• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

পাঞ্জাৱত ১৬টা বালিৰ খনি সাধাৰণ ৰাইজৰ বাবে উৎসৰ্গা কৰিলে মুখ্যমন্ত্ৰীয়ে

মুখ্যমন্ত্ৰী ভগৱন্তই জানিবলৈ দিয়া মতে অহা মাহৰ পৰা সমগ্ৰ ৰাজ্যতে এনেকুৱা আৰু পঞ্চাশটা খনি ৰাইজৰ বাবে মুকলি কৰি দিব। ইয়াৰ দ্বাৰা জনসাধাৰণে সুলভ মূল্যতে বালি যোগান লাভ কৰিব। এই বালি খনন প্ৰক্ৰিয়া সম্পূৰ্ণ স্বচ্ছতাৰে হ’ব আৰু প্ৰত্যেকটো বালিৰ খনিতে চিচি টিভি কেমেৰা সংযোগ থাকিব।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 5, 2023 5:44 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পঞ্জাৱৰ মুখ্যমন্ত্রী ভগৱন্ত মান্নে দেওবাৰে সংবাদমেল যোগে পাঞ্জাৱৰ ১৬ টা বালিৰ খনি সাধাৰণ ৰাইজৰ বাবে মুকলি কৰি দিয়াৰ কথা ঘোষণা কৰে। এতিয়াৰে পৰা এই কেইটা বালিৰ খনি সম্পূৰ্ণভাবে পাঞ্জাৱৰ সাধাৰণ ৰাইজৰ।

মান্নে জনোৱা মতে এই খনি কেইটাৰ বালি সাধাৰণ ৰাইজে একেবাৰেই সুলভ মূল্য ক্ৰয় কৰিব পাৰিব। এই খনি সমূহৰ বালি সাধাৰণ ৰাইজৰ বাবে প্ৰতি ঘনফুটত ৫.৫০ টকাৰ হাৰত উপলব্ধ হ’ব। পাঞ্জাৱৰ মুঠ সাতখন জিলাত বিস্তৃত হৈ আছে এই ১৬টা ৰাজহুৱা বালিৰ খনি।

Apply Now

উল্লেখ্য যে এই খনসমূ্হৰ পৰা বালি কেৱল অবাণিজ্যিক কামৰ বাবেহে নিব পাৰিব। বালি খনি সমূহত বালি খান্দিবলৈ ব্যৱহাৰ কৰিব নোৱাৰিব কোনোধৰণৰ যান্ত্ৰিক পদ্ধতি। কোৰ আৰু বেলচাৰ সহায়ত হে এই বালি সংগ্ৰহ কৰিব পাৰিব।

প্ৰত্যেক দিনাই এই বালি খননৰ স্থানত এজন চৰকাৰী বিষয়া থাকি বালি খনন নীৰিক্ষণ কৰি থাকিব। কোনো ঠিকাদাৰক এই বালি খননৰ বাবে অনুমতি দিয়া নহ’ব। ইয়াৰ ফলত পাঞ্জাৱৰ দৰিদ্ৰ জনসাধাৰণ উপকৃত হ’ব পাৰিব।

মুখ্যমন্ত্ৰী ভগৱন্তই জানিবলৈ দিয়া মতে অহা মাহৰ পৰা সমগ্ৰ ৰাজ্যতে এনেকুৱা আৰু পঞ্চাশটা খনি ৰাইজৰ বাবে মুকলি কৰি দিব। ইয়াৰ দ্বাৰা জনসাধাৰণে সুলভ মূল্যতে বালি যোগান লাভ কৰিব। এই বালি খনন প্ৰক্ৰিয়া সম্পূৰ্ণ স্বচ্ছতাৰে হ’ব আৰু প্ৰত্যেকটো বালিৰ খনিতে চিচি টিভি কেমেৰা সংযোগ থাকিব। ২৪ ঘন্টা চিচি টিভিৰ জৰিয়তে নীৰিক্ষণ কৰি থকা হ’ব বালিৰ খনি সমূহ।

দেওবাৰে সংবাদমেলত এই খনি সমূহ সাধাৰণ ৰাইজলৈ উৎসৰ্গা কৰাৰ লগতে মান্নে কয় যে তেওঁ দায়িত্ব লোৱাৰ দহ মাহৰ ভিতৰতে ৰাজ্য চৰকাৰে পৰিবহন মাফিয়াক নাইকিয়া কৰি পেলাইছে। ২০২২ চনৰ জুলাই মাহৰ পৰা ৰাজ্যৰ ৮৭ শতাংশ পৰিয়ালক বিনামূলীয়া বিদ্যুৎ যোগান ধৰা হৈছে। ৰাজ্যৰ যুৱক–যুৱতীসকলক এই পৰ্যন্ত ২৬ হাজাৰৰো অধিক চৰকাৰী চাকৰিত নিযুক্তি দিয়া হৈছে আৰু সোনকালেই আৰু অধিক চাকৰি মুকলি কৰি দিয়া হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আজাৰা-পলাশবাৰীৰ ভূমি অধিগ্ৰহণ, এৰ’চিটি-টাউনশ্বিপ আৰু উকিয়াম নদী বান্ধৰ বিৰুদ্ধে নিখিল ৰাভা জাতীয় পৰিষদৰ হুংকাৰ

আজাৰা-পলাশবাৰীৰ ভূমি অধিগ্ৰহণ, এৰ’চিটি-টাউনশ্বিপ আৰু উকিয়াম নদী বান্ধৰ বিৰুদ্ধে নিখিল ৰাভা জাতীয় পৰিষদৰ হুংকাৰ

July 6, 2026 5:15 pm
পাকিস্তানৰ পৰাই পহলগাম আক্ৰমণৰ নিৰ্দেশ দিছিল হাফিজ ছৈয়দে! জম্মুৰ আদালতত এন আই এৰ চাঞ্চল্যকৰ অভিযোগনামা

পাকিস্তানৰ পৰাই পহলগাম আক্ৰমণৰ নিৰ্দেশ দিছিল হাফিজ ছৈয়দে! জম্মুৰ আদালতত এন আই এৰ চাঞ্চল্যকৰ অভিযোগনামা

July 6, 2026 5:13 pm
গুৱাহাটীৰ উদ্যানসমূহত আজিৰ পৰা কাৰ্যকৰী হ’ল নতুন প্ৰৱেশ মাচুল

গুৱাহাটীৰ উদ্যানসমূহত আজিৰ পৰা কাৰ্যকৰী হ’ল নতুন প্ৰৱেশ মাচুল

July 6, 2026 4:35 pm
নতুন শ্ৰম আইনৰ অধীনত ৰাষ্ট্ৰীয় নিম্নতম মজুৰি নিৰ্ধাৰণৰ বাবে চৰকাৰৰ নতুন সমিতি গঠন

নতুন শ্ৰম আইনৰ অধীনত ৰাষ্ট্ৰীয় নিম্নতম মজুৰি নিৰ্ধাৰণৰ বাবে চৰকাৰৰ নতুন সমিতি গঠন

July 6, 2026 4:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আজাৰা-পলাশবাৰীৰ ভূমি অধিগ্ৰহণ, এৰ’চিটি-টাউনশ্বিপ আৰু উকিয়াম নদী বান্ধৰ বিৰুদ্ধে নিখিল ৰাভা জাতীয় পৰিষদৰ হুংকাৰ

আজাৰা-পলাশবাৰীৰ ভূমি অধিগ্ৰহণ, এৰ’চিটি-টাউনশ্বিপ আৰু উকিয়াম নদী বান্ধৰ বিৰুদ্ধে নিখিল ৰাভা জাতীয় পৰিষদৰ হুংকাৰ

July 6, 2026 5:15 pm
পাকিস্তানৰ পৰাই পহলগাম আক্ৰমণৰ নিৰ্দেশ দিছিল হাফিজ ছৈয়দে! জম্মুৰ আদালতত এন আই এৰ চাঞ্চল্যকৰ অভিযোগনামা

পাকিস্তানৰ পৰাই পহলগাম আক্ৰমণৰ নিৰ্দেশ দিছিল হাফিজ ছৈয়দে! জম্মুৰ আদালতত এন আই এৰ চাঞ্চল্যকৰ অভিযোগনামা

July 6, 2026 5:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd