• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নতুন কৰ্মসংস্থাপন সৃষ্টিত চৰকাৰৰ ব্যৰ্থতাৰ অভিযোগ আপৰ

by
February 5, 2025 4:30 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বছৰি একলাখ নিবনুৱাৰ চাকৰি প্ৰদানৰ প্ৰতিশ্ৰুতি এক ভেকোঁভাওনাৰ বাহিৰে আন একো নহয়। বিজেপি মিত্ৰজোঁটৰ চৰকাৰে নতুন কৰ্মসংস্থাপনৰ সৃষ্টিৰ ক্ষেত্ৰত চূড়ান্তভাবে ব্যৰ্থ হৈছে। ৰাজ্যখনত পঞ্জীয়নকৃত নিবনুৱাৰ সংখ্যাই ২৯ লাখৰ সীমা অতিক্রম কৰিছে। ইতিমধ্যে এই কথা প্ৰকাশ পাইছে যে  ৰাজ্যৰ প্ৰায় ২৯,৩৩, ৭৩৮ গৰাকী পঞ্জীয়নকৃত নিবনুৱাৰ ভিতৰত অকল গুৱাহাটীতে আছে প্রায় আঢ়ৈ লাখ। ” আজি মহানগৰীৰ গণেশগুৰিস্থিত আম আদমী পাৰ্টিৰ ৰাজ্যিক কাৰ্যালয়ত আপ যুৱ শক্তিৰ উপ সভাপতি জিতু ডেকাই সংবাদ মেলত নিবনুৱাৰ সংস্থাপনৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ ব্যৰ্থতাৰ বিৰুদ্ধে এনেদৰে সৰৱ হয়।

আপৰ যুৱনেতাগৰাকীয়ে নিৰ্বাচনৰ পূৰ্বে বিজেপি দল আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিয়া প্ৰতিশ্ৰুতি পালনত ব্যৰ্থতাৰ সমালোচনা কৰে। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই দিল্লী বিধানসভাৰ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ অসম চৰকাৰৰ সফলতাৰ ফটাঢোল কোবোৱা বুলি অভিযোগ উত্থাপন কৰে আপ যুৱ শক্তিৰ নেতা জিতু ডেকাই।

Apply Now

আনহাতে ৰাজ্যখনত চৰকাৰী খণ্ডৰ শিক্ষানুষ্ঠান সমূহ বন্ধ কৰি অসম চৰকাৰে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ পৃষ্ঠপোষকতা কৰাৰ অভিযোগ আম আদমী পাৰ্টিৰ। সংবাদমেলত আপ যুৱ শক্তিৰ সাধাৰণ সম্পাদক সৌৰভ কলিতাই বিজেপি চৰকাৰে বিগত ৮ বছৰত      ৮,০৩৪ খন চৰকাৰী বিদ্যালয় বন্ধ কৰাটো এক নজিৰ বিহীন ঘটনা বুলি উল্লেখ কৰে। যুৱ শক্তিৰ সাধাৰণ সম্পাদক কলিতাই অসমৰ শিক্ষাখণ্ডৰ উন্নয়নৰ বাবে দিল্লী মডেল গ্ৰহণ কৰিবলৈ আহ্বান জনায়।

তেওঁ কয়, যি সময়ত দিল্লীৰ আম আদমী পাৰ্টিৰ চৰকাৰে বিশ্ব মানৰ চৰকাৰী স্কুল স্থাপন কৰি দৃষ্টান্ত দেখুৱাইছে, সেই সময়ত অসমত চৰকাৰী স্কুল বন্ধ কৰি ৰাজ্যবাসীৰ মূৰত ৰামটাঙোন সোধাইছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। চৰকাৰী নিযুক্তিৰ ক্ষেত্ৰতো স্পষ্ট নীতি নথকাৰ বাবে আজি ক্ৰমাৎ বৃদ্ধি পাইছে নিবনুৱা সমস্যা। ‘ ৰাজ্য চৰকাৰৰ  চৰকাৰী শিক্ষা খণ্ড আৰু কৰ্মসংস্থাপনৰ ক্ষেত্ৰত ব্যৰ্থতাৰ বিৰুদ্ধে এনেদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে আপৰ যুৱনেতাগৰাকীয়ে।

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd