• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ভাৰ্গৱৰ চুটি ছবিলৈ শ্ৰেষ্ঠ চিনেমেত’ গ্ৰাফী আৰু শ্ৰেষ্ঠ সংগীত পৰিচালকৰ বঁটা

NE NOW NEWS কাজি জেইদুল ইছলাম
বিশ্বনাথ , December 16, 2018 9:03 pm

2 min read

ভাৰ্গৱৰ চুটি ছবিলৈ শ্ৰেষ্ঠ চিনেমেত’ গ্ৰাফী আৰু শ্ৰেষ্ঠ সংগীত পৰিচালকৰ বঁটা
293
VIEWS
Share on FacebookShare on Twitter

১৫ ডিচেম্বৰত মোম্বাইত ‘ফিল্ম ক্ৰিটিকচ গিল্ড অব ইণ্ডিয়া’ নামৰ ভাৰতৰ অন্যতম সংগঠনটোৱে আয়োজন কৰা ২০১৮ চনৰ চুটি বোলছবি মহোৎসৱত বিশ্বনাথৰ যুৱ প্ৰযোজক আৰু পৰিচালক ভাৰ্গৱে শ্ৰেষ্ঠ চিনেমেত’ গ্ৰাফী আৰু শ্ৰেষ্ঠ সংগীত পৰিচালকৰ বঁটা লাভ কৰে।

উল্লেখযোগ্য যে চুটি বোলছবি মহোৎসৱত প্ৰখ্যাত গল্প লিখক ৰাক্সিন বণ্ডৰ শিশু সূলভ চিন্তাৰে পুষ্ট কাহিনীৰ আধাৰত নিৰ্মিত ভাৰ্গৱৰ চুটি বোলছবি ‘দ্য ব্লেক কেটে’ শ্ৰেষ্ঠ চিনেমেত’ গ্ৰাফী আৰু শ্ৰেষ্ঠ সংগীত পৰিচালকৰ বঁটা লাভ কৰি বিশ্বনাথৰ লগতে সমগ্ৰ অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।

বলিউডৰ খ্যাতনামা অভিনেতা প্ৰয়াত টম আল্টাৰ আৰু স্নেহাজ পাটিল অভিনীত আৰু ভাৰ্গৱৰ দ্বাৰা প্ৰযোজিত আৰু পৰিচালিত ‘দ্য ব্লেক কেটে’ ইতিমধ্যে বিদেশৰ কেইবাখনো আন্তঃৰাষ্ট্ৰীয় বোলছবি মহোৎসৱত সমাদৃত হোৱাৰ লগতে বিভিন্ন শিতানত কেইবাটাও বঁটা লাভ কৰিবলৈ সক্ষম হৈছে।

পূৰ্বতে ‘দ্য এৱেকিনিঙচ’ নামৰ ভাৰ্গৱৰ হিন্দী ভাষাত নিৰ্মিত ভৌতিক চুটি বোলছবিখন ১৯০ খন দেশত প্ৰদৰ্শন হোৱাৰ লগতে বিভিন্ন শিতানত ৩৪ টা শ্ৰেষ্ঠত্বৰ বঁটা লাভ কৰি দেশ-বিদেশৰ বোলছবি জগতত ছুনামিৰ সৃষ্টি কৰিছিল।

শেহতীয়াকৈ ভাৰ্গৱৰ ‘দ্য অৰ্ডিয়েণ্ট’ নামৰ প্ৰথম হিন্দী ভৌতিক পূৰ্ণাংগ বোলছবিখনৰ কামকাজ আৰম্ভ হৈছে। স্মৰ্তব্য যে ‘দ্য অৰ্ডিয়েণ্ট’ৰ গোটেই প্ৰকল্পটো ২০১৮ চনৰ জুলাই মাহত চাউথ কুৰিয়াত অনুষ্ঠিত ‘এছিয়ান ফেণ্টাষ্টিক ফিল্ম ক’প্ৰডাকচন মাৰ্কেটত’ আমন্ত্ৰণ লাভ কৰি বোলছবি জগতত পাৰম্ভিকভাৱে চমকৰ সৃষ্টি কৰিছিল।

Recent News

আজিৰ পৰা গোভা দেওৰজাৰ ঐতিহাসিক জোনবিল মেলা

আজিৰ পৰা গোভা দেওৰজাৰ ঐতিহাসিক জোনবিল মেলা

ইংলেণ্ডৰ বিৰুদ্ধে ঘৰুৱা টেষ্ট শৃংখলাৰ পৰা বাহিৰ অনুভৱী অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজা

ইংলেণ্ডৰ বিৰুদ্ধে ঘৰুৱা টেষ্ট শৃংখলাৰ পৰা বাহিৰ অনুভৱী অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজা

পুনৰ মুম্বাই আৰক্ষীৰ সন্মুখত হাজিৰ হ’ব লাগিব অভিনেত্ৰী কংগনা ৰানাৱট

পুনৰ মুম্বাই আৰক্ষীৰ সন্মুখত হাজিৰ হ’ব লাগিব অভিনেত্ৰী কংগনা ৰানাৱট

টীয়কত গৃহ প্ৰৱেশ সমাৰোহৰ শুভাৰম্ভ কৰিলে সাংসদ তপন গগৈয়ে

টীয়কত গৃহ প্ৰৱেশ সমাৰোহৰ শুভাৰম্ভ কৰিলে সাংসদ তপন গগৈয়ে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd