• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, April 14, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

বিশ্বৰ কেৱল এখন বিশেষ ঠাইতহে ফুলে ক’লা গোলাপ,ক’ত আছে সেই ঠাইখন?

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , August 19, 2020 4:45 pm

1 min read

black-ro
456
VIEWS
Share on FacebookShare on Twitter

ফুলৰ ৰাণী গোলাপ। প্ৰাকৃতিক ভাৱে ৰঙা,গুলপীয়া,বগা আদি ৰঙত গোলাপ পোৱা যায় যদিও আজিকালি জিনীয় পৰিৱৰ্তন ঘটাই সৃষ্টি কৰা হৈছে হালধীয়া,নীলা আদি বিভিন্ন ৰঙৰ গোলাপ।

এনে বহু ৰঙৰ গোলাপেৰে বজাৰ ভৰি পৰা আমি দেখিবলৈ পাইছো যদিও ক’লা গোলাপ হয়তো খুব কম লোকেহে দেখিবলৈ পাইছে।

পৃথিৱীত ক’লা গোলাপ ফুলে মাথো এখন বিশেষ ঠাইতহে।

সেই ঠাই খনক বাদ দি বিশ্বৰ কতোৱেই প্ৰাকৃতিক ভাৱে ক’লা গোলাপ ফুলা নাই। ক’লা গোলাপৰ বাবে বিখ্যাত সেই ঠাই খন আছে তুৰস্কত।

তুৰস্কৰ প্ৰাচীন প্ৰদেশ উৰফাৰ নিচেই কাষতে অৱস্থিত হালফেটি নামৰ অঞ্চলটোতে প্ৰাকৃতিক ভাৱে ক’লা গোলাপ ফুলি আহিছে।

তুৰস্কৰ দক্ষিণ-পূব প্ৰান্তত অৱস্থিত ছানহুৰফা প্ৰদেশৰ সৰু অঞ্চল হালফেটিত কি কাৰণত ক’লা গোলাপ ফুলে তাৰ বাখ্যা আজিলৈকে কোনেও ভালদৰে দিব পৰা নাই।

হালফেটিৰ মাটিৰ বিশেষ গুণৰ বাবেই তাত ক’লা গোলাপ ফুলে বুলি বহুতে কব বিচাৰে।

ইউফ্ৰেটিছ নদীৰ পূব পাৰত অৱস্থিত হালফেটিত বাস কৰে প্ৰায় ২,৫০০ গৰাকী লোকে।

তেওঁলোকৰ বহুতৰে উপাৰ্জনৰ মাধ্যম ক’লা গোলাপ।

হালফেটিৰ ক’লা গোলাপ বিশ্বৰ বিভিন্ন দেশলৈ ৰপ্তানি হৈ আহিছে। ছেপ্তেম্বৰ মাহৰ পৰাই অঞ্চলটোত ক’লা গোলাপ ফুলিবলৈ আৰম্ভ কৰে।

Recent News

পাকিস্তানৰ তাৰকা বাবৰ আজমৰ হাতত পৰাস্ত হ’ল ভাৰতৰ বিৰাট কোহলী! ক’ত?

পাকিস্তানৰ তাৰকা বাবৰ আজমৰ হাতত পৰাস্ত হ’ল ভাৰতৰ বিৰাট কোহলী! ক’ত?

cow

গৰু বিহু উপলক্ষ্যে অনুষ্ঠিত হ’ল গৰুৰ সৌন্দৰ্য প্ৰতিযোগিতা! অসমৰ ক’ত?

সাংবাদিকসকলক ভেকচিন প্ৰদান কৰাটো মুখ্য বিষয় হিচাপে ল’ব লাগে, ক’লে কেজৰিৱালে

সাংবাদিকসকলক ভেকচিন প্ৰদান কৰাটো মুখ্য বিষয় হিচাপে ল’ব লাগে, ক’লে কেজৰিৱালে

ক’ভিডত আক্ৰান্ত মহিলাক যৌনাকাংক্ষা পূৰণৰ প্ৰস্তাৱ দি আটক এজন চিকিৎসা বিষয়া, ক’ত?

ক’ভিডত আক্ৰান্ত মহিলাক যৌনাকাংক্ষা পূৰণৰ প্ৰস্তাৱ দি আটক এজন চিকিৎসা বিষয়া, ক’ত?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd