• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বন বিষয়াৰ ৰদ-বদল : ৮ বিষয়াৰ কৰ্মস্থান সলালে অসম চৰকাৰে

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
September 17, 2024 10:43 am
832
VIEWS
Share on FacebookShare on Twitter

শেহতীয়াকৈ অসমৰ বন বিভাগত বন বিষয়াৰ বৃহৎ ৰদ-বদল কৰিছে অসম চৰকাৰ তথা বন বিভাগে। ধাৰাবাহিকভাবে অসম চৰকাৰে কেইবাজনো জ্যেষ্ঠ বন বিষয়াক সালসলনি কৰিছে।

চৰকাৰ এই পৰিৱৰ্তনৰ লক্ষ্য আৰু উদ্দেশ্য হৈছে বন বিভাগৰ বিষয়া-কৰ্মচাৰীৰ দক্ষতা বৃদ্ধিৰ লগতে জনসেৱাত অধিক সক্ৰিয়তা অৱলম্বন কৰা।

জানিব পৰা মতে, গুৱাহাটীৰ কামৰূপ পূৱ সংমণ্ডলৰ সংমণ্ডল বন বিষয়া (ডি এফ অ’) ৰোহিনী বল্লভ শইকীয়াক প্ৰধান মুখ্য বন সংৰক্ষক (বন্যপ্ৰাণী)ৰ কাৰ্যালয়ত সংযুক্ত বন সংৰক্ষক উপ-বন সংৰক্ষক হিচাপে বদলি কৰা হৈছে।

ইফালে, উপ-বন সংৰক্ষক (প্ৰচাৰ বিভাগ) বিষয়া গোলাপ কুমাৰ বণিয়াক বাকছা বন সংমণ্ডলৰ সংমণ্ডল বন বিষয়া (ডি এফ অ’) হিচাপে নিযুক্তি দিয়া হৈছে।

বাকছা বন সংমণ্ডলৰ সংমণ্ডল বন বিষয়া ৰঞ্জিত কোঁৱৰক প্ৰধান মুখ্য বন সংৰক্ষক (বন্যপ্ৰাণী)ৰ কাৰ্যালয়লৈ উপ-বন সংৰক্ষক (প্ৰচাৰ বিভাগ) হিচাপে বদলি কৰা হৈছে।

বামুনীগাঁৱৰ কামৰূপ পশ্চিম সংমণ্ডলৰ সংমণ্ডল বন বিষয়া ডিম্পি বৰাক জালুকবাৰীৰ অসম বন বিদ্যালয়ৰ সঞ্চালক হিচাপে নিযুক্তি দিয়া হৈছে।

জালুকবাৰীৰ অসম বন বিদ্যালয়ৰ সঞ্চালক মনোজ কুমাৰ গোস্বামীক লখিমপুৰ সংমণ্ডলৰ সংমণ্ডল বন বিষয়া (ডি এফ অ’) হিচাপে বদলি কৰা হৈছে।

লখিমপুৰ সংমণ্ডলৰ সংমণ্ডল বন বিষয়া অশোক দেৱ চৌধুৰীক কামৰূপ পূৱ সংমণ্ডলৰ ডি এফ অ’লৈ বদলি কৰা হৈছে।

প্ৰধান বন কাৰ্যালয়ৰ উপ বন সংৰক্ষক  শ্বেৰিধৰ ৰেড্ডীক মানস বাঘ্ৰ্য সংৰক্ষিত বনাঞ্চলৰ উপ সঞ্চালক হিচাপে নিযুক্তি দিয়া হৈছে।

আনহাতে, মানস বাঘ্ৰ্য সংৰক্ষিত বনাঞ্চলৰ উপ সঞ্চালক সুবোধ তালুকদাৰক বদলি কৰি কামৰূপ পশ্চিম সংমণ্ডল, বামুনীগাঁওৰ সংমণ্ডল বন বিষয়া হিচাপে পদবী কৰা হৈছে।

Recent News

গুৱাহাটীৰ বন্ধ কোঠাত উদ্ধাৰ মহিলাৰ মৃতদেহ, হত্যাৰ সন্দেহ

গুৱাহাটীৰ বন্ধ কোঠাত উদ্ধাৰ মহিলাৰ মৃতদেহ, হত্যাৰ সন্দেহ

মুম্বাইত আশ্চৰ্যকৰ ঘটনাঃ এবছৰ ধৰি ১৬ বছৰীয়া ছাত্ৰক পঞ্চতাৰকাযুক্ত হোটেললৈ নি ধৰ্ষণ শিক্ষয়িত্ৰীৰ

মুম্বাইত আশ্চৰ্যকৰ ঘটনাঃ এবছৰ ধৰি ১৬ বছৰীয়া ছাত্ৰক পঞ্চতাৰকাযুক্ত হোটেললৈ নি ধৰ্ষণ শিক্ষয়িত্ৰীৰ

গুৱাহাটীৰ পানীযোগান সমস্যা সমাধানৰ দাবীত ধৰ্ণা কাৰ্যসূচী পালন নাগৰিক ঐক্য মঞ্চৰ

গুৱাহাটীৰ পানীযোগান সমস্যা সমাধানৰ দাবীত ধৰ্ণা কাৰ্যসূচী পালন নাগৰিক ঐক্য মঞ্চৰ

বৰ্ধিত অকাল মৃত্যুৰ বাবে দায়ী নেকি ক’ভিড ভেকচিন? কি উন্মোচিত হ’ল গৱেষণা কেন্দ্ৰ আইচিএমআৰ আৰু এইমছৰ যৌথ প্ৰতিবেদনত…

বৰ্ধিত অকাল মৃত্যুৰ বাবে দায়ী নেকি ক’ভিড ভেকচিন? কি উন্মোচিত হ’ল গৱেষণা কেন্দ্ৰ আইচিএমআৰ আৰু এইমছৰ যৌথ প্ৰতিবেদনত…

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd