DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 27, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দেশজোৰা প্ৰতিবাদৰ পাছতে ধৰ্ষণকাৰীক মৃত্যু দণ্ড বিহাৰ ঘোষণা বাংলাদেশ চৰকাৰৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
October 12, 2020 9:04 pm
দেশজোৰা প্ৰতিবাদৰ পাছতে ধৰ্ষণকাৰীক মৃত্যু দণ্ড বিহাৰ ঘোষণা বাংলাদেশ চৰকাৰৰ
389
VIEWS
Share on FacebookShare on Twitter

বাংলাদেশত ক্ৰমাগতভাৱে বৃদ্ধি পাই অহা ধৰ্ষণ আৰু যৌন নিৰ্যাতনৰ ঘটনাৰ পাছত সমগ্ৰ দেশজুৰি সৃষ্টি হোৱা প্ৰতিবাদৰ ওচৰত সেও মানি বাংলাদেশ চৰকাৰে ধৰ্ষণকাৰীক মৃত্যুদণ্ডৰে দণ্ডিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

মঙলবাৰে বাংলাদেশৰ ৰাষ্ট্ৰপতিয়ে এখন অধ্যাদেশ জাৰি কৰি ইয়াক আইনত পৰিণত কৰিব বুলি বাংলাদেশৰ আইন মন্ত্ৰী আনিচুল হকে কয়।

বাংলাদেশৰ এটা মানৱ অধিকাৰ গোটে দাঙি ধৰা তথ্য অনুসৰি বাংলাদেশত বিগত জানুৱাৰি আৰু ছেপ্তেম্বৰ মাহৰ ভিতৰত ১০০০ৰ অধিক ধৰ্ষণৰ ঘটনা সংঘটিত হৈছে।

কিছু দিন পূৰ্বে দেশখনৰ এখন মহাবিদ্যালয়ৰ ছাত্ৰবাসত এগৰাকী মহিলাক দলবদ্ধভাৱে ধৰ্ষণ কৰা হৈছিল।

এই ঘটনাৰ বিৰুদ্ধে সমগ্ৰ বাংলাদেশতে ছাত্ৰ-ছাত্ৰী সকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল।

বাংলাদেশৰ লগতে ভাৰততো চলিত বৰ্ষত ক্ৰমাগতভাৱে ধৰ্ষণ আৰু যৌন নিৰ্যাতন ঘটনা বৃদ্ধি পাইছে।

ভাৰতৰ মুখ্য চহৰ দিল্লী, বাংগালুৰু, লক্ষ্নৌ আদি ক্ৰমাৎ মহিলাৰ বাবে অসুৰক্ষিত চহৰলৈ ৰূপান্তৰিত হ’বলৈ লৈছে।

Recent News

Assam govt buy PPE kits from China

চীনৰ পৰা সঁচাকৈয়ে পি পি ই কিট ক্ৰয় কৰিছিল নে অসম চৰকাৰে! ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনে নাকচ কৰিলে কিট ক্ৰয়ৰ দাবী

Asia Cup 2022: ভাৰতীয় হকী দলে গণি গণি ১৬টা গোল দিলে ইন্দোনেছিয়াক; প্ৰৱেশ কৰিলে ছুপাৰ-৪ত

Asia Cup 2022: ভাৰতীয় হকী দলে গণি গণি ১৬টা গোল দিলে ইন্দোনেছিয়াক; প্ৰৱেশ কৰিলে ছুপাৰ-৪ত

যুদ্ধৰ খৱৰ: ইউক্ৰেইনৰ পিছত পুটিনৰ লক্ষ্য হ’ব শ্লোভাকিয়া; ক’লে এডুয়াৰ্ড হিগাৰে

যুদ্ধৰ খৱৰ: ইউক্ৰেইনৰ পিছত পুটিনৰ লক্ষ্য হ’ব শ্লোভাকিয়া; ক’লে এডুয়াৰ্ড হিগাৰে

ৰেড কাৰ্পেটৰ আঁৰত: কানত হলীউদৰ নায়ক লিওনাৰ্ডোৰ দৃষ্টি কাঢ়িলে ভাৰতৰ উৰ্বশীয়ে

ৰেড কাৰ্পেটৰ আঁৰত: কানত হলীউদৰ নায়ক লিওনাৰ্ডোৰ দৃষ্টি কাঢ়িলে ভাৰতৰ উৰ্বশীয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd