• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জুবিন গাৰ্গৰ নামত উদ্ভণ্ডালি কৰা জাতীয় সংগঠনৰ উদণ্ড নেতাৰ বিৰুদ্ধে ব্যৱস্থা নোলোৱাত ক্ষোভ কেমিষ্টছ এণ্ড ড্ৰাগিষ্ট এছ’চিয়েছনৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 24, 2025 3:38 pm
118
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা ১৯ ছেপ্তেম্বৰ তাৰিখে প্ৰাগজ্যোতিষ সাংস্কৃতিক প্ৰকল্পত আৰম্ভ হৈছিল কেমিষ্টছ এণ্ড ড্ৰাগছ এছ’চিয়েছনৰ বাৰ্ষিক সভা। উক্ত দিনা সভাখন সুকলমে অনুষ্ঠিত হোৱাৰ পিছত ২০ ছেপ্তেম্বৰ তাৰিখে একে স্থানতে অনুষ্ঠিত কৰা হৈছিল সভাৰ দ্বিতীয় দিনৰ কাৰ্যসূচী।

কিন্তু দ্বিতীয় দিনৰ কাৰ্যসূচী চলি থকাৰ সময়তে কেইবাটাও দল-সংগঠনৰ নেতা-কৰ্মীয়ে সভাকক্ষত প্ৰৱেশ কৰি বেনাৰ ফালি সভা অনুষ্ঠিত কৰাত বাধা প্ৰদান কৰে। লগতে, এছ’চিয়েছনে তাত মাছ-মাংসৰে ভোজভাত খোৱা বুলিও অভিযোগ উত্থাপন কৰে।

উল্লেখ্য যে ১৯ ছেপ্তেম্বৰত মৃত্যু হৈছিল হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ। ৰাজ্যজুৰি বিৰাজ কৰিছিল গভীৰ শোকাকুল পৰিৱেশে, ফলত এক অঘোষিত বন্ধই বিৰাজ কৰিছিল সমগ্ৰ অসমত। সকলো কাৰ্যালয়, শিক্ষানুষ্ঠান, দোকান-পোহাৰ নিজে নিজেই বন্ধ হৈ পৰিছিল। জাতীয় সংগঠন সমূহেও সকলোকে শোক পালন কৰি দোকান-পোহাৰ, কাৰ্যালয়, সভা-সমিতি স্থগিত ৰাখিবলৈ আহ্বান জনাইছিল।

আনহাতে, ২০ ছেপ্তেম্বৰত পুৱা জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাই বাৰ্ষিক সভাৰ দ্বিতীয় দিনাৰ কাৰ্যসূচী আৰম্ভ কৰিছিল। কিয়নো সকলো যাতায়ত আৰু দোকান-পোহাৰ বন্ধ হোৱাৰ পিছত জৰুৰীকালীন ঔষধ কেনেকৈ যোগান ধৰা হ’ব সেয়া আলোচনা কৰিব লগা হৈছিল এছ’চিয়েছনৰ বিষয়া-কৰ্মী সকলে। সেই আলোচনা  চলি থকাৰ মাজতেই দল-সংগঠনৰ নেতাই জুবিন গাৰ্গৰ নাম লৈ সভাত উপস্থিত থকা লোকসকলক অপদস্থ কৰাৰ লগতে সভা অনুষ্ঠিত কৰাত বাধা প্ৰদান কৰে।

এই ঘটনা সম্পৰ্কে এতিয়া মুখ খুলিছে কেমিষ্টছ এণ্ড ড্ৰাগিষ্ট এছ’চিয়েছনৰ বিষয়া দিলীপ গোস্বামীয়ে। তেওঁ নৰ্থ-ইষ্ট নাওৰ লগত হোৱা এক কথা-বাৰ্তাত কয় যে কেমিষ্টছ এণ্ড ড্ৰাগিষ্ট এছ’চিয়েছনৰ কিছু অসাধু তথা সুবিধালোভী বিষয়াই কেমিষ্টছ এণ্ড ড্ৰাগিষ্ট এছ’চিয়েছনক হেয় প্ৰতিপন্ন কৰি নিজৰ সুবিধা আদায়ৰবাবে ষড়যন্ত্ৰমূলকভাবে এনে কামত জড়িত হৈ পৰিছে।

গোস্বামীয়ে লগতে সভাত বাধা দিয়া কাৰ্যত জড়িত থকা ২ গৰাকী জাতীয় সংগঠনৰ নেতাৰ নাম উল্লেখ কৰে। তেওঁলোক হৈছে জাতীয় যুৱ-ছাত্ৰ পৰিষদৰ নেতা প্ৰাগজ্যোতিষ বনিয়া, বীৰ লাচিত সেনা অসমৰ বিকাশ অসম।

লগতে তেওঁ কয় যে উক্ত সভাত কোনোধৰণৰ মাছ-মাংসৰ ভোজভাত হোৱা নাছিল। তেওঁলোকে মিছাই মাছ-মাংসৰে ভাত খোৱা বুলি উদ্ভণ্ডালি কৰিছিল। আমাৰো জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা আছে। কিন্তু তেওঁলোকে নিজকে বেছি জুবিনপ্ৰেমী দেখুৱাই এনে উদ্ভণ্ডালি কৰাতো উচিত হোৱা নাই। গতিকে আৰক্ষী-প্ৰশাসনে এই সকল লোকৰ বিৰুদ্ধে উচিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে।

Apply Now
এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

October 12, 2026 9:15 pm
“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

October 12, 2026 8:00 pm
গণতন্ত্ৰৰ বাবে প্রতিষ্ঠানৰ ওপৰত আস্থা কিমান গুৰুত্বপূৰ্ণ?

গণতন্ত্ৰৰ বাবে প্রতিষ্ঠানৰ ওপৰত আস্থা কিমান গুৰুত্বপূৰ্ণ?

October 12, 2026 7:00 pm
সঞ্জীৱ নাৰায়ণৰ ভাইৰেল ফোনালাপক লৈ ৰহস্য অব্যাহত! স্পষ্টীকৰণক লৈ প্ৰশ্ন সাংবাদিক সুশীল পাটোৱাৰীৰ

সঞ্জীৱ নাৰায়ণৰ ভাইৰেল ফোনালাপক লৈ ৰহস্য অব্যাহত! স্পষ্টীকৰণক লৈ প্ৰশ্ন সাংবাদিক সুশীল পাটোৱাৰীৰ

October 12, 2026 6:12 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

October 12, 2026 9:15 pm
“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

October 12, 2026 8:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd