• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আমেৰিকাৰ এগৰাকী ৰাষ্ট্ৰপতিয়ে কি কি সুবিধা লাভ কৰে? কিমান পায় দৰমহা?

এন ই নাও নিউজ by এন ই নাও নিউজ
November 14, 2020 10:50 am
WhatsApp Image 2020-11-08 at 1.12.52 PM

আমেৰিকাৰ নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতি জো বিডেন।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সদ্য সমাপ্ত আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত ডেম’ক্ৰেট প্ৰাৰ্থী জো বিডেন দেশখনৰ নতুন ৰাষ্ট্ৰপতি নিৰ্বাচিত হৈছে। স্বাভাৱিকতে আমেৰিকাৰ ৰাষ্ট্ৰপতি এগৰাকীয়েনো কি সুবিধা লাভ কৰে চাও আহক:-

হোৱাইট হাউছ:-

Apply Now

আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ চৰকাৰী বাসভৱন। ৫৫হাজাৰ বৰ্গফুটৰ এলেকাৰ ওপৰত নিৰ্মিত ছয় মহলীয়া এই ভৱনত ১৩২টা কোঠা, ৩৫টা শৌচালয় আৰু ২৮টা ফায়াৰপ্লেছ আছে।

ইয়াৰ উপৰি আছে ব’লিং এলে’, চিনেমা হল, জ’গিং ট্ৰেক, ছুইমিং পুল। ব্যক্তিগত সহায়কো প্ৰচুৰ আছে।

ব্লেয়াৰ হাউছ:-

ৰাষ্ট্ৰপতিৰ চৰকাৰী গেষ্ট হাউছ হোৱাইট হাউছতকৈও ডাঙৰ। ইয়াৰ আয়তন ৭০হাজাৰ বৰ্গফুট।

কেম্প ডেভিড:-

এইটো হ’ল পৰ্বতীয় আৱাস। মেৰিলেণ্ডৰ পৰ্বতত ১২৮ একৰ এলেকাৰ ওপৰত নিৰ্মিত এই ভৱনটো। ৰুজভেল্টৰ পৰা আৰম্ভ কৰি প্ৰায় সকলো ৰাষ্ট্ৰপতিয়ে ইয়াত কেতিয়াবা নহয় কেতিয়াবা আছিল।

এয়াৰ ফ’ৰ্ছ ৱান:-

আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ যাতায়তৰ বাবে ব্যৱহৃত এই ব্যক্তিগত এয়াৰক্ৰাফ্টত যি ধৰণৰ ইলেকট্ৰনিক সামগ্ৰী আছে সি ইলেকট্ৰ’নিক পালছৰ পৰা সুৰক্ষিত ৰাখিবলৈ সক্ষম হ’ব। যিকোনো আক্ৰমণৰ পৰা সুৰক্ষিত ৰাখিবলৈ বিশেষভাৱে নিৰ্মাণ কৰা হৈছে এই যানখন। আকাশমাৰ্গৰ মাজতে ইন্ধন সেষ হ’লেও ইয়াত ভৰাই ল’ব পাৰি।

মেৰিন ৱান:-

চৰকাৰী চ’পাৰ ইয়াৰ দৰে চাৰিখন হেলিকপ্টাৰৰ সৈতে উৰে। ইঞ্জিন বিকল হৈ পৰিলেও এই হেলিকপ্টাৰৰ ঘন্টাত ১৫০ কিলোমিটাৰ বেগত উৰাৰ ক্ষমতা আছে। তদুপৰি, আক্ৰমণ প্ৰতিৰোধৰ সকলো ব্যৱস্থা ইয়াত মজুত আছে।

দ্য বিষ্ট :-

যিখন লিমুজিনত উঠি ৰাষ্ট্ৰপতিয়ে ভ্ৰমণ কৰে সেইখন বিশ্বৰ আটাইতকৈ সুৰক্ষিত গাড়ী হিচাপে বিবেচিত। গুলীবৰ্ষণেই নহয়, ৰাসায়নিক আক্ৰমণ প্ৰতিৰোধৰ বাবেও সক্ষম এই গাড়ীখন। পাঁচটা স্তৰৰ কাঁচ তথা পলিকাৰ্বোনেটৰৰ খিৰিকি আছে। অক্সিজেনৰ যোগান, অগ্নি নিয়ন্ত্ৰণৰ ব্যৱস্থাৰ লগতে গাড়ীখনত ব্লাড বেংকো আছে।

ছিক্ৰেট চাৰ্ভিছ:-

ৰাষ্ট্ৰপতি আৰু তেওঁৰ পৰিয়ালক ২৪ঘন্টাই সুৰক্ষা বাহিনীয়ে নিৰাপত্তা নিশ্চিত কৰে। ছিক্ৰেট ছাৰ্ভিছৰ দৰে দেশখনৰ পুৰণি চোৰাংচোৱা সংস্থাই তেওঁলোকৰ সুৰক্ষাৰ দায়িত্বত থাকে।

দৰমহা:-

ৰাষ্ট্ৰপতিৰ দৰমহা চাৰি লাখ মাৰ্কিন ডলাৰ। অৰ্থাৎ ভাৰতীয় মুদ্ৰাত প্ৰায় ২ কোটি ৯৮ লাখ ১৫হাজাৰ টকা। ইয়াৰ ওপৰত অৱশ্যে কৰ আছে। তদুপৰি, ইয়াৰ লগত কৰবিহীন বিনোদন ভাট্টা ১৯ হাজাৰ ডলাৰ, আন খৰচৰ বাবদ বছৰি ৫০হাজাৰ ডলাৰ আৰু ১লাখ ডলাৰৰ ভ্ৰমণ বানচ আছে।

অৱসৰৰ পাছতো আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতিসকলে বছৰি দুই লাখ মাৰ্কিন ডলাৰ পেন্সন লাভ কৰে। কোনো প্ৰাক্তন ৰাষ্ট্ৰপতিৰ মৃত্যু হ’লে তেওঁৰ বিধৱা পত্নীয়ে লাভ কৰে বছৰি এক লাখ ডলাৰ ভাট্টা।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মিক্সাৰ গ্ৰাইণ্ডাৰ চাফা কৰাৰ সহজ উপায়: বেছি কষ্ট নকৰাকৈ মিক্সী আৰু জাৰৰ লেতেৰা চাফা কৰক

মিক্সাৰ গ্ৰাইণ্ডাৰ চাফা কৰাৰ সহজ উপায়: বেছি কষ্ট নকৰাকৈ মিক্সী আৰু জাৰৰ লেতেৰা চাফা কৰক

July 5, 2026 6:45 am
চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মিক্সাৰ গ্ৰাইণ্ডাৰ চাফা কৰাৰ সহজ উপায়: বেছি কষ্ট নকৰাকৈ মিক্সী আৰু জাৰৰ লেতেৰা চাফা কৰক

মিক্সাৰ গ্ৰাইণ্ডাৰ চাফা কৰাৰ সহজ উপায়: বেছি কষ্ট নকৰাকৈ মিক্সী আৰু জাৰৰ লেতেৰা চাফা কৰক

July 5, 2026 6:45 am
চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd