• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

সম্ভৱ হ’ব অতীত আৰু ভৱিষ্যত যাত্ৰা! কোৱান্টাম গৱেষণাৰ বাবে ৬,০০৩ কোটি আবন্টন কেন্দ্ৰৰ

আপুনি জানি আচৰিত হ'ব যে পদাৰ্থ বিজ্ঞানৰ "কোৱাণ্টাম মেকানিক্স" অনুসৰি নিৰ্মিত এই কোৱাণ্টাম কম্পিউটাৰটো সাধাৰণ কম্পিউটাৰ আৰু লেপটপতকৈ ১০ কোটি গুণ বেছি শক্তিশালী।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 28, 2023 3:15 pm
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

টাইম ট্ৰেভেলৰ কথা শুনিছেনে? নিশ্চয় শুনিছে। টাইম ট্ৰেভেল হৈছে এনে এটা বিষয় যাৰ দ্বাৰা অতীত বা ভৱিষ্যতৰ পৃথিৱীখনলৈ ভ্ৰমণ কৰাৰ কথা ভবা হয়।

ইতিমধ্যে টাইম মেচিনৰ যোগেদি সময়ৰ আগলৈ বা পাছলৈ গতি কৰাৰ কাহিনীৰে বিভিন্ন কল্পবিজ্ঞানৰ গ্ৰন্থ ৰচনা কৰা হৈছে, লগতে টাইম ট্ৰেভেল সম্পৰ্কে নিৰ্মাণ কৰা হৈছে বহুকেইখন চিনেমা।

Apply Now

লগতে পঢ়কঃ গুগলত ভুলটো সন্ধান নকৰিব এইকেইটা বিষয়: কৰিলে হ’ব পাৰে ৰঙাঘৰৰ আলহী

কিন্তু এইবোৰ ঘটনাৰ পৰিপ্ৰেক্ষিতত বাৰে বাৰে প্ৰশ্ন উত্থাপন হৈছে যে টাইম ট্ৰেভেল আচলতে সম্ভৱনে?

মন কৰিবলগীয়া যে কোৱাণ্টাম সূত্ৰ তথা প্ৰযুক্তিৰ সহায়ত টাইম ট্ৰেভেলৰ ধাৰণা আৰম্ভ হৈছিল।

লগতে পঢ়কঃ পছন্দ আপোনাৰ! Twitter-ৰ বিকল্প হিচাপে নতুন এপ Bluesky আনিছে টুইটাৰৰে সহ-প্ৰতিষ্ঠাপক জেক ডৰ্চিয়ে

ভাৰতত এই কোৱাণ্টাম প্ৰযুক্তিৰ গৱেষণা আগবঢ়াই নিয়াৰ উদ্দেশ্যেৰে পৰিকল্পনা হাতত লৈছে মোডী চৰকাৰে। ইতিমধ্যে ভাৰতে কোৱাণ্টাম ক্ষেত্ৰখন শক্তিশালী কৰাৰ বাবে ৰাষ্ট্ৰীয় কোৱাণ্টাম মিছনৰ কথা ঘোষণা কৰিছে। ইতিমধ্যে এই প্ৰকল্পৰ বাবে কেন্দ্ৰীয় মন্ত্ৰীসভাই ৬,০০৩ কোটি টকা আবণ্টন দিছে। লগতে ৰাষ্ট্ৰীয় কোৱাণ্টাম মিছনৰ অধীনত কেন্দ্ৰই অহা আঠ বছৰৰ ভিতৰত ১০০০ কিউবিট কোৱাণ্টাম কম্পিউটাৰ নিৰ্মাণৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে।

লগতে পঢ়কঃ চকুৰ ৰোগ পৰীক্ষা কৰিবলৈ AI APP প্ৰস্তুত ১১ বছৰীয়া ভাৰতীয় কন্যাৰ

আপুনি জানি আচৰিত হ‘ব যে পদাৰ্থ বিজ্ঞানৰ “কোৱাণ্টাম মেকানিক্স” অনুসৰি নিৰ্মিত এই কোৱাণ্টাম কম্পিউটাৰটো সাধাৰণ কম্পিউটাৰ আৰু লেপটপতকৈ ১০ কোটি গুণ বেছি শক্তিশালী। কেৱল সেয়াই নহয়, ইয়াৰ জৰিয়তে যিকোনো তথ্যৰ গৱেষণা আৰু বিশ্লেষণ নিখুঁত আৰু নিৰাপদভাৱে কৰিব পৰা যায়। ইয়াৰ উপৰিও এই কম্পিউটিং পদ্ধতি অতিপৰিবাহী আৰু ফ’টনিক প্ৰযুক্তিৰ বিভিন্ন ক্ষেত্ৰত অতি উপযোগী হ’ব।

যদিও এই প্ৰকল্পটো ২০২০ চনৰ বাজেটত ঘোষণা কৰা হৈছিল, তথাপিও এই প্ৰকল্পৰ সময়সীমা ৫ বছৰৰ বাবে নিৰ্ধাৰণ কৰা হৈছিল। কিন্তু চলিত বৰ্ষৰ এপ্ৰিল মাহত পূৰ্বৰ বাজেটৰ তুলনাত বহু কম খৰচত সেই লক্ষ্যত উপনীত হোৱাৰ খবৰটো চৰ্চালৈ আহিছে।

লগতে পঢ়কঃ চাণক্য নীতি: এই দুটা বস্তুৰ অভাৱত কেতিয়াও দুখ নকৰিবা, সুখ অৱশ্যেই আহিব

উল্লেখ্য যে আমেৰিকা, ফ্ৰান্স, কানাডা, চীন, ফিনলেণ্ড, অষ্ট্ৰিয়া আদি দেশসমূহে বিশ্বত কোৱাণ্টাম প্ৰযুক্তিৰ সম্পৰ্কে কাম কৰি আছে। এতিয়া ভাৰতেও সেই তালিকাত নাম সংযোজন কৰিবলৈ ওলাইছে।

এটা বিশেষজ্ঞ দলৰ মতে, ভাৰতে কোৱাণ্টাম কম্পিউটিঙৰ ক্ষেত্ৰত পশ্চিমীয়া দেশৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰিবলৈ এই গৱেষণা কৰাটো অতি জৰুৰী।

কিন্তু আটাইতকৈ তাৎপৰ্যপূৰ্ণ কথাটো হ’ল যে যদিও চিনেমা বা কল্পবিজ্ঞানত কোৱাণ্টাম প্ৰযুক্তিক টাইম ট্ৰেভেলৰ লগত মিলাই দেখুওৱা হয়, তথাপিও বেছিভাগ বিজ্ঞানীয়ে বাস্তৱত ইয়াক অস্বীকাৰ কৰিছে।

লগতে পঢ়কঃ প্ৰেম আৰু যুদ্ধত সকলো শুদ্ধ! প্ৰেমিকৰ পিতৃৰ সৈতে পলায়ন ২০ বছৰীয়া প্ৰেমিকাৰ

আনহাতে এলবাৰ্ট আইনষ্টাইনৰ দৰে বিশ্ববিখ্যাত বিজ্ঞানীয়ে কোৱাণ্টাম প্ৰযুক্তিক “স্পুকি ফেক্টৰী” বুলি অভিহিত কৰে। কিন্তু এই প্ৰযুক্তি সম্পৰ্কে গৱেষণা কৰি ৰাছিয়া, আমেৰিকান আৰু চুইজাৰলেণ্ডৰ বিজ্ঞানীসকলে দাবী কৰিছিল যে কোৱাণ্টাম জগতত বিভিন্ন ধৰণৰ তথ্য পোৱা যায়। যিটো বাস্তৱ জগতত সম্পূৰ্ণ বিপৰীত হ’ব পাৰে। অৰ্থাৎ কোৱাণ্টাম তত্ত্বত একেটা সত্তা জীয়াই থকা আৰু মৃত দুয়োটা হ’ব পাৰে।

লগতে পঢ়কঃ ৰোমহৰ্ষক… প্ৰাক্তন প্ৰেমিকসহ ১২ জন বন্ধুক চাইনাইড বিষ দি হত্যা গৰ্ভৱতী যুৱতীৰ!

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd