• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পেহেলগাম ঘটনাৰ মৃতকৰ প্ৰতি সন্মান জনাই ৩ দিনৰ বাবে ৱাকফ সুৰক্ষা আন্দোলন স্থগিত ৰাখিলে সৰ্বভাৰতীয় মুছলিম ব্যক্তিগত আইন ব’ৰ্ডে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 24, 2025 6:28 pm
467
VIEWS
Share on FacebookShare on Twitter

দক্ষিণ কাশ্মীৰৰ পেহেলগামত মঙলবাৰে সংঘটিত হয় এক ভয়ানক সন্ত্ৰাসবাদী আক্ৰমণ। এই ঘটনাত ২৬ জন নিৰীহ পৰ্যটকৰ মৃত্যু হোৱাৰ লগতে প্ৰায় ১৭ গৰাকী লোক আহত হয়।

এই ঘটনাত নিহত ছহিদ সকলৰ প্ৰতি সন্মান জনাই সৰ্বভাৰতীয় মুছলিম ব্যক্তিগত আইন ব’ৰ্ডে (AIMPLB) ৱাকফ সুৰক্ষা আন্দোলন স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

বুধবাৰে সৰ্বভাৰতীয় মুছলিম ব্যক্তিগত আইন ব’ৰ্ডে এক বিবৃতি প্ৰকাশ কৰি কয় যে এই ঘটনা অত্যন্ত মৰ্মান্তিক আৰু নিন্দনীয়। মৃতকৰ পৰিয়ালৰ প্ৰতি সন্মান জনাই অহা ৩ দিনৰ বাবে ৱাকফ সুৰক্ষা আন্দোলন স্থগিত ৰখাৰ সিদ্ধান্ত লৈছে ব’ৰ্ডে। অৱশ্যে তিনিদিনৰ পাছত পুনৰ আন্দোলন আৰম্ভ হ’ব বুলি ব’ৰ্ডে অৱগত কৰিছে।

আগশাৰীৰ মুছলমান সংগঠন জামাত-ই-ইছলামী হিন্দ আৰু উলানা-ই-হিন্দে পেহেলগাম কাণ্ডৰ নিহতসকলৰ সৈতে সংহতি প্ৰকাশ কৰিছে। মুছলমান সংগঠনটোৱে এই কাণ্ডক “কাপুৰুষালী”বুলি অভিহিত কৰিছে। তেওঁলোকে কয় যে নাগৰিক সমাজত সন্ত্ৰাসবাদৰ কোনো স্থান নাই।

এই সন্দৰ্ভত জামাত-ই-ইছলামীৰ সভাপতি চৈয়দ সাদাতুল্লাহ হুছেইনীয়ে কয়, “আমি এই ভয়ানক সন্ত্ৰাসবাদী আক্ৰমণক তীব্ৰ গৰিহণা দিছো। বিদেশী পৰ্যটককে ধৰি নিৰীহ লোকৰ প্ৰাণ হেৰুৱাই পেলোৱাটো দুখজনক। এনে বৰ্বৰ কাৰ্য্যৰ কোনো ন্যায্যতা থাকিব নোৱাৰে। ই সম্পূৰ্ণ অমানৱীয় আৰু গৰিহণাযোগ্য। এই অমানৱীয় কাণ্ডৰ লগত জড়িত দোষীসকলৰ শাস্তি হোৱা উচিত।”

Recent News

বিজেপি চৰকাৰ গণতন্ত্ৰ আৰু সংবিধান বিৰোধীঃ ৰাহুল গান্ধী

বিজেপি চৰকাৰ গণতন্ত্ৰ আৰু সংবিধান বিৰোধীঃ ৰাহুল গান্ধী

অসমত বিলুপ্ত হ’ল ৯৪৪টা নিম্ন স্নাতক শিক্ষকৰ পদ! শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

অসমত বিলুপ্ত হ’ল ৯৪৪টা নিম্ন স্নাতক শিক্ষকৰ পদ! শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

কোনো নথকাৰ সুযোগত দিন দোপৰতে চুৰি কাণ্ড গুৱাহাটীত! পবিত্ৰ মাৰ্ঘেৰিটাৰ বাসগৃহৰ পৰা কেবা লাখ টকাৰ সামগ্ৰী লৈ উধাও চুৰ

কোনো নথকাৰ সুযোগত দিন দোপৰতে চুৰি কাণ্ড গুৱাহাটীত! পবিত্ৰ মাৰ্ঘেৰিটাৰ বাসগৃহৰ পৰা কেবা লাখ টকাৰ সামগ্ৰী লৈ উধাও চুৰ

পেহেলগাম আক্ৰমণত চৰকাৰী ষড়যন্ত্ৰৰ অভিযোগ! NSAৰ অধীনত আটক AIUDFৰ বিধায়ক

পেহেলগাম আক্ৰমণত চৰকাৰী ষড়যন্ত্ৰৰ অভিযোগ! NSAৰ অধীনত আটক AIUDFৰ বিধায়ক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd