DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, June 30, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অৱশেষত উদ্ধাৰ হ’ল মাজুলীৰ নাও দুৰ্ঘটনাত নিখোজ হৈ থকা ইন্দ্ৰেশ্বৰ বৰাৰ মৃতদেহ

কাজি জেইদুল ইছলাম by কাজি জেইদুল ইছলাম
September 11, 2021 9:44 am
Deadbody recovered

ফটো: নৰ্থইষ্ট নাও।

5.4k
VIEWS
Share on FacebookShare on Twitter

আজি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উত্তৰ তাপুত তথা “ভাচা তাপো”ত উদ্ধাৰ হোৱা মৃতদেহটো মাজুলীৰ নাও দুৰ্ঘটনাত নিখোজ হৈ থকা ইন্দ্ৰেশ্বৰ বৰাৰ বুলি চিনাক্ত কৰা হৈছে।

শনিবাৰে পুৱাই বন বিভাগৰ দলে উদ্ধাৰ কৰে মৃতদেহটো। বিশ্বনাথ ঘাটৰ কেন্দ্ৰীয় বনাঞ্চলিক কাৰ্যালয়ৰ দল আৰু নদী আৰক্ষীৰ দলে উদ্ধাৰ কৰা মৃতদেহটোৰ পৰিধানত বগা ফুল ছাৰ্ট, জীনছ পেন্ট, জোতা, হাতঘড়ী, আঙুঠি আদি প্ৰত্যক্ষ কৰা হয়।

তদুপৰি, মৃতদেহটোৰ লগত পান কাৰ্ড, ভোটাৰ আইডি কাৰ্ড, এটিএম কাৰ্ড আদিও উদ্ধাৰ কৰা হয়।

পৰিয়ালৰ লোকে প্ৰাথমিকভাৱে মৃতদেহটো ইন্দ্ৰেশ্বৰ বৰাৰ বুলি চিনাক্ত কৰাৰ পাছত নথি পত্ৰসমূহৰ পৰাও সেয়া নিশ্চিত হয়। অৱশেষত তিনিদিনৰ পাছত ইন্দ্ৰেশ্বৰ বৰাৰ মৃতদেহ উদ্ধাৰ হ’ল।

 

দুৰ্ঘটনা সংঘটিত হোৱাৰ দিনা ইন্দ্ৰেশ্বৰ বৰাই পত্নীৰ লগতে আন বহুকেইজন লোকৰ জীৱন ৰক্ষা কৰিছিল। কিন্তু আনৰ জীৱন ৰক্ষা কৰিও নিজে লুইতৰ বুকুত হেৰাই গৈছিল মানৱতাৰ দূত ইন্দ্ৰেশ্বৰ বৰা।

Recent News

India’s largest pork processing plant

শিৱসাগৰত দেশৰ ভিতৰতে সৰ্ববৃহৎ গাহৰি ফাৰ্ম নিৰ্মাণৰ প্ৰস্তুতি

নাও চলাচলত বঙাইগাঁও জিলা দণ্ডাধীশৰ, সংশোধিত নিৰ্দেশনা জাৰি

নাও চলাচলত বঙাইগাঁও জিলা দণ্ডাধীশৰ, সংশোধিত নিৰ্দেশনা জাৰি

Couple commits suicide in Bajali: ঋণৰ বোজা সহিব নোৱাৰি বজালীত দম্পতীৰ আত্মহত্যা

Couple commits suicide in Bajali: ঋণৰ বোজা সহিব নোৱাৰি বজালীত দম্পতীৰ আত্মহত্যা

এইবাৰ ‘অটল বিহাৰী বাজপেয়ীৰ জীৱনৰ আধাৰত বলীউডত নিৰ্মাণ হ’ব ছবি

এইবাৰ ‘অটল বিহাৰী বাজপেয়ীৰ জীৱনৰ আধাৰত বলীউডত নিৰ্মাণ হ’ব ছবি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd