• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

বৈজাপুৰৰ কইনা, লণ্ডনৰ দৰাৰ : ভাৰ্চুৱেলী সম্পন্ন হ’ল আঙুঠি পিন্ধোৱা পৰ্ব!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 30, 2025 10:07 pm
38
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইণ্টাৰনেট অহাৰ লগে লগে যেন বিশ্বখন সৰু হৈ পৰিছে। এতিয়া ইয়াৰ এক ব্যতিক্ৰমী উদাহৰণ দেখা গ’ল।  এইবাৰেই হয়তো প্ৰথমবাৰৰ বাবে সম্পূৰ্ণ অনলাইনযোগে সম্পন্ন হ’ল আঙুঠি পিন্ধোৱা পৰ্ব। এগৰাকী কন্যা ভাৰতত, আৰু দৰা বিশ্বৰ অন্য এখন মহাদেশ, লণ্ডনত।

কইনা প্ৰগতি গাইকোৱাড়, বৈজাপুৰৰ ফুলেৱাৰীৰ বাসিন্দা আৰু পেছাত এগৰাকী বৈদ্যুতিক অভিযন্তা।

Apply Now

দৰা আশুতোষ মূলতঃ আহিল্যানগৰৰ নন্দগাঁও শিংগাৱেৰ বাসিন্দা আৰু বৰ্তমান লণ্ডনৰ এমাজনত কৰ্মৰত।

দীপাৱলীৰ আগতে আশুতোষ ছুটীত ভাৰতলৈ আহোঁতে দুয়োটা পৰিয়ালৰ সাক্ষাত হৈছিল। তেওঁলোকৰ দেখা দেখি হোৱাৰ অনুষ্ঠানটো সাধাৰণভাৱে হৈ গৈছিল। দুয়োৰে শিক্ষা, কৰ্ম আৰু পৰিপক্কতাৰ বাবে মত মিলিল আৰু পৰিয়ালৰ আশীৰ্বাদত সম্পৰ্কটো ঠিক হ’ল।

সম্পৰ্ক ঠিক হোৱাৰ পিছত আশুতোষ লণ্ডনলৈ ঘূৰি গ’ল। কিন্তু ইতিমধ্যে আঙুঠি পিন্ধোৱাৰ তাৰিখ ঠিক হৈ গৈছিল। পুনৰ ছুটী লৈ অহাটো তেওঁৰ বাবে সম্ভৱ নোহোৱাত দুয়োটা পৰিয়ালে এক নতুন চিন্তা কৰিলে: “অনলাইনতে কৰিব পাৰি দেখোন!”

সেই মতেই, সমগ্ৰ আয়োজন কৰা হ’ল। মণ্ডপ সজোৱা হ’ল, আত্মীয়-স্বজন গোট খালে, কইনাই সাজ-পোছাক পৰিধান কৰিলে। মাত্ৰ দৰা থাকিল অনুপস্থিত।

অলপ পিছতে দৰাক ডাঙৰ স্ক্ৰীণত দেখা গ’ল। লণ্ডনত হাঁহি হাঁহি বহি আছিল আশুতোষ, বন্ধু-বান্ধৱীৰে পৰিবেষ্টিত হৈ। বৈজাপুৰৰ বিধায়ক ৰমেশ বৌৰনাৰে নিজেই ফোনত দৰাৰ সৈতে কথা পাতি এই কামফেৰা সম্পন্ন কৰাত সহায় কৰিলে। পুৰোহিতে মন্ত্ৰ মাতিলে, ৰীতি-নীতি সম্পন্ন হ’ল আৰু আত্মীয়-স্বজনে হাত-চাপৰি বজাই আনন্দ প্ৰকাশ কৰিলে।

এয়া আছিল এক ব্যতিক্ৰমী, কিন্তু আনন্দৰে ভৰা অনুষ্ঠান—যিটোৱে প্ৰমাণ কৰিলে যে ইণ্টাৰনেটৰ বাবে দূৰত্ব এতিয়া একো বাধা নহয়।

প্ৰগতিৰ ককাদেউতাক সুনীল গাইকোৱাড়ে হাঁহি হাঁহি ক’লে, “আশুতোষে পৰৱৰ্তী ছুটী পালেই বিবাহৰ তাৰিখ নিৰ্ধাৰণ কৰা হ’ব।” বৰ্তমান সকলোৱে সেই শুভ দিনটোলৈ অপেক্ষা কৰিছে।”

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হোৱাটছএপৰ ইউজাৰনেম ব্যৱস্থা বন্ধ কৰিবলৈ মেটাক নিৰ্দেশ চৰকাৰৰ, ৩ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

হোৱাটছএপৰ ইউজাৰনেম ব্যৱস্থা বন্ধ কৰিবলৈ মেটাক নিৰ্দেশ চৰকাৰৰ, ৩ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 1, 2026 9:26 pm
কৰ্পোৰেট পৃথিৱীৰ মানসিক চাপে মাতি আনিছে নেকি মৃত্যু? আন্তৰ্জাতিক শ্ৰম সংস্থাৰ এক উদ্বেগজনক প্ৰতিবেদন

কৰ্পোৰেট পৃথিৱীৰ মানসিক চাপে মাতি আনিছে নেকি মৃত্যু? আন্তৰ্জাতিক শ্ৰম সংস্থাৰ এক উদ্বেগজনক প্ৰতিবেদন

July 1, 2026 9:16 pm
তামিলনাডু চৰকাৰৰ পাঠ্যক্ৰম প্ৰস্তুতকৰণ সমিতি পুনৰ গঠন: ইছৰোৰ প্ৰাক্তন মুৰব্বী ময়িলস্বামী আন্নাডুৰাইক অধ্যক্ষৰ দায়িত্ব

তামিলনাডু চৰকাৰৰ পাঠ্যক্ৰম প্ৰস্তুতকৰণ সমিতি পুনৰ গঠন: ইছৰোৰ প্ৰাক্তন মুৰব্বী ময়িলস্বামী আন্নাডুৰাইক অধ্যক্ষৰ দায়িত্ব

July 1, 2026 8:58 pm
ভাৰতীয় ৰেলৱেত চাকৰিৰ ডাঙৰ সুযোগ  : নিযুক্তি পাব ৬ হাজাৰৰো অধিক প্ৰাৰ্থীয়ে

ভাৰতীয় ৰেলৱেত চাকৰিৰ ডাঙৰ সুযোগ : নিযুক্তি পাব ৬ হাজাৰৰো অধিক প্ৰাৰ্থীয়ে

July 1, 2026 8:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হোৱাটছএপৰ ইউজাৰনেম ব্যৱস্থা বন্ধ কৰিবলৈ মেটাক নিৰ্দেশ চৰকাৰৰ, ৩ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

হোৱাটছএপৰ ইউজাৰনেম ব্যৱস্থা বন্ধ কৰিবলৈ মেটাক নিৰ্দেশ চৰকাৰৰ, ৩ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 1, 2026 9:26 pm
কৰ্পোৰেট পৃথিৱীৰ মানসিক চাপে মাতি আনিছে নেকি মৃত্যু? আন্তৰ্জাতিক শ্ৰম সংস্থাৰ এক উদ্বেগজনক প্ৰতিবেদন

কৰ্পোৰেট পৃথিৱীৰ মানসিক চাপে মাতি আনিছে নেকি মৃত্যু? আন্তৰ্জাতিক শ্ৰম সংস্থাৰ এক উদ্বেগজনক প্ৰতিবেদন

July 1, 2026 9:16 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd