• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সৰিয়হৰ ডলিতেই ভূত ! খোদ এফ চি আইৰ বিষয়াই অবৈধভাবে সৰবৰাহ কৰিছে চাউলৰ ট্ৰাক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 30, 2023 6:59 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শেহতীয়াকৈ পোহৰলৈ আহিছে ভাৰতীয় খাদ্য নিগম চমুকৈ এফ চি আইত সংঘটিত হোৱা এক ভয়ংকৰ অনিয়মৰ তথ্য। ওদালগুৰি জিলাৰ টংলাৰ নিকটৱৰ্তী টাকনকাটাস্থিতি ভাৰতীয় খাদ্য নিগমত ২৬ আগষ্টত অবৈধভাৱে খাদ্য নিগমৰ চাউল সৰবৰাই হোৱাৰ অভিযোগত উত্থাপিত হৈছে। 

খবৰ অনুসৰি এনেদৰে ট্ৰাকখনত অবৈধভাবে চাউল সৰবৰাহ কৰাৰ খবৰ লাভ কৰি ভাৰতীয় খাদ্য নিগমৰ ট্ৰাক মালিক সন্থাই এখন ট্ৰাক জব্দ কৰি কলাইগাঁও আৰক্ষী থানাত গতাই দিয়ে। 

Apply Now

ট্ৰাক মালিক সন্থাই কলাইগাঁও থানাত দাখিল কৰা এজাহাৰ অনুসৰি খাদ্য ভাণ্ডৰৰ কৰ্তৃপক্ষই দৈপাম জি গি এছ এছৰ বিপৰীতে বিভাগীয়ভাৱে আৱণ্টিত 8৩৬.৪৪ কুইণ্টল চাউল অনলাইনযোগে অন্তৰ্ভুক্ত কৰাৰ উপৰি নিয়ম অনুসৰি খাদ্য ভাণ্ডাৰৰ চৌহদৰ নিৰাপত্তা গেটত অন্তৰ্ভুক্ত কৰি চাৰিখন ট্ৰাকত মোকলাই দিয়াৰ বিপৰীতে একেখন সমবায়ক নিয়ম বৰ্হিভূতভাবে অনলাইন অন্তৰ্ভুক্ত নকৰাকৈ টোকেন অবিহনে এ এছ ০১, ইচি ৪৮৭৭ নম্বৰৰ ট্রাকখনত অতিৰিক্ত ১৯৫ টা বস্তাত ৯৬.৮১৯ কুইণ্টল চাউলো খাদ্য ভাণ্ডাৰৰ পৰা মোকলাই দিয়ে। 

উল্লেখ্য যে এইদৰে অবৈধভাবে চাউল সৰবৰাহ কৰাৰ উমান লাভ কৰি ট্ৰাকখনৰ নথি-পত্ৰ পৰীক্ষা কৰে। ট্ৰাক মালিক সন্থাই এইদৰে নথি-পত্ৰ পৰীক্ষা কৰাৰ পিছতেই ট্ৰাকখনে অবৈধভাবে চাউল সৰবৰাহ কৰিব খোজা কথাটো স্পষ্ট হৈ পৰে।

জানিব পৰা মতে, চৰকাৰী বিদ্যালয় সমূহৰ মধ্যাহ্ন ভোজনৰ বাবে এফ আৰ কে চাউলহে আৱন্টন দিয়া হয়। কিন্তু উক্ত ট্ৰাকখনত এফ আৰ কে চাউলৰ সলনি চি এম আৰ চাউলহে কঢ়িয়াই নিবলৈ চেষ্টা কৰা হৈছিল। 

উত্থাপি হোৱা আটাইতকৈ ভয়ংকৰ অভিযোগটো হৈছে যে – এই অনিয়ম ভাৰতীয় খাদ্য নিগমৰ খাদ্য ভাণ্ডাৰ প্ৰৱন্ধক হিমাংশু শেখৰৰ নেতৃত্বতে সংঘটিত হৈছে। অভিযোগ অনুসৰি, এনেদৰে দীৰ্ঘদিন ধৰি নিজৰ ক্ষমতাৰ অপব্যৱহাৰ কৰি হিমাংশু শেখৰ নামৰ বিষয়াগৰাকীয়ে দৰিদ্ৰ ৰাইজৰ মুখৰ চাউল কাঢ়ি নিজৰ পকেট গৰম কৰি আহিছে। 

ইফালে ট্ৰাক মালিক সন্থাৰ আন এক অভিযোগ মতে খাদ্য নিগমৰ চৌহদত প্ৰতিখন চাউল বোজাই কৰা ট্ৰাকৰ ওজন জোখাৰ বাবে ট্ৰাক মালিকে ভৰিবলগা হয় ১০০ টকাকৈ। এই বিষয়টোৰ সন্দৰ্ভতো তদন্ত বিচাৰিছে ভাৰতীয় খাদ্য নিগমৰ ট্ৰাক মালিক সন্থাৰ লগতে কৰ্মচাৰীসকলে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd