• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কোভিড পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে মুখ্য সচিবে পুনৰ জাৰি কৰিলে নিৰ্দেশনা; আজিৰে পৰা হ’ব বলবৎ

Kalpa Saikia কল্পজ্যোতি শইকীয়া
গুৱাহাটী , December 25, 2020 8:00 am

1 min read

himu-1234

ৰাজনৈতিক সভা। ফাইল ফটো।

411
VIEWS
Share on FacebookShare on Twitter

শাসকীয় বিজেপি, বিৰোধী সকলোৱে ৰাজনৈতিক তথা ৰাজহুৱা সভা অনুষ্ঠিত কৰি থকাৰ মাজতে ৰাজ্যৰ মুখ্য সচিবে দিলে গুৰুত্বপূৰ্ণ নিৰ্দেশনা।

কোভিড পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবেই এই নিৰ্দেশনা দুৰ্যোগ প্ৰশমন বিভাগৰ।

“৫০ জনতকৈ অধিক লোক সমবেত হ’ব নোৱাৰিব।”

“কোনো ৰাজহুৱা স্থান, ব্যক্তিগত অনুষ্ঠান, প্ৰেক্ষাগৃহত ৫০ শতাংশ লোকহে সমবেত হ’ব পাৰিব।”

“বাহিৰত কোনো উৎসৱ পাৰ্বনত জুম বান্ধি কোনো লোক সমবেত হ’ব নোৱাৰিব। থিয় হ’লেও সামাজিক তথা শাৰীৰিক দূৰত্ব মানি চলিব লাগিব।”

ধৰ্মীয় অনুষ্ঠান অনুষ্ঠিত কৰিলেও সামাজিক দূৰত্বৰ লগতে সকলো কোভিড প্ৰ’টকল মানি চলিব লাগিব। পৰাপক্ষত ঘৰৰ ভিতৰতে উদযাপন কৰিবলৈ অনুৰোধ মুখ্য সচিবৰ।

প্ৰতিষ্ঠান সমূহে মাস্ক, চেনিটাইজাৰ যোগান ধৰাৰ লগতে বাধ্যতামূলক কোভিড টেষ্ট কৰাব লাগিব।

এই নিৰ্দেশনাৰ ভিত্তিত জিলা দণ্ডাধীশ, আৰক্ষী অধীক্ষক আৰু মহানগৰ আৰক্ষী আয়ুক্তই নিয়ম ভঙ্গকাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব।

আজি অৰ্থাৎ ২৫ ডিচেম্বৰৰ পৰা  ২০২১ ৰ ১০ জানুৱাৰীলৈকে প্ৰযোজ্য হ’ব এই নিৰ্দেশনা।

Recent News

Deadbody

শিৱসাগৰত চাঞ্চল্য: প্ৰধানমন্ত্ৰীৰ সভাস্থলীৰ কাষতে উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

Modi-28

জেৰেঙাত মোদীৰ ভাষণৰ পৰা বাহিৰ হ’ল অসম চুক্তি, জনজাতিকৰণকে ধৰি বহুকেইটা প্ৰসংগ

IMG-20210123-WA0002

বৰপেটাত ৫০৩ জনৰ মাজত মাটিৰ পট্টা বিতৰণ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd