• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মেট্ৰিক উত্তীৰ্ণ লখিমপুৰ সমষ্টিৰ কংগ্রেছ প্ৰাৰ্থী অনিল বৰগোহাঁই ৬ কোটি টকাৰ সম্পত্তিৰ গৰাকী

এন ই নাও নিউজ by এন ই নাও নিউজ
March 23, 2019 11:48 am
Untitled-1 copy(4)

লখিমপুৰৰ কংগ্ৰেছ প্ৰাৰ্থী অনিল বৰগোঁহাই।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আসন্ন লোকসভা নিৰ্বাচনৰ অহা ১১ এপ্ৰিলত প্ৰথম পৰ্যায়ত অনুষ্ঠিত হ’ব লগা নিৰ্বাচনৰ বাবে ১৪নং লখিমপুৰ সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী হিচাপে অনিল বৰগোহাঁয়ে শুকুৰবাৰে মনোনয়ন পত্ৰ দাখিল কৰে। অসমৰ জনসাধাৰণৰ বাবে স্বল্পখ্যাত প্ৰাৰ্থীগৰাকীয়ে লোকসভাৰ নিৰ্বাচনৰ বাবে দাখিল কৰা তেওঁৰ শপতনামাত বহু নতুন তথ্য প্ৰকাশ পাইছে।

নিৰ্বাচন আয়োগৰ ওচৰত দাখিল কৰা তথ্য অনুসৰি বৰগোঁহাই এগৰাকী কোটিপতি প্ৰাৰ্থী।ধেমাজি জিলাৰ ধেমাজি নগৰৰ ৩নং ৱাৰ্ডৰ ষ্টেশ্যন ৰোডৰ বাসিন্দা অনিল বৰাগোহাঁয়ে ৰিটাৰ্নিং বিষয়াৰ ওচৰত মনোনয়ন-পত্ৰৰ সৈতে দাখিল কৰা তথ্য অনুসৰি তেওঁৰ মুঠতে ৬ কোটি টকা মূল্যৰ স্থাৱৰ-অস্থাৱৰ সম্পত্তি আছে।

Apply Now

পেছাত এগৰাকী প্ৰথম শ্ৰেণীৰ ঠিকাদাৰ অনিল বৰগোহাঁইৰ শিক্ষাগত অৰ্হতা মেট্ৰিক উত্তীৰ্ণ। তেওঁ দাঙি ধৰা তথ্য অনুসৰি ২০১৮-১৯ বৰ্ষত তেওঁৰ নিজৰ সম্পত্তিৰ বিপৰীতে ৩,৭৭,২২,৫২০ টকাৰ আয়কৰ পৰিশোধ কৰে।তদুপৰি,  তেওঁৰ পত্নীৰ নামত ৫,৬১,৪৫৬ টকা আয়কৰ পৰিশোধ কৰা দেখুওৱা হৈছে।

আনহাতে, মনোনয়ন-পত্ৰ দাখিলৰ সময়ত কংগ্ৰেছ প্ৰাৰ্থী গৰাকীৰ ৮৫,০০০ টকা নগদ ধন হাতে জমা আৰু পত্নীৰ নগদ ৫০ হাজাৰ টকা হাতে জমা দেখুওৱা হৈছে। অৱশ্যে,ৰাজ্যৰ বিভিন্ন স্থানত তিনিখনকৈ বিলাসী হোটেল থকা বৰগোহাঁইৰ নামত কোনো বেংকৰ ঋণ নাই।

ইপিনে, তেওঁৰ পত্নীৰ নামত ৪ লক্ষাধিক টকাৰ সোণৰ অলংকাৰ থকাৰ বিপৰীতে অনিল বৰগোহাঁইৰ নামত ৩ লাখ ৫০ হেজাৰ টকা মূল্যৰ অলংকাৰ আছে। বৰগোহাঁইৰ নামত এখন XUV-500 বিলাসী গাড়ীৰ লগতে এখন ইণ্ডিকা, এখন এলট’ কে টেন, এখন ৱাগনাৰসহ আছে মুঠ ৪খন গাড়ী আছে।

বৰগোহাঁইৰ পত্নীৰ নামত ২৪ লাখ টকাৰ কৃষি ভূমি, তিনিকোটি টকাৰ ব্যৱসায়ী গৃহ (ঘৰ-মাটিসহ) আৰু ধেমাজি নগৰত ৪০ লাখ টকা মূল্যৰ এটা বাসগৃহ আছে। কিন্তু কংগ্ৰেছ প্ৰাৰ্থীগৰাকীৰ নামত কোনো ধৰণৰ অপৰাধমূলক গোচৰ নাই।

আনহাতে, অসম গ্ৰামীণ বিকাশ বেংকৰ একাউণ্টত বৰগোঁহাইৰ নিজৰ নামত জমা আছে ১,৯২,৬২৬ টকা, ভাৰতীয় ষ্টেট বেংকৰ ধেমাজি শাখাৰ একাউণ্টত ২,৩৯,৯৭৭ টকা, এপেক্স বেংকৰ শাখাত ৯৯,৬৬,০০৪ টকা আৰু আই ডি বি আইৰ একাউণ্টত ৭১৫৫০ টকা। ইয়াৰ বিপৰীতে পত্নীৰ এপেক্স বেংকৰ একাউণ্টত ১৯,৫৮,২৭১ টকা আৰু ভাৰতীয় ষ্টেট বেংকৰ একাউণ্টত ৪০,৬২,৯৫১ টকা জমা আছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm
কিয় সফল নহ’ল চুপা চুপি?

কিয় সফল নহ’ল চুপা চুপি?

July 6, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd