• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বর্তমানলৈকে কৰ’নাভাইৰাছ শূন্য দেশকেইখন কি জানেনে? চাওক সেই তালিকা

এন ই নাও নিউজ by এন ই নাও নিউজ
April 4, 2020 9:44 am
b78cebd54f88f9dc164f17da84a7ba40
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশ্বস্তৰত কৰ’নাভাইৰাছত আক্ৰান্তৰ সংখ্যা ইতিমধ্যে ১ নিযুত অতিক্ৰম কৰিছে। সেইদৰে এই মাৰাত্মক মহামাৰীত গোটেই বিশ্বতে মৃত্যুৰ সংখ্যা প্ৰায় ৫৬ হাজাৰ হৈছেগৈ।

ভাৰতত কৰ’না আক্ৰান্ত ৰোগীৰ সংখ্যাই আঢ়ৈ হাজাৰ অতিক্ৰম কৰিছে আৰু এতিয়ালৈকে ৭১জন লোক মৃত্যুমুখত পৰিছে।

Apply Now

আনহাতে, বিশ্বই এই মাৰাত্মক ভাইৰাছৰ বিৰুদ্ধে যুঁজ দি থকাৰ সময়তে কেইখনমান দেশত এতিয়ালৈকে কৰ’না আক্ৰান্তৰ ঘটনা পোহৰলৈ অহা নাই।

এনে দেশকেইখনৰ ওপৰত এবাৰ চকু ফুৰাই চাও আহকঃ

উত্তৰ কোৰিয়া-

উত্ৰ কোৰিয়াই দাবী কৰিছে যে ৩ এপ্ৰিললৈকে দেশখনত এটাও কৰ’না ভাইৰাছৰ পজিটিভ ৰোগী ওলোৱা নাই। অৱশ্যে, বিশ্বৰ বিশেষজ্ঞসকলে সদৰী কৰে যে প্ৰায় ২০০জন ইয়াৰ সৈনিক COVID-19ত আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছে।

দক্ষিণ ছুদান

দক্ষিণ ছুদান ইয়াৰ মহাদেশখনৰ ৬খন দেশৰ ভিতৰত এখন য’ত এতিয়ালৈকে এটাও কৰ’না ভাইৰাছ সংক্ৰমণৰ ঘটনা ঘটা নাই।

য়েমেন

৩ কোটি জনসংখ্যাৰ দেশ য়েমেনত এতিয়ালৈকে কোনো কৰ’না ভাইৰাছৰ পজিটিভ ৰোগী ওলোৱা নাই। দেশখনে বহু বছৰ ধৰি গৃহ যুদ্ধ, দৰিদ্ৰতা আৰু ক্ষুধাৰ মাজত বৰ্তি আছে।

 বুৰাণ্ডি

এতিয়ালৈকে কৰ’না ভাইৰাছৰ পৰা নিজকে ৰক্ষা কৰা এইখন হৈছে দ্বিতীয়খন আফ্ৰিকাৰ দেশ।

মালাৱি

পূব আফ্ৰিকাৰ দেশ মালাৱিয়ো কৰ’না ভাইৰাছে স্পৰ্শ নকৰা নখন দেশৰ ভিতৰত অন্তৰ্ভুক্ত।

লিছ’থো

পৰ্বতমালা আৰু জংঘলেৰে ভৰা এই দেশখনত কোনো কৰ’না পজিটিভৰ ঘটনাপোহৰলৈ অহা নাই। দেশখনৰ চৰকাৰে গ্ৰহণ কৰা আগতীয়া প্ৰতিৰোধমূলক ব্যৱস্থাৰ বাবেই এই ভাইৰাছৰ আগমন ৰোধ কৰিবলৈ সক্ষম হোৱা বুলি ধাৰণা কৰা হৈছে।

তুৰ্কমেনিস্তান

আমোদজনকভাৱে, আনকি দেশখনত প্ৰথমটো ঘটনা ঘটাৰ পূৰ্বেই চৰকাৰে দেশবাসীক এক মনস্ত্বাত্বিক উৎসাহ দিয়াৰ বাবে কৰ’নাভাইৰাছ নামটো প্ৰথমতে নিষিদ্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। COVID-19 মহামাৰীৰ পৰা আঁতৰত থাকিবলৈ সক্ষম হোৱা কেইখনমান দেশৰ ভিতৰত এইখনো আছে।

ছাও টমে এণ্ড প্ৰিন্সিপে’

ছাও টমে এণ্ড প্ৰিন্সিপে’ৰ জনসংখ্যা হৈছে মাত্ৰ দুই লাখ। বৰ্তমানলৈকে এই দেশখনো কৰ’নাভাইৰাছ মহামাৰীৰ পৰা ৰক্ষা পৰি আছে।

Tags: COVID19
এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মেঘালয়ত বৃহৎ ৰাজনৈতিক পট পৰিৱৰ্তন! ইউডিপিৰ ৮ বিধায়কৰ বিজেপিত যোগদান

মেঘালয়ত বৃহৎ ৰাজনৈতিক পট পৰিৱৰ্তন! ইউডিপিৰ ৮ বিধায়কৰ বিজেপিত যোগদান

September 23, 2026 4:15 pm
ৰাষ্ট্ৰসংঘৰ মজিয়াত আমেৰিকা আৰু ইৰাণৰ প্ৰতিনিধিৰ মাজত আলোচনা: হৰমুজ প্ৰণালীত বিস্ফোৰণক লৈ তীব্ৰ চাঞ্চল্য

ৰাষ্ট্ৰসংঘৰ মজিয়াত আমেৰিকা আৰু ইৰাণৰ প্ৰতিনিধিৰ মাজত আলোচনা: হৰমুজ প্ৰণালীত বিস্ফোৰণক লৈ তীব্ৰ চাঞ্চল্য

September 23, 2026 2:49 pm
দেশ ৰক্ষা কৰা জোৱানৰ নিজৰ ৰাজ্যতেই নাই নিৰাপত্তা! বনভোজৰ পৰা ঘূৰি অহা যুৱকৰ আক্ৰমণত নিহত সেনা জোৱান

দেশ ৰক্ষা কৰা জোৱানৰ নিজৰ ৰাজ্যতেই নাই নিৰাপত্তা! বনভোজৰ পৰা ঘূৰি অহা যুৱকৰ আক্ৰমণত নিহত সেনা জোৱান

September 23, 2026 1:13 pm
নিৰ্বাচন আয়োগৰ সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াক লৈ উঠিছে প্ৰশ্ন: নিৰ্বাচন আয়োগৰ ভিতৰচ’ৰাত সঁচাকৈয়ে চলিছে নেকি মতানৈক্য?

নিৰ্বাচন আয়োগৰ সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াক লৈ উঠিছে প্ৰশ্ন: নিৰ্বাচন আয়োগৰ ভিতৰচ’ৰাত সঁচাকৈয়ে চলিছে নেকি মতানৈক্য?

September 23, 2026 11:52 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মেঘালয়ত বৃহৎ ৰাজনৈতিক পট পৰিৱৰ্তন! ইউডিপিৰ ৮ বিধায়কৰ বিজেপিত যোগদান

মেঘালয়ত বৃহৎ ৰাজনৈতিক পট পৰিৱৰ্তন! ইউডিপিৰ ৮ বিধায়কৰ বিজেপিত যোগদান

September 23, 2026 4:15 pm
ৰাষ্ট্ৰসংঘৰ মজিয়াত আমেৰিকা আৰু ইৰাণৰ প্ৰতিনিধিৰ মাজত আলোচনা: হৰমুজ প্ৰণালীত বিস্ফোৰণক লৈ তীব্ৰ চাঞ্চল্য

ৰাষ্ট্ৰসংঘৰ মজিয়াত আমেৰিকা আৰু ইৰাণৰ প্ৰতিনিধিৰ মাজত আলোচনা: হৰমুজ প্ৰণালীত বিস্ফোৰণক লৈ তীব্ৰ চাঞ্চল্য

September 23, 2026 2:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd