DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 17, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

প্ৰতিবাদৰ মাজতে কৰ্তৃপক্ষই নিৰ্ধাৰণ কৰিলে ইউনিফৰ্মৰ ৰং; পৰিধান কৰাটো বাধ্যতামূলক

এন ই নাও নিউজ by এন ই নাও নিউজ
July 21, 2019 12:51 pm
প্ৰতিবাদৰ মাজতে কৰ্তৃপক্ষই নিৰ্ধাৰণ কৰিলে ইউনিফৰ্মৰ ৰং; পৰিধান কৰাটো বাধ্যতামূলক
1.1k
VIEWS
Share on FacebookShare on Twitter

অসমৰ শৈক্ষিক জগতক শতিকাজুৰি নেতৃত্ব দি অহা ঐতিহ্য মণ্ডিত কটন বিশ্ববিদ্যালয় (পূৰ্বে কটন কলেজ)ৰ ১১৯ বছৰীয়া পৰম্পৰাক ভংগ কৰি নতুনত্ব দিয়াৰ চেষ্টা কৰা বিশ্ববিদ্যায়খনৰ কৰ্তৃপক্ষই নিৰ্ধাৰণ কৰিলে ইউনিফৰ্মৰ ৰং।

ছাত্ৰ-ছাত্ৰীৰ দাবী, প্ৰতিবাদক আওকাণ কৰি ১৯ জুলাইত বিশ্ববিদ্যালয় কৰ্তৃপক্ষই পুনৰ ইউনিফৰ্ম বাধ্যতামূলক কৰি এক জাননী জাৰি কৰে।

বিশ্ববিদ্যালয়খনৰ কৰ্তৃপক্ষই নিৰ্ধাৰণ কৰা ইউনিফৰ্মৰ ৰং অনুসৰি ছাত্ৰীয়ে পিন্ধিব লাগিব ব্লু ষ্ট্ৰিপড কুৰ্তা, গাঢ় নীলা ট্ৰাউজাৰ আৰু ক’লা ৰঙৰ জোতা। লগতে কুৰ্তাৰ বাহুৰ ওপৰত বিশ্ববিদ্যালয়ৰ লগ’ থাকিব। ইয়াৰ বিপৰীতে ছাত্ৰসকলে পিন্ধিব লাগিব ব্লু ষ্ট্ৰিপড ছাৰ্ট, গাঢ় নীলা ট্ৰাউজাৰ, ক’লা ৰঙৰ বেল্ট আৰু ক’লা ৰঙৰ জোটা।

ইফালে ইউনিফৰ্ম বিতৰ্কই লগ এৰা নাই কটন বিশ্ববিদ্যালয়ক। বিশ্ববিদ্যালয় কৰ্তৃপক্ষই জাননী যোগে নিৰ্ধাৰণ কৰি দিয়া ইউনিফৰ্ম উচ্চতমৰ মাধ্যমিক প্ৰথম বৰ্ষৰ শিক্ষাৰ্থীসকলে ১ আগষ্টৰ পৰা পৰিধান কৰিব লাগিব বুলি আৰু ই বাধ্যতামূলক বুলি উল্লেখ কৰাৰ লগে লগে ছাত্ৰ-ছাত্ৰীৰ মাজত প্ৰতিবাদৰ জোৱাৰ উঠিছে।

কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতাৰ সাধাৰণ সম্পাদক প্ৰাঞ্চল কলিতাই কয় যে, ‘বিশ্ববিদ্যালয় কৰ্তৃপক্ষই নতুনকৈ নিৰ্ধাৰণ কৰি দিয়া ইউনিফৰ্ম তথা ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে গ্ৰহণ কৰা এই সিদ্ধান্ত কেতিয়াও মানি লোৱা নহ’ব।’ লগতে এই সিদ্ধান্তৰ বিৰুদ্ধে ১ আগষ্টত উপাচাৰ্য আৰু পঞ্জীয়কৰ কাৰ্যালয় ঘেৰাও কৰা হ’ব বুলি ঘোষণা কৰিছে ছাত্ৰ একতা সভাই।

Recent News

পি চিদাম্বৰমৰ পুত্ৰৰ বিৰুদ্ধে নতুন গোচৰ; কাৰ্তি চিদাম্বৰমৰ একাধিক সম্পত্তিত অভিযান চিবিআইৰ

পি চিদাম্বৰমৰ পুত্ৰৰ বিৰুদ্ধে নতুন গোচৰ; কাৰ্তি চিদাম্বৰমৰ একাধিক সম্পত্তিত অভিযান চিবিআইৰ

আলফা (স্বা:)ৰ মুৰব্বী পৰেশ বৰুৱাই শান্তি আলোচনাত যোগদান কৰাৰ সম্ভাৱনা নাই: ইষ্টাৰ্ণ আৰ্মি কমাণ্ডাৰ

আলফা (স্বা:)ৰ মুৰব্বী পৰেশ বৰুৱাই শান্তি আলোচনাত যোগদান কৰাৰ সম্ভাৱনা নাই: ইষ্টাৰ্ণ আৰ্মি কমাণ্ডাৰ

কণ্ঠশিল্পী জুবলিৰ সংগীতানুষ্ঠান চলি থকাৰ মাজতে অঘটন; যুৱকৰ দলৰ প্ৰহাৰত আহত এজন

কণ্ঠশিল্পী জুবলিৰ সংগীতানুষ্ঠান চলি থকাৰ মাজতে অঘটন; যুৱকৰ দলৰ প্ৰহাৰত আহত এজন

Breast Milk: কেঁচুৱাৰ খাদ্যৰ সংকটৰ সময়ত নিজৰ ১১৮ লিটাৰ স্তন্যদুগ্ধ বিক্ৰী কৰিলে এগৰাকী মাতৃয়ে

Breast Milk: কেঁচুৱাৰ খাদ্যৰ সংকটৰ সময়ত নিজৰ ১১৮ লিটাৰ স্তন্যদুগ্ধ বিক্ৰী কৰিলে এগৰাকী মাতৃয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd