• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

প্ৰায় ৬৫০ গৰাকী নাৰীৰ সৈতে ঘনিষ্ঠতা, লিপ্ত হৈছিল শাৰীৰিক সম্পৰ্কতো; কোন এই ক্ৰিকেটাৰ?

এন ই নাও  নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 2, 2023 11:01 am
টিনো বেষ্ট। ফটোঃ সংগ্ৰহীত।

টিনো বেষ্ট। ফটোঃ সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এনে এটা  সময় আছিল যেতিয়া ৱেষ্ট ইণ্ডিজৰ ক্ৰিকেট দলটোক দেখি সকলোৱে ভয় খাইছিল। ৱেষ্ট ইণ্ডিজৰ ক্ৰিকেট দলটোত আৰু এটা কথা চাবলগীয়া আছিল। সেইটোৱে হৈছে ক্ৰিকেটাৰসকলৰ জীৱনশৈলী। ৱেষ্ট ইণ্ডিজৰ বেছিভাগ ক্ৰিকেটাৰেই পছন্দ কৰে বিতৰ্কিত জীৱনশৈলী। তেনে এজন ক্ৰিকেটাৰ হৈছে টিনো বেষ্ট।

ৱেষ্ট ইণ্ডিজৰ এই প্ৰাক্তন পেচাৰ তথা গেইল, ব্ৰাভো আৰু পোলাৰ্ডৰ সতীৰ্থগৰাকীয়ে ২০১৬ চনত তেওঁৰ আত্মজীৱনী ‘মাইণ্ড দ্য উইণ্ডোজ: মাই ষ্ট’ৰী’ প্ৰকাশ কৰিছিল। তাতেই তেওঁ প্ৰায় ৬৫০ গৰাকী মহিলাৰ শয্যাসংগিনী হোৱাৰ কথা উল্লেখ কৰিছিল।

আনকি সেইবাবেই তেওঁ নিজকে ‘ব্লেক ব্ৰেড পিট’ বুলিও উল্লেখ কৰে। তেওঁ নিজকে পৃথিৱীৰ আটাইতকৈ ধুনীয়া তপা মূৰৰ পুৰুষ বুলিও অভিহিত কৰে।

Apply Now

তেওঁ লিখিছে, মই নাৰীক ভাল পাওঁ। তেওঁলোকেও মোক ভাল পায়। মই নিজকে পৃথিৱীৰ আটাইতকৈ ধুনীয়া তপা মূৰৰ পুৰুষ বুলি গণ্য কৰোঁ। বহুতে ধেমালিতে মোক ব্লেক ব্ৰেড পিট বুলি কয়।

তেওঁ লগতে কয় যে তেওঁ নাৰীসকলৰ সৈতে ডেটিং কৰি আৰু শাৰীৰিক সম্পৰ্ক স্থাপন কৰি ভাল পায়। ইতিমধ্যে তেওঁ ৫০০ৰ পৰা ৬৫০ গৰাকী মহিলাৰ সৈতে শাৰীৰিক সম্পৰ্ক স্থাপন কৰিছে।

শেষত বেষ্টে কয় যে তেওঁ মহিলাৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰিলেও বা তেওঁলোকৰ সৈতে ডেটিঙলৈ গ’লেও তেওঁ কেতিয়াও খেলত ইয়াৰ প্ৰভাৱ পৰিব দিয়া নাই।

তেওঁ স্বীকাৰ কৰে যে ৰাতিপুৱা সাৰ পোৱাৰ পিছত নিশা কি হৈছিল তাৰ কোনো প্ৰভাৱ তেওঁৰ ওপৰত নাথাকে। টিনো বেষ্টে দাবী কৰিছিল যে ৱেষ্ট ইণ্ডিজ ক্ৰিকেট দলত তেওঁতকৈ কঠোৰ অনুশীলন কোনেও কৰিব নোৱাৰে।

তেওঁ ২০১৪ চনত ৱেষ্ট ইণ্ডিজৰ দলৰ হৈ অন্তিমখন আন্তঃৰাষ্ট্ৰীয় মেচ খেলিছিল। টিনো বেষ্টে দেশৰ হৈ তিনিটা ফৰ্মেটতে ক্ৰিকেট খেলিছিল। ইয়াৰ ভিতৰত ২৫খন টেষ্ট, ২৩খন এদিনীয়া আৰু ৬খন টী-২০ খেলিছিল। অৱশ্যে খেলপথাৰৰ বাহিৰত বিভিন্ন কাণ্ডৰ বাবে তেওঁ সদায় চৰ্চাত আছিল।

উল্লেখ্য যে ৱেষ্ট ইণ্ডিজৰ ক্ৰিকেট দলটোৱে বৰ্তমান কঠিন সময়ৰ মাজেৰে পাৰ হৈছে। এইবাৰ তেওঁলোকে এদিনীয়া  ক্ৰিকেট বিশ্বকাপৰ বাবে যোগ্যতাই অৰ্জন কৰিব নোৱাৰিলে। আনকি যোৱা বছৰ অষ্ট্ৰেলিয়াত অনুষ্ঠিত হোৱা টী-২০ ক্ৰিকেট বিশ্বকাপতো তেওঁলোকক দেখা যোৱা নাছিল। 

এন ই নাও  নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দুৰ্যোগৰ সময়ত আৰু নাহে ইমাৰ্জেন্সি এলাৰ্ট : দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ ঘোষণা

দুৰ্যোগৰ সময়ত আৰু নাহে ইমাৰ্জেন্সি এলাৰ্ট : দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ ঘোষণা

June 17, 2026 7:13 am
ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

June 16, 2026 9:46 pm
মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

June 16, 2026 9:33 pm
জি-৭ সন্মিলনত আকৌ মুখামুখি হ’ল মোদী আৰু মেলনী : এইবাৰ কি উপহাৰ দিলে নৰেন্দ্ৰ মোদীয়ে?

জি-৭ সন্মিলনত আকৌ মুখামুখি হ’ল মোদী আৰু মেলনী : এইবাৰ কি উপহাৰ দিলে নৰেন্দ্ৰ মোদীয়ে?

June 16, 2026 9:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দুৰ্যোগৰ সময়ত আৰু নাহে ইমাৰ্জেন্সি এলাৰ্ট : দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ ঘোষণা

দুৰ্যোগৰ সময়ত আৰু নাহে ইমাৰ্জেন্সি এলাৰ্ট : দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ ঘোষণা

June 17, 2026 7:13 am
ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

June 16, 2026 9:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd