• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

সিদ্ধান্ত আপোনাৰ! প্ৰতিদিনে স্নান কৰিলে হ’ব পাৰে স্বাস্থ্যৰ ক্ষতি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 6, 2023 7:00 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতবৰ্ষৰ মানুহে সাধাৰণতে প্ৰত্যেক দিনাই গা ধোৱে। প্ৰায় সংখ্যক মানুহেই ৰাতিপুৱা স্নান নকৰাকৈ ঘৰৰ পৰা নোলায় বা স্নান নকৰাকৈ খাদ্য নাখায়। স্নানাগাৰৰ পৰাই ভাৰতীয় মানুহৰ দৈনন্দিন কাম-কাজৰ আৰম্ভণী ঘটে। চৰম ঠাণ্ডাতো ভাৰতীয়ই গা ধোৱা বন্ধ নকৰে। কিছুমান মানুহে দিনটোত যিমান বাৰেই শৌচালয়লৈ যায়, সিমান বাৰেই গা ধোৱে। মৃতদেহ দেখিলেও কিছুমানে গা ধুই দিয়ে।

ভাৰতীয় সংস্কৃতিত গা ধোৱাটোও পবিত্ৰতাৰ সৈতে জড়িত। সেয়ে ইয়াক এক বেলেগ আৰু গুৰুত্বপূৰ্ণ দৃষ্টিভংগীৰে মূৰ্তকৰণ কৰা হয়। গা ধোৱাটো আমাৰ সংস্কৃতিৰ এক পবিত্ৰ কৰ্ম। কিন্তু এনে পৰিস্থিতিত যদি কোনোবাই দৈনিক গা ধুব নালাগে বুলি কয়, তেন্তে মানুহবোৰ জাঙুৰ খাই উঠিব পাৰে।

Apply Now

বিশেষজ্ঞৰ মতে প্ৰতিদিনে গা ধুই থকাটো স্বাস্থ্যৰ বাবে ক্ষতিকাৰক। বিশ্বৰ ভিতৰতে সৰ্বাধিক গা ধোৱা লোক হৈছে ভাৰতৰ জনসাধাৰণ। কাৰণ তেওঁলোকে অনুভৱ কৰে যে এই কাম কৰিলে তেওঁলোকৰ শৰীৰ আৰু মন সতেজ হোৱাই নহয়, শৰীৰটোও শুদ্ধ হয়। দৈনন্দিন পূজাৰ বাবে গা ধোৱাটো অপৰিহাৰ্য বুলি বিশ্বাস কৰাৰ বাবে বহু ভাৰতীয়ই দৈনিক স্নান কৰে।

কিন্তু বিজ্ঞানৰ মতে যদি আপুনি প্ৰতিদিনে গা ধোৱে তেন্তে আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা হ্ৰাস পাব পাৰে। বিশ্বৰ ছালৰ বিশেষজ্ঞসকলে বিশ্বাস কৰে যে ঠাণ্ডাৰ দিনত প্ৰত্যেক দিনেই গা নোধোৱাটো ছালৰ বাবে ভাল। অত্যধিক গা ধোৱাৰ ফলত আমাৰ ছালৰ ক্ষতি হ’ব পাৰে।

বহু গৱেষণাত প্ৰমাণিত হৈছে যে ছালৰ নিজকে পৰিষ্কাৰ কৰাৰ ক্ষমতা আছে। যদি আপুনি ব্যায়াম নকৰে বা ধূলিময় অঞ্চলত নাথাকে তেন্তে প্ৰতিদিনে গা ধুই থকাটো প্ৰয়োজনীয় নহয়।

আনহাতে বিশেষজ্ঞ সকলে কয় যে শীতকালত গৰম পানীৰে গা ধুলে উপকাৰতকৈ ক্ষতি বেছি হ’ব। ই ছালখন শুকুৱাব পাৰে। ই শৰীৰৰ পৰা প্ৰাকৃতিক তেল আঁতৰাই পেলায়। আমাৰ সকলোৰে বাবে এই প্ৰাকৃতিক তেল অতি গুৰুত্বপূৰ্ণ। ইয়াৰ উপৰিও ই ইমিউন বুষ্টাৰ হিচাপেও কাম কৰে। বিজ্ঞানৰ মতে এই তেলে আপোনাক আৰ্দ্ৰতা নোহোৱা কৰি ৰখাৰ লগতে ছালখন সুৰক্ষিত কৰি ৰখাত সহায় কৰে।

আমেৰিকান ইউনিভাৰ্চিটিৰ ইউটা বিশ্ববিদ্যালয়ৰ জেনেটিক্স চাইন্স চেণ্টাৰৰ এক অধ্যয়ন অনুসৰি, “অত্যধিক গা ধোৱাৰ ফলত মানৱ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাৰ কমি যায়। বীজাণু আৰু ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষমতা দুৰ্বল হৈ পৰে। অত্যধিক গা ধোৱাৰ ফলত খাদ্য হজম কৰাৰ ক্ষমতা আৰু তাৰ পৰা ভিটামিন আৰু অন্যান্য পুষ্টিকৰ উপাদান উলিয়াব পৰা ক্ষমতাও ক্ষতিগ্ৰস্ত হয়।”

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দিল্লীত সাংবাদিকৰ ওপৰত আৰক্ষীৰ নিৰ্যাতনৰ বিৰুদ্ধে গুৱাহাটী প্ৰেছ ক্লাবৰ প্ৰতিবাদী সমাৱেশৰ আহ্বান

দিল্লীত সাংবাদিকৰ ওপৰত আৰক্ষীৰ নিৰ্যাতনৰ বিৰুদ্ধে গুৱাহাটী প্ৰেছ ক্লাবৰ প্ৰতিবাদী সমাৱেশৰ আহ্বান

October 14, 2026 10:00 pm
টেলিগ্ৰামত মহিলাৰ ব্যক্তিগত যৌন ভিডিঅ’ প্ৰচাৰ কৰি ধন উপাৰ্জনৰ চেষ্টা ! মণিপুৰত নাবালকসহ ১৩জন গ্ৰেপ্তাৰ

টেলিগ্ৰামত মহিলাৰ ব্যক্তিগত যৌন ভিডিঅ’ প্ৰচাৰ কৰি ধন উপাৰ্জনৰ চেষ্টা ! মণিপুৰত নাবালকসহ ১৩জন গ্ৰেপ্তাৰ

October 14, 2026 9:10 pm
দুৰ্গাপূজা : অতীতৰ পৰম্পৰা আৰু বৰ্তমানৰ জাকজমকতা

দুৰ্গাপূজা : অতীতৰ পৰম্পৰা আৰু বৰ্তমানৰ জাকজমকতা

October 14, 2026 8:10 pm
পাঁচ বছৰ পূৰ্বে আবেদন, তথাপি নাই অনুমতি! ষ্টাৰলিংকৰ সৈতে একে শাৰীত এয়াৰটেল; কেন্দ্ৰক কটাক্ষ সুনীল মিত্তলৰ

পাঁচ বছৰ পূৰ্বে আবেদন, তথাপি নাই অনুমতি! ষ্টাৰলিংকৰ সৈতে একে শাৰীত এয়াৰটেল; কেন্দ্ৰক কটাক্ষ সুনীল মিত্তলৰ

October 14, 2026 7:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লীত সাংবাদিকৰ ওপৰত আৰক্ষীৰ নিৰ্যাতনৰ বিৰুদ্ধে গুৱাহাটী প্ৰেছ ক্লাবৰ প্ৰতিবাদী সমাৱেশৰ আহ্বান

দিল্লীত সাংবাদিকৰ ওপৰত আৰক্ষীৰ নিৰ্যাতনৰ বিৰুদ্ধে গুৱাহাটী প্ৰেছ ক্লাবৰ প্ৰতিবাদী সমাৱেশৰ আহ্বান

October 14, 2026 10:00 pm
টেলিগ্ৰামত মহিলাৰ ব্যক্তিগত যৌন ভিডিঅ’ প্ৰচাৰ কৰি ধন উপাৰ্জনৰ চেষ্টা ! মণিপুৰত নাবালকসহ ১৩জন গ্ৰেপ্তাৰ

টেলিগ্ৰামত মহিলাৰ ব্যক্তিগত যৌন ভিডিঅ’ প্ৰচাৰ কৰি ধন উপাৰ্জনৰ চেষ্টা ! মণিপুৰত নাবালকসহ ১৩জন গ্ৰেপ্তাৰ

October 14, 2026 9:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd