• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বজ্ৰং দলক নিষিদ্ধ কৰাৰ আহ্বান নাগৰিকত্ব আইন সংশোধন বিৰোধী  সমন্বয় সমিতিৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 31, 2023 3:11 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগৰিকত্ব আইন সংশোধন বিৰোধী  সমন্বয় সমিতি, অসমৰ সভাপতি ডঃহীৰেন গোহাঁই আৰু মুখ্য সমন্বয়ক দেবেন তামুলীয়ে মংগলদৈত বজ্ৰং দলৰ দ্বাৰা অস্ত্ৰ প্ৰশিক্ষণ কাৰ্যৰ কঠোৰ ভাষাৰে বিৰোধিতা কৰিছে। 

এক বিবৃতিত সমিতিখনে কয় যে যি সময়ত বিশ্ব জলবায়ু সংকটৰ ফলত অসমতো ভয়ানক উত্তপ্ত বতৰ  দেখা গৈছে, উৎকট মূল্যবৃদ্ধিয়ে সাধাৰণ জনগণৰ জীৱননিৰ্বাহ অসম্ভৱ কৰি তুলিছে, সেই সময়তে জনগণৰ শত্ৰু আৰু শোষক মহলৰ বন্ধুৱে আচল শত্ৰু লুকুৱাই ভুৱা শত্ৰু আবিষ্কাৰ কৰি সৰ্বনাশী উত্তেজনা সৃষ্টি কৰিছে ।  

Apply Now

ইয়াৰ লগতে বিবৃতিটোত কোৱা হৈছে যে বজ্ৰং দল তেনেকুৱাই এটা দল আৰু এতিয়া এই দলেই মঙলদৈত মুকলিকৈ অস্ত্ৰশিক্ষা আৰু অস্ত্ৰ চালনাৰ আখড়া পাতিছে। সমিতিয়ে শংকা ব্যক্ত কৰি কয় যে  এক বিশেষ সম্প্ৰদায়ৰ বিৰুদ্ধে এই আখড়া অনুষ্ঠিত কৰা হৈছে। 

লগতে কয় যে এনে কাৰ্যকলাপে মিছাতে সমাজত শংকা আৰু বিদ্বেষৰ ভাব বিয়পোৱা লগতে অনাহক সন্দেহ আৰু উত্তেজনা সৃষ্টি কৰে। জিলা প্ৰশাসনে তেনে এক আইনবিৰোধী কাম কৰিবলৈ কেনেকৈ অনুমতি দিব পাৰে বুলি সমিতিয়ে প্ৰশ্ন কৰে । 

যদি প্ৰশাসনৰ অনুমতি লোৱা নাছিল তেন্তে  তাত তৎক্ষণাত হস্তক্ষেপ কৰি নেতাবিলাকক গ্ৰেপ্তাৰ  কৰাৰ প্ৰয়োজন আছিল। প্ৰশাসনৰ নিস্ক্ৰিয়তাই চৰকাৰৰ সদিচ্ছা সম্পৰ্কেও সন্দেহ জন্মাইছে বুলি বিবৃতিত উল্লেখ কৰে। সমিতিয়ে কয় যে এই অস্ত্ৰ প্ৰশিক্ষণ কাৰ্যই আৰক্ষীৰ প্ৰয়োজনীয়তা আৰু এক আইনসংগত সংস্থা হিচাপে তেওঁলোকৰ অস্তিত্বক নাকচ কৰিছে  সমিতিয়ে চৰকাৰক প্ৰশ্ন কৰে যে আন দল বা সংগঠনক সমদল-সভা আনকি শান্তি-সমদল পৰ্যন্ত কৰিবলৈ অনুমতি নিদিয়া প্ৰশাসনে বে-আইনী অস্ত্ৰ চালনা প্ৰশিক্ষণৰ অনুমতি কেনকৈ দিয়ে। – বিবৃতিটোত সমিতিখনে কয়।

সমিতিয়ে এই ক্ষেত্ৰত  সংবাদপত্ৰৰ সজাগ ভূমিকাৰ শলাগ লয় আৰু  অসমত বজ্ৰং দলৰ কাৰ্যকলাপ তুৰন্তে  নিষিদ্ধ কৰিবলৈ আৰু তাৰ সংশ্লিষ্ট নেতা কেইজনক গ্ৰেপ্তাৰ কৰি যথাবিহিত আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ সমিতিয়ে চৰকাৰক দাবী জনায়। 

নাগৰিকত্ব আইন সংশোধন বিৰোধী  সমন্বয় সমিতিয়ে অসমৰ ৰাইজকো এই ধৰণৰ  ষড়যন্ত্ৰৰ বিৰুদ্ধে সজাগ হবলৈ আহ্বান জনাইছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পোছাকক লৈ বিতৰ্ক! গিভাই আঁতৰালে কৃতি শেননৰ ৰক্ষা বন্ধনৰ বিজ্ঞাপন

পোছাকক লৈ বিতৰ্ক! গিভাই আঁতৰালে কৃতি শেননৰ ৰক্ষা বন্ধনৰ বিজ্ঞাপন

August 26, 2026 7:21 pm
মানসজ্যোতি চেতিয়াৰ ৰহস্যজনক মৃত্যুক লৈ দণ্ডাশীল পৰ্যায়ৰ তদন্ত ঘোষণা : ঘটনাস্থলীলৈ যাত্ৰা আৰক্ষীৰ শীৰ্ষ বিষয়াৰ

মানসজ্যোতি চেতিয়াৰ ৰহস্যজনক মৃত্যুক লৈ দণ্ডাশীল পৰ্যায়ৰ তদন্ত ঘোষণা : ঘটনাস্থলীলৈ যাত্ৰা আৰক্ষীৰ শীৰ্ষ বিষয়াৰ

August 26, 2026 6:30 pm
২১ বছৰৰ কাৰ্যকালত ২৫ টা ট্ৰান্সফাৰ! ডাবাং খ্যাত এইজন আই এ এছ বিষয়াৰ নাম শুনিলেই ভয়ত কঁপি উঠে হোটেল ৰেঁস্তোৰাৰ মালিক

২১ বছৰৰ কাৰ্যকালত ২৫ টা ট্ৰান্সফাৰ! ডাবাং খ্যাত এইজন আই এ এছ বিষয়াৰ নাম শুনিলেই ভয়ত কঁপি উঠে হোটেল ৰেঁস্তোৰাৰ মালিক

August 26, 2026 5:45 pm
“সূৰ্য, বতাহ বা পানীৰ কোনো ধৰ্ম নাই”- বন্দে মাতৰম বিতৰ্কৰ মাজতে কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ঘোষণা

“সূৰ্য, বতাহ বা পানীৰ কোনো ধৰ্ম নাই”- বন্দে মাতৰম বিতৰ্কৰ মাজতে কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ঘোষণা

August 26, 2026 4:29 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পোছাকক লৈ বিতৰ্ক! গিভাই আঁতৰালে কৃতি শেননৰ ৰক্ষা বন্ধনৰ বিজ্ঞাপন

পোছাকক লৈ বিতৰ্ক! গিভাই আঁতৰালে কৃতি শেননৰ ৰক্ষা বন্ধনৰ বিজ্ঞাপন

August 26, 2026 7:21 pm
মানসজ্যোতি চেতিয়াৰ ৰহস্যজনক মৃত্যুক লৈ দণ্ডাশীল পৰ্যায়ৰ তদন্ত ঘোষণা : ঘটনাস্থলীলৈ যাত্ৰা আৰক্ষীৰ শীৰ্ষ বিষয়াৰ

মানসজ্যোতি চেতিয়াৰ ৰহস্যজনক মৃত্যুক লৈ দণ্ডাশীল পৰ্যায়ৰ তদন্ত ঘোষণা : ঘটনাস্থলীলৈ যাত্ৰা আৰক্ষীৰ শীৰ্ষ বিষয়াৰ

August 26, 2026 6:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd