• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অৰবিন্দ কেজৰিৱালৰ সুস্বাস্থ্যৰ বাবে সমূহীয়া উপবাস তথা অনশন কৰিব আম আদমি পাৰ্টীয়ে

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
April 5, 2024 12:13 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তথাকথিত সুৰা কেলেংকাৰীৰ তদন্তৰ নামত কেন্দ্ৰৰ বিজেপি চৰকাৰে আম আদমি পাৰ্টীৰ আহ্বায়ক তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক কাৰাৰুদ্ধ কৰাৰ পিছতে মধুমেহ ৰোগৰ বাবে তেওঁৰ ওজন যথেষ্ট হ্ৰাস পোৱাত আম আদমি পাৰ্টীৰ প্ৰতিজন সদস্য উদ্বেগ হৈ পৰিছে।

কেজৰিৱালৰ সুস্বাস্থ্যৰ বাবে সমগ্ৰ দেশৰ লগতে অসমতো অহা ৭ এপ্ৰিল, দেওবাৰে সমূহীয়া উপবাস তথা অনশন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে।

Apply Now

দলটোৰ গনেশগুৰিস্থিত ৰাজ্যিক কাৰ্যালয় আজি এক সংবাদমেল সম্বোধন কৰি আম আদমি পাৰ্টীৰ মুখপাত্ৰ হেমন্ত ফুকনে এই কথা জানিবলৈ দিয়ে। গুৱাহাটীৰ শ্ৰীমন্ত মাধৱদেৱ পথৰ সমীপৰ চচলস্থিত প্ৰতিবাদস্থলীত এই কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব। দিনৰ ১১ বজাৰ পৰা বিয়লি ৫ বজালৈকে অনুষ্ঠিত হ’বলগীয়া এই সমূহীয়া উপবাসত আপ, অসমৰ সভাপতি ডা৹ ভবেন চৌধুৰীকে ধৰি বিষয়ববীয়াসকল, কামৰূপ (মহানগৰ) সমিতি, জি এম চি সমিতি, মহিলা শক্তি, যুৱ শক্তি আৰু ছাত্ৰ-যুৱ সংগ্ৰাম সমিতিয়ে অংশগ্ৰহণ কৰিব। তদুপৰি, অসমৰ প্ৰতিখন জিলা আৰু সমষ্টি সমিতিয়ে নিজ নিজ স্থানত উক্ত দিনা সমূহীয়া প্ৰতিবাদ তথা অনশন কাৰ্যসূচী ৰূপায়ণ কৰিব।

এই কাৰ্যসূচীত অংশ গ্ৰহণ কৰিবলৈ আম আদমি পাৰ্টীয়ে সাধাৰণ জনতাকো আহ্বান জনায়। এই উদ্দেশ্যেৰ প্ৰতি সমৰ্থন থকা ৰাইজে যদি ব্যক্তিগত অসুবিধাৰ বাবে সমূহীয়া উপবাসত উপস্থিত থাকিব নোৱাৰে, তেন্তে তেওঁলোকক নিজ ঘৰতে বা কৰ্মস্থানত উক্ত দিনটো উপবাস থাকি অৰবিন্দ কেজৰিৱালৰ সুস্বাস্থ্যৰ কামনা কৰিবলৈ আহ্বান জনায় দলটোৱে।

তথাকথিত সুৰা কেলেংকাৰীৰ তদন্তৰ নামত বিজেপিয়ে ই ডিৰ হতুৱাই আম আদমি পাৰ্টীৰ মুৰব্বী অৰবিন্দ কেজৰিৱালকে ধৰি প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মণিষ ছিছোদিয়া, প্ৰাক্তন মন্ত্ৰী সত্যেন্দ্ৰ জৈন আৰু ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিঙক কোনো তথ্য-প্ৰমাণ নোহোৱাকৈ ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিতভাৱে গ্ৰেপ্তাৰ কৰাইছে। ছমাহ কাৰাৰুদ্ধ হৈ থকাৰ পাছত ই ডিয়ে সঞ্জয় সিঙৰ বিৰুদ্ধে কোনো তথ্য-প্ৰমাণৰ উচ্চতম ন্যায়ালয়ত প্ৰদৰ্শন কৰিব নোৱাৰাত সৰ্বোচ্চ ন্যায়ালয়ে তেওঁৰ জামিন মঞ্জুৰ কৰে। কিন্তু আন তিনিজন নেতা ক্ৰমে অৰবিন্দ কেজৰিৱাল, মণিষ ছিছোদিয়া আৰু সত্যেন্দ্ৰ জৈন এতিয়াও কাৰাবন্দী হৈ আছে। গতিকে আম আদমি পাৰ্টীয়ে বিজেপিৰ এই আক্ৰোশমূলক গ্ৰেপ্তাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি যাব।

আজিৰ সংবাদমেলত ৰাজ্যিক মুখপাত্ৰ পুনম গগৈ আৰু মিডিয়া পেনেলিষ্ট নীলমণি শইকীয়াও উপস্থিত থাকে।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd