• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

প্ৰধানমন্ত্ৰীৰ ডিজিটেল ইণ্ডিয়াত পঞ্চায়ত কাৰ্যালয়ৰ বেৰত মাথোঁ ওলমি ৰৈছে ইন্টাৰনেট বক্সসমূহ

চানু গগৈ by চানু গগৈ
November 29, 2020 11:16 am
WhatsApp Image 2020-11-29 at 10.42.53 AM

ফটো: নৰ্থইষ্ট নাও

224
VIEWS
Share on FacebookShare on Twitter

ভাৰতৰ প্ৰধানমন্ত্ৰীৰ ডিজিটেল ইণ্ডিয়াৰ সপোনত বিজুঁতি। সবকা সাথ সবকা বিকাশ,মেক ইন ইণ্ডিয়া,লোকেল ভোকেল গ্ল’বেল তথা পৰিবৰ্তনৰ চুনামি সৃষ্টি কৰি দিল্লীৰ মছনদ দখল কৰা গেৰুৱা বাহিনীৰ বাবে এইবোৰ যেন এতিয়া সকলো প্ৰহসণত পৰিনত হৈ পৰিছে।

বিভিন্ন মনপৰশা আচঁনি সমূহৰ ভিতৰত প্ৰধানমন্ত্ৰী ডিজিটেল ইণ্ডিয়াই সচাকৈয়ে গ্ৰামাঞ্চলৰ জনসাধাৰণক বিশ্বৰ বতৰা ঘৰতে যোগাব নেকি ? প্ৰধানমন্ত্ৰীৰ ডিজিটেল ইণ্ডিয়াই কেতিয়া লাভ কৰিব সফলতা? এই প্ৰশ্ন বানেধোৱা মৰিগঞা ৰাইজৰ।

স্নতৰ্ব্য যে, যি সময়ত কেন্দ্ৰীয় চৰকাৰে ডিজিটেল ইণ্ডিয়াৰ জড়িয়তে দেশৰ প্ৰতিখন গাঁও পঞ্চায়তক ইণ্টাৰনেট সেৱাৰে সংলগ্ন কৰি গাঁওবাসীক সকলো যাৱতীয় তথ্য সহজতে উপলব্ধ কৰিব বিচাৰিছে, তেনে সময়তে কেৱল গাঁও পঞ্চায়তৰ কাৰ্যালয়ে কাৰ্যালয়ে বেৰত ইণ্টাৰনেট বক্মসমূহ আঁৰিয়েই যেন চৰকাৰে সকলো দায়িত্ব সামৰিছে।

ব্যৱহাৰ কৰাৰ পূৰ্ৱে সেই বক্মসমূহ বিজুঁতি ঘটা বুলিও এতিয়া খোদ পঞ্চায়সমূহৰ কৰ্মচাৰীয়ে ‘নৰ্থ ইষ্ট নাওক’ জানিবলৈ দিয়ে।

ভালুকৰ সাঙীত পৰিণত হোৱা উক্ত ইণ্টাৰনেট সেৱাৰ পৰা বঞ্চিত হোৱা কাৰ্যই সামগ্ৰিকভাৱে জিলাখনৰ সচেতন মহলৰ মাজতো সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়া।

সেয়ে জনসাধাৰণৰ ধনবোৰ এনেদৰে অপব্যয় নকৰি শীঘ্ৰে এই সামগ্ৰীসমূহক কাৰ্যক্ষম কৰি তুলিবলৈ জিলাখনৰ বাসিন্দাসকলে চৰকাৰলৈ দাবী জনাইছে।

Recent News

ক’ত গ’ল পুৰুষাংগ! অস্ত্ৰোপচাৰৰ পিছত জ্ঞান পাই হাহাকাৰ ৰোগীৰ; অসমৰ হাস্পাতালতে ঘটিল এই কাণ্ড

ক’ত গ’ল পুৰুষাংগ! অস্ত্ৰোপচাৰৰ পিছত জ্ঞান পাই হাহাকাৰ ৰোগীৰ; অসমৰ হাস্পাতালতে ঘটিল এই কাণ্ড

‘মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই গুৱাহাটীত নিৰ্মাণ কৰিছে পত্নীৰ নামত তিনি তাৰকাযুক্ত বিশাল হোটেল’-অখিল গগৈ

‘মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই গুৱাহাটীত নিৰ্মাণ কৰিছে পত্নীৰ নামত তিনি তাৰকাযুক্ত বিশাল হোটেল’-অখিল গগৈ

মৰ্মান্তিক! বিয়া কৰাবলৈ যোৱাৰ পথত দুৰ্ঘটনাত মৃত্যু দৰাসহ পৰিয়ালৰ আঠজন সদস্যৰ

মৰ্মান্তিক! বিয়া কৰাবলৈ যোৱাৰ পথত দুৰ্ঘটনাত মৃত্যু দৰাসহ পৰিয়ালৰ আঠজন সদস্যৰ

পাটনাত নৃশংস হত্যাকাণ্ড: ঘৰৰ সন্মুখতে বিশিষ্ট ব্যৱসায়ী তথা বিজেপি নেতাক গুলীয়াই হত্যা

পাটনাত নৃশংস হত্যাকাণ্ড: ঘৰৰ সন্মুখতে বিশিষ্ট ব্যৱসায়ী তথা বিজেপি নেতাক গুলীয়াই হত্যা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd