• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নতুন বছৰত কিমান দিন দেশজুৰি বন্ধ থাকিব সুৰাৰ বিপনী, সুৰাপ্ৰেমীৰ বাবে সম্পূৰ্ণ তালিকা

এন ই নাও নিউজ by এন ই নাও নিউজ
December 6, 2020 9:22 am
Dry-days-1280x720
15.3k
VIEWS
Share on FacebookShare on Twitter

দেশত ক্ৰমাগত ভাবে বৃদ্ধি পাইছে সুৰাপ্ৰেমীৰ সংখ্যা।

সুৰাক নিৰ্ভৰ কৰিয়েই দেশৰ বহু ৰাজ্য অৰ্জন কৰি আহিছে বিশাল পৰিমাণৰ ৰাজহ। সেয়ে বহু ৰাজ্যই সুৰাৰ বিক্ৰীক উৎসাহিত কৰি আহিছে। যি কি নহওঁক, নতুন বছৰ সমাগত।নতুন বছৰত কিমান দিন বন্ধৰ দিন হ’ব সেই বিষয়ে জানিবলৈ বহুতেই হয়তো আগ্ৰহ প্ৰকাশ কৰিব।

ইতিমধ্যে চৰকাৰী বন্ধৰ তালিকা আমি প্ৰকাশ কৰিছোৱেই।

এইবাৰ সুৰাপ্ৰেমীসকলৰ জ্ঞাতাৰ্থে প্ৰকাশ কৰিব বিচাৰিছো অহা বছৰৰ কোন মাহত কিমান দিন বন্ধ থাকিব দেশৰ সুৰাৰ বিপনীসমূহ।এই বন্ধ  হ’ব কেন্দ্ৰীয়  বন্ধ।

জানুৱাৰী

  • ১৪ জানুৱাৰীঃমকৰ সংক্ৰান্তি
  • ২৬ জানুৱাৰীঃগণৰাজ্য দিৱস
  • ৩০ জানুৱাৰীঃশ্বহীদ দিৱস

ফেব্ৰুৱাৰী

  • ১৯ ফেব্ৰুৱাৰীঃছত্ৰপতি শিৱাজী মহাবীৰ জয়ন্তী
  • ২৭ ফেব্ৰুৱাৰীঃগুৰুনানক জয়ন্তী

মাৰ্চ

  • ৮ মাৰ্চঃস্বামী দয়ানন্দ সৰস্বতী জয়ন্তী
  • ১১ মাৰ্চঃমহাশিৱৰাত্ৰী
  • ২৯ মাৰ্চঃহোলী

এপ্ৰিল

  • ২ এপ্ৰিলঃগুড ফ্ৰাইডে
  • ১৪ এপ্ৰিলঃআম্বেদকাৰ জয়ন্তী
  • ২১ এপ্ৰিলঃৰামনৱমী
  • ২৫ এপ্ৰিলঃমহাবীৰ জয়ন্তী

মে!

  • ১২ আৰু ১৩ মে’ :ঈদ-উল-ফিটৰ

জুন

  • জুন মাহত সুৰাৰ বিপনীৰ কোনো কেন্দ্ৰীয় বন্ধ নাই

জুলাই

  • ২৪ জুলাইঃগুৰু পূৰ্ণিমা(বন্ধ কেৱল দিল্লী আৰু মহাৰাষ্ট্ৰত)

আগষ্ট

  • ১০ আগষ্টঃমহৰম
  • ১৫ আগষ্টঃস্বাধীনতা দিৱস
  • ৩০ আগষ্টঃজন্মাষ্টমী

ছেপ্তেম্বৰ

  • ১০ ছেপ্তেম্বৰঃগণেশ চতুৰ্থী

অক্টোৱৰ

  • ২ অক্টোৱৰঃগান্ধী জয়ন্তী
  • ১৫ অক্টোৱৰঃদশেৰা
  • ১৮ অক্টোৱৰঃঈদ-এ-মিলাদ
  • ২০ অক্টোৱৰঃমহৰ্ষি বাল্মীকি জয়ন্তী

নৱেম্বৰ

  • ৪ নৱেম্বৰঃদিপাৱলী
  • ১৪ নৱেম্বৰঃকাৰ্তিকী একাদশী
  • ১৯ নৱেম্বৰঃগুৰু নানক জয়ন্তী

ডিচেম্বৰ

  • ২৫ ডিচেম্বৰ
  • খ্ৰীষ্টমাছ

Recent News

পৰ্যটকৰ ট্ৰেকিংৰ সময়ত গাইড থাকিবই লাগিব; ৰাজা হত্যাকাণ্ডৰ পিছত মেঘালয় চৰকাৰৰ নিৰ্দশনা

পৰ্যটকৰ ট্ৰেকিংৰ সময়ত গাইড থাকিবই লাগিব; ৰাজা হত্যাকাণ্ডৰ পিছত মেঘালয় চৰকাৰৰ নিৰ্দশনা

হাৰ্ট এটেকৰ লক্ষণ, কাৰণ আৰু প্ৰতিৰোধৰ উপায় সন্দৰ্ভত কি কয় চিকিৎসকে?

হাৰ্ট এটেকৰ লক্ষণ, কাৰণ আৰু প্ৰতিৰোধৰ উপায় সন্দৰ্ভত কি কয় চিকিৎসকে?

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd