• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

প্ৰাকৃতিক কাৰণত নহয়, নাগৰিকৰ বাবেই অপমৃত্যুৰ দিশে এখন নদী!

২০২১ ৰ ভিতৰত প্ৰদূষণমুক্ত হ’ব নে ভৰলু?

প্ৰাঞ্জল দেউৰী by প্ৰাঞ্জল দেউৰী
February 28, 2020 7:52 am
প্ৰতিনিধিত্বমূলক স্থিৰচিত্ৰ, উৎস- ইন্টাৰনেট

প্ৰতিনিধিত্বমূলক স্থিৰচিত্ৰ, উৎস- ইন্টাৰনেট

14
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ক্ৰমবৰ্দ্ধমান এখন মহানগৰৰ বাবেই অপমৃত্যু ঘটাৰ উপক্ৰম হৈছে এখন নদীৰ!

অপমৃত্যু ঘটাৰ উপক্ৰম হোৱা এই নদীখন হ’ল আমাৰ অতি পৰিচিত ভৰলু নদী!

Apply Now

প্ৰায় ১০ লাখ বসতিপূৰ্ণ গুৱাহাটী মহানগৰীৰৰ মাজেৰে বৈ যোৱা ভৰলুৱে গণিছে মৃত্যুৰ ক্ষণ!

গুৱাহাটী মহানগৰীৰ এটা জাৱৰ নিষ্কাশন নলাৰ দৰেই জীৱন কটাই আছে এসময়ৰ প্ৰাণৱন্ত ভৰলু নদীয়ে।

উল্লেখ্য যে ভাৰত চৰকাৰৰ স্মাৰ্ট চিটি নিৰ্মাণৰ তালিকাত গুৱাহাটী মহানগৰীখনো আছে। অথচ এই প্ৰস্তাৱিত স্মাৰ্ট চিটিৰ বুকুৰে বৈ যোৱা মূল নদীখনেই এতিয়া এটা কদৰ্যময় নলালৈ পৰ্যবসিত হৈছে।

প্ৰণিধানযোগ্য যে ১০ লাখ জনসংখ্যাৰে পূৰ্ণ গুৱাহাটী মহানগৰীৰ মাত্ৰ ৩০ শতাংশ মানুহৰ বাবেহে পাইপ লাইনযোগে পানী উপলব্ধ হয়, তাকো দৈনিক ৭০ লিটাৰকৈহে।

এটা জাৱৰ নিষ্কাশন নলালৈ ক্ৰমাৎ পৰ্যবসিত হোৱা ভৰলু নদীখন চাফা আৰু প্ৰদূষণমুক্ত কৰাৰ বাবে গুৱাহাটী পৌৰ নিগমে বিভিন্ন আঁচিন গ্ৰহণ কৰি বিগত দিনবোৰত বহু ধন অপচয় কৰাহে পৰিলক্ষিত হৈছে।

যাৰ ফলত ভৰলুৱে পানীৰ বহন ক্ষমতা হেৰুৱাই বাৰিষা কালত গুৱাহাটী মানগৰীত প্ৰায়ে কৃত্ৰিম বনাপানীৰ সৃষ্টি কৰি আহিছে।

মেঘালয়ৰ পৰা নামি অহা বাহিনী নৈখন ৰাজ্যিক চিৰিয়াখানাৰ পৰা নতুন নাম লৈছে। তাৰ পৰাই ভৰলুৱে প্ৰায় ৬.২ কিলোমিটাৰ নামনিলৈ বৈ গৈ ভৰলুমুখত ব্ৰহ্মপুত্ৰত পৰিছে।

 ২০১৩ চনৰ অসম প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডৰ এক তথ্যৰ মতে গুৱাহাটীৰ সৰু আৰু মধ্যম সকলো ধৰণৰ উদ্যোগ, কাৰখানা, ব্যৱসায় প্ৰতিষ্ঠান, অট্টালিকা, গৃহ আদিৰ নিৰ্গত দূষিত পানী আৰু জাৱৰবোৰ ভৰলুৰ বুকু বিষাক্ত আৰু কদৰ্যময় কৰি তুলিছে।

আনফালে গুৱাহাটী মহানগৰীৰ ৩৩০ টা নলাই কঢ়িয়াই নিয়া দূষিত পানী আৰু জাবৰ/পলিথিন আদিবোৰ গৈ ভৰলুতে পৰিছে।

কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ড ইতিমধ্যে ভৰলুক দেশৰ ভিতৰতে আটাইতকৈ প্ৰদূষিত নদী বুলি চিনাক্ত কৰিছে।

২০২১ চনৰ ৩১ মাৰ্চৰ ভিতৰত ভৰলুক চাফা কৰা লক্ষ্য নিৰ্ধাৰণ কৰা হৈছিল। কিন্তু দেখা গৈছে সেই লক্ষ্য পূৰণ হোৱাৰ কোনো আশা নাই।

প্ৰায় এক দশক পূৰ্বে কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰালয়, বন আৰু জলবায়ু পৰিৱৰ্তন বিভাগক অসম প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডৰ যোগেদি ভৰলুৰ লগতে কলং নদীৰ পুনৰুজ্জীৱিতকৰণৰ বাবে ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেকন’লজিয়ে এক প্ৰকল্পৰ প্ৰতিবেদন জমা দিছিল যদিও মন্ত্ৰালয়ে গ্ৰহণ কৰা নাছিল।

গুৱাহাটী আই আই টিয়েও ভৰলু আৰু বাহিনী নদীৰ পনৰুজ্জীৱিতকৰণ আৰু দুয়ো পাৰৰ সংবৰ্দ্ধন আৰু সংৰক্ষণৰ গছ কটা পাহাৰ কটা বন্ধ কৰিবলৈ পৰামৰ্শ দিছে। কিন্তু এই ক্ষেত্ৰত পৌৰ নিগম, মহানগৰ জিলা প্ৰশাসন আৰু গুৱাহাটী নগৰ উন্নয়ন বিভাগে বিশেষ একো গুৰুত্ব দিয়া পৰিলক্ষিত হোৱা নাই।

প্ৰাঞ্জল দেউৰী

প্ৰাঞ্জল দেউৰী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৪০ অভিযোগৰ ‘ফেক্ট চেক’! ২৯টা মিছা, ১১টা বিভ্ৰান্তিকৰ; ৰাহুলক লৈ তীব্ৰ বাক্‌যুদ্ধ

৪০ অভিযোগৰ ‘ফেক্ট চেক’! ২৯টা মিছা, ১১টা বিভ্ৰান্তিকৰ; ৰাহুলক লৈ তীব্ৰ বাক্‌যুদ্ধ

August 28, 2026 4:45 pm
গুৱাহাটীত স্থাপনৰ হ’ব নতুন আৰক্ষী থানা : ওদালবাক্ৰা আৰক্ষী চকী সলনি হ’ব কাহিলীপাৰা থানালৈ

গুৱাহাটীত স্থাপনৰ হ’ব নতুন আৰক্ষী থানা : ওদালবাক্ৰা আৰক্ষী চকী সলনি হ’ব কাহিলীপাৰা থানালৈ

August 28, 2026 3:29 pm
তেলেংগানাত অসমৰ দুই কৰ্মীৰ বিৰুদ্ধে সহযোগী অসমীয়া কৰ্মীক হত্যা কৰাৰ অভিযোগ

তেলেংগানাত অসমৰ দুই কৰ্মীৰ বিৰুদ্ধে সহযোগী অসমীয়া কৰ্মীক হত্যা কৰাৰ অভিযোগ

August 28, 2026 1:44 pm
কঁপি উঠিল চীন! কেইঘণ্টামানৰ ভিতৰত পুনৰ নেপালত বিধ্বংসী বানৰ আশংকা, জাৰি হাই এলাৰ্ট

কঁপি উঠিল চীন! কেইঘণ্টামানৰ ভিতৰত পুনৰ নেপালত বিধ্বংসী বানৰ আশংকা, জাৰি হাই এলাৰ্ট

August 28, 2026 12:47 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৪০ অভিযোগৰ ‘ফেক্ট চেক’! ২৯টা মিছা, ১১টা বিভ্ৰান্তিকৰ; ৰাহুলক লৈ তীব্ৰ বাক্‌যুদ্ধ

৪০ অভিযোগৰ ‘ফেক্ট চেক’! ২৯টা মিছা, ১১টা বিভ্ৰান্তিকৰ; ৰাহুলক লৈ তীব্ৰ বাক্‌যুদ্ধ

August 28, 2026 4:45 pm
গুৱাহাটীত স্থাপনৰ হ’ব নতুন আৰক্ষী থানা : ওদালবাক্ৰা আৰক্ষী চকী সলনি হ’ব কাহিলীপাৰা থানালৈ

গুৱাহাটীত স্থাপনৰ হ’ব নতুন আৰক্ষী থানা : ওদালবাক্ৰা আৰক্ষী চকী সলনি হ’ব কাহিলীপাৰা থানালৈ

August 28, 2026 3:29 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd