, জি এন ডি জি কমাৰ্চ কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ গুনাধৰ গগৈ, নগাঁৱৰ ধিং কলেজৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ আব্দুছ চালাম, এ ডি পি কলেজৰ অৱসৰপ্ৰাপ্ত সহযোগী অধ্যাপক অমৰেন্দ্ৰ নাথ শৰ্মা, সাহিত্যিক তথা উত্তৰ গুৱাহাটী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত সহযোগী অধ্যাপক ড° তপন কুমাৰ শৰ্মাকে ধৰি কেইবা গৰাকী অসমৰ শিক্ষাবিদ তথা বিশিষ্ট নাগৰিকে পত্ৰখনৰ প্ৰতি সমৰ্থন আগবঢ়ায়।

শিক্ষা মন্ত্ৰীলৈ প্ৰেৰণ কৰা পত্ৰখনে মত পোষণ কৰে যে যদিও চলিত নিযুক্তি ব্যৱস্থা যথেষ্ট আসোৱাঁহপূৰ্ণ আৰু ইয়াক পুনৰীক্ষণ কৰাৰ প্ৰয়োজন আছে পিছে তাৰ বিকল্প হিচাপে এইখন খচৰা কোনো কাৰণতেই গ্ৰহণ যোগ্য নহয়। পত্ৰখনৰ স্বাক্ষৰকাৰীসকলে শীঘ্ৰে খচৰা নিয়ম প্ৰত্যাহাৰৰ দাবী জনোৱাৰ লগতে, নিযুক্তিৰ ক্ষেত্ৰত কোনো নতুন নিয়ম আনিব বিচাৰিলে চৰকাৰে শিক্ষাবিদ, ছাত্ৰ সংগঠন, গৱেষক ছাত্ৰ ছাত্ৰীকে ধৰি ৰাজহুৱা পৰামৰ্শলৈ হে নতুন নিয়ম প্ৰণয়ন কৰাৰ দাবী উত্থাপন কৰে। ইয়াৰে লগতে পত্ৰ খনে দাবী কৰে যে  নিৰ্দিষ্ট বিষয়ৰ ওপৰত জ্ঞান, শৈক্ষিক কৃতিত্ব, গৱেষণামূলক কাম, আৰু পাঠদান অভিজ্ঞতাৰ বাবে পৰ্যাপ্ত নম্বৰ প্ৰদান কৰিহে শিক্ষক নিযুক্তিৰ নিয়ম প্ৰণয়ন কৰা উচিত।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দুৰ্যোগৰ সময়ত আৰু নাহে ইমাৰ্জেন্সি এলাৰ্ট : দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ ঘোষণা

দুৰ্যোগৰ সময়ত আৰু নাহে ইমাৰ্জেন্সি এলাৰ্ট : দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ ঘোষণা

June 17, 2026 7:13 am
ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

June 16, 2026 9:46 pm
মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

June 16, 2026 9:33 pm
জি-৭ সন্মিলনত আকৌ মুখামুখি হ’ল মোদী আৰু মেলনী : এইবাৰ কি উপহাৰ দিলে নৰেন্দ্ৰ মোদীয়ে?

জি-৭ সন্মিলনত আকৌ মুখামুখি হ’ল মোদী আৰু মেলনী : এইবাৰ কি উপহাৰ দিলে নৰেন্দ্ৰ মোদীয়ে?

June 16, 2026 9:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দুৰ্যোগৰ সময়ত আৰু নাহে ইমাৰ্জেন্সি এলাৰ্ট : দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ ঘোষণা

দুৰ্যোগৰ সময়ত আৰু নাহে ইমাৰ্জেন্সি এলাৰ্ট : দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ ঘোষণা

June 17, 2026 7:13 am
ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

June 16, 2026 9:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd