• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ইন্দিৰা গান্ধীৰ মৃত্যুৰ ভৱিষ্যৎবাণী কৰা জ্যোতিষীয়ে নৰেন্দ্ৰ মোদীৰ ভৱিষ্যতৰ বিষয়ে কি ক’লে?

এন ই নাও নিউজ by এন ই নাও নিউজ
January 30, 2020 3:20 pm
Hridaylal-Mishra

পণ্ডিত জ্যোতিষী হৰিদয়াল মিশ্ৰ আৰু প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী। ফাইল ফটো

238.1k
VIEWS
Share on FacebookShare on Twitter

প্ৰাক্তন প্ৰধান মন্ত্ৰী ইন্দিৰা গান্ধী আৰু তেওঁৰ পুত্ৰ সঞ্জয় গান্ধীৰ  মৃত্যুৰ ভৱিষ্যৎবাণী কৰা জ্যোতিষীজনে একেবাৰে নিৰ্ভুলভাৱে দিছিল সেই আগতীয়া বাৰ্তা।

কিন্তু বহতেই সেই জ্যোতিষী পণ্ডিতগৰাকীৰ নাম নাজানে। পিচে, বৰ্তমান পুনৰ সেই জ্যোতিষীগৰাকী চৰ্চাৰ মাজলৈ আহিছে কিয়নো তেওঁ এইবাৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভৱিষ্যৎবাণী কৰিছে।

অযোধ্যাৰ বাসিন্দা এই জ্যোতিষীগৰাকীৰ নাম হৈছে হৰিদয়াল মিশ্ৰ। দেখা গৈছে যে তেওঁ পূৰ্বে কৰা বেছিভাগ ভৱিষ্যৎবাণীয়েই সত্য প্ৰমাণিত হৈছে।

প্ৰাক্তন প্ৰধান মন্ত্ৰী ইন্দিৰা গান্ধী আৰু পুত্ৰ সঞ্জয় গান্ধীৰ বিষয়েও তেওঁ ভৱিষ্যৎবাণী কৰিছিল আৰু সেইবোৰ সঁচা প্ৰমাণিত হৈছিল।

অৱশ্যে, তেওঁ ইয়াৰ বাবে চিবিআইৰ এক তদন্তৰো সন্মুখীন হ’বলগীয়া হৈছিল।

এইবাৰ পুনৰ পণ্ডিত হৰিদয়াল মিশ্ৰই প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিষয়ে কিছু ভৱিষ্যৎবাণী কৰিছে।

তেওঁ কৈছে যে নৰেন্দ্ৰ মোদী সদায়েই অপৰাজিত হৈ থাকিব আৰু তেওঁ কোনো নিৰ্বাচনতে পৰাজয়ৰ সন্মুখীন হ’বলগীয়া নহয়।

জ্যোতিষীগৰাকীৰ মতে, মোদীয়ে এক দীঘলীয়া পৰিক্ৰমা সম্পূৰ্ণ কৰিব আৰু তেওঁ দীৰ্ঘদিনৰ বাবে এই চকীখনত অপৰিৱৰ্তিত হৈ বহি থাকিব।

যদিহে তেওঁৰ ভৱিষ্যৎবাণী সঁচা হয়, তেতিয়াহ’লে মোদীৰ অনুগামীসকলৰ বাবে এয়া হ’ব বহু ভাল খৱৰ।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপৰিও জ্যোতিষীগৰাকীয়ে ৰাহুল গান্ধীৰ বিষয়েও ভৱিষ্যৎবাণী কৰিছে।

তেওঁ কৈছে যে ৰাহুল গান্ধীৰ ভাল দিন চলা নাই। সেয়ে তেওঁ কিছু কাম কৰাটো ভাল হ’ব। তেওঁৰ মতে, ৰাহুল গান্ধীয়ে বৰ্তমান আৰু কিছুদিনৰ বাবে জনসাধাৰণ চৰকাৰখনৰ বিৰুদ্ধে যোৱালৈকে অপেক্ষা কৰা উচিত।

ৰাহুল গান্ধীয়ে যদি কিছুদিনৰ পাছত চৰকাৰৰ নীতিৰ বিষয়ে জনসাধাৰণৰ আগত কয় তেতিয়াহ’লে জনসাধাৰণে তেওঁৰ কথা শুনিব আৰু তেওঁৰ কথাৰ জনসাধাৰণৰ ওপৰত প্ৰভাৱ পৰিব।

উল্লেখযোগ্য যে জ্যোতিষী পণ্ডিত হৰিদয়াল মিশ্ৰই পূৰ্বতে কৰা বহুতে ৰাজনৈতিক ভৱিষ্যৎবাণী সত্য প্ৰমাণিত হৈ আহিছে।

Recent News

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd